• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, September 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে চিৰিয়াছ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল; অনুষ্ঠিত কৰিলে পৰ্যালোচনা বৈঠক

এন ই নাও নিউজ by এন ই নাও নিউজ
July 13, 2019 12:51 pm
Sarbananda Sonowal Bajali district: Locals welcome Sonowal cabinet decision, BJP distributes sweets

সৰ্বানন্দ সোণোৱাল। উৎস-ইণ্টাৰনেট

6
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাহ জনগোষ্ঠীৰ উন্নয়ণৰ বাবে ৰূপায়িত হৈ থকা আঁচনিসমূহ পৰ্যোলোচনা কৰাৰ উদ্দেশ্যেৰে শুকুৰবাৰে জনতা ভৱনস্থিত মুখ্য মন্ত্ৰীৰ সভাকক্ষত এখন বৈঠক অনুষ্ঠিত হয়। বৈঠকত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে চাহ জনগোষ্ঠীৰ উন্নয়নৰ বাবে গ্ৰহণ কৰা আঁচনিসমূহ খৰতকীয়াভাৱে ৰূপায়ণ কৰাৰ বাবে প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ বিভাগীয় বিষয়াসকলক নিৰ্দেশ দিয়ে।

চাহ জনগোষ্ঠীৰ সামগ্ৰিক উন্নয়নৰ ওপৰত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে কয় যে এই জনগোষ্ঠীৰ উন্নয়নৰ বাবে ৰূপায়িত হৈ থকা চৰকাৰী আঁচনিৰ বিষয়ে হিতাধিকাৰীসকলক অৱগত কৰি তুলিব লাগিব আৰু তেতিয়াহে আঁচনিসমূহে সফলতা লাভ কৰিবলৈ সক্ষম হ’ব।

Apply Now

সোণোৱালে তৃণামূল পৰ্যায়তো সজাগতা সৃষ্টিৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু লাইন চৰ্দাৰসকলক প্ৰদান কৰা এপযুক্ত স্মাৰ্টফোনৰ যোগেদি চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত ডিজিটেল সাক্ষৰতা অভিযান খৰতকীয়া কৰিবলৈ নিৰ্দেশ দিয়ে।

উল্লেখযোগ্য যে, চৰকাৰৰ বিভিন্ন কল্যাণকামী আঁচনিসমূহৰ বিষয়ে চাহ বাগিচাৰ লোকসকলক অৱগত কৰিবৰ বাবে ইতিমধ্যে ৰাজ্য চৰকাৰে লাইন চৰ্দাৰ সকলৰ মাজত ১১,৮৫৮ টা স্মাৰ্ট ফোন বিতৰণ কৰিছে।

মুখ্য মন্ত্ৰীয়ে শিক্ষিত নিবনুৱাসকলৰ বাবে স্বনিয়োজনৰ অৱকাশ থকা আঁচনিৰ ওপৰত গুৰুত্ব আৰোপ কৰি উচ্চতৰ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ ২৫ ৰ পৰা ৪৫ বছৰ বয়সৰ ভিতৰৰ সকলো শিক্ষিত নিবনুৱাকে একোখনকৈ চাৰিচকীয়া বাহন প্ৰদান কৰাৰ মত পোষণ কৰে যাতে তেওঁলোকে উপাৰ্জনৰ পথ উলিয়াব পাৰে।

উল্লেখযোগ্য যে, মুঠ ৫.১৯ কোটি টকাৰ বিনিময়ত ১৪২ খন বাহন বিনামূলীয়া পঞ্জীয়ন আৰু বীমাৰ সৈতে ইতিমধ্যে প্ৰদান কৰা হৈছে।

তাৰোপৰি, আত্মসহায়ক গোট সমূহৰ জৰিয়তে মহিলাসকলৰ অৰ্থনৈতিক সৱলীকৰণৰ বাবে শ্বহীন মাংৰী ওৰাং মহিলা সৱলীকৰণ আঁচনি ৰূপায়ণৰ ওপৰত তেওঁ গুৰুত্ব আৰোপ কৰে। এই আঁচনিৰ অধীনত ইতিমধ্যে এহাজাৰ আত্মসহায়ক গোট নিৰ্বাচিত কৰা হৈছে আৰু তেওঁলোকৰ বেংক একাউণ্টত পাবলগীয়া ধনৰাশি প্ৰদান কৰা হৈছে।

চাহ জনগোষ্ঠীৰ শিক্ষাৰ্থীসকলৰ শৈক্ষিক উন্নয়নৰ বাবে জলপানি তথা বিত্তীয় অনুদানৰ ব্যৱস্থা কৰিবলৈ মুখ্য মন্ত্ৰীয়ে চাহ জনগোষ্ঠী উন্নয়ন বিভাগৰ সঞ্চালকক নিৰ্দেশ দিয়ে। তেওঁলোকৰ উচ্চ শিক্ষাৰ বাবে বিশেষ প্ৰশিক্ষণৰ ব্যৱস্থা কৰিবলৈও মুখ্য মন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

অঘৈয়া হুলঃ নিতুপৰ্ণ ৰাজবংশীৰ কাৰ্টুন

September 6, 2026 9:26 am
১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

১৭০০ কোটিৰ অনুদান! গুজৰাটৰ ছটা ‘অচিনাকি’ দলৰ বাৰ্ষিক আয়ে কংগ্ৰেছৰ দৰে ৰাষ্ট্ৰীয় দলকো চেৰ পেলাইছে

September 6, 2026 9:16 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

হঠাৎ হাৰ্ট এটেক! মৃত্যুৰ কোলাত ঢলি পৰিল ৫৬ বছৰীয়া ঝাৰখণ্ডৰ মন্ত্ৰী সুদীব্য

September 6, 2026 11:39 am
মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

মূল্যবৃদ্ধি, নিবনুৱা সমস্যা আৰু জেন জিৰ আন্দোলন; মোদীৰ শাসনত গণতন্ত্ৰ বিপদাপন্ন! কি কৈছে সমীক্ষাই?

September 6, 2026 10:23 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd