• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, July 8, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিল্লীত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ গৈ “লঘু” হ’ল মুখ্য মন্ত্ৰী সোণোৱাল?

চাব লগীয়া হ’ব হিমন্তৰ প্ৰচাৰ সভাৰ ৰেহৰূপ

এন ই নাও নিউজ by এন ই নাও নিউজ
January 28, 2020 5:28 pm
মুখ্য মন্ত্ৰী সোণোৱালে দিল্লীত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ দৃশ্য। ফটোৰ উৎস :  সোণোৱালৰ ফেইচবুক  টাইমলাইন।

মুখ্য মন্ত্ৰী সোণোৱালে দিল্লীত বিজেপিৰ হৈ প্ৰচাৰ চলোৱাৰ দৃশ্য। ফটোৰ উৎস : সোণোৱালৰ ফেইচবুক টাইমলাইন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অহা ৮ ফেব্ৰুৱাৰিত বিধানসভাৰ নিৰ্বাচন অনুষ্ঠিত হ’ব লগীয়া দিল্লীত বিজেপিৰ হৈ প্ৰচাৰ চলাবলৈ গৈ অসমৰ মুখ্য মন্ত্ৰী সোণোৱাল এক প্ৰকাৰৰ লঘু হয়।

উত্তৰ-পূবৰ গুৰুত্বপূৰ্ণ ৰাজ্যখনৰ মুখ্য মন্ত্ৰী সোণোৱালে এখন বুথ পৰ্য্যায়ৰ সভাতহে এমুঠিমান বিজেপি কৰ্মীৰ আগত ভাষণ দিবলৈ সুযোগ পায়।

Apply Now

সোণোৱালে ২৭ জানুৱাৰিত আনছাৰি নগৰ ৱেষ্ট সমষ্টিৰ প্ৰাৰ্থী সুনীল যাদৱৰ হৈ প্ৰচাৰ চলাইছিল বুলি অসম বিজেপিৰ এটা বিবৃতিৰ পৰা জানিব পৰা গৈছে।

বিবৃতিটোত কোৱা মতে, সভাখনত অসমৰ মুখ্য মন্ত্ৰীজনে দিল্লীক বিশ্বৰ শ্ৰেষ্ঠ মহানগৰ কৰি গঢ়ি তুলিবলৈ বিজেপিৰ প্ৰাৰ্থী যাদৱক ভোট দিবলৈ আহ্বান জনায়।

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও তেওঁৰ ফেইচবুক পেইজত উক্ত সভাখনৰ দুখন আলোক ছবি শ্বেয়াৰ কৰিছে, য’ত মাত্ৰ ২৫/৩০জন মান দলীয় কৰ্মীহে দেখা যায়।

এই দৃশ্য দেখি ছ’চিয়েল মিডিয়াত অনেকেই মন্তব্য কৰিছে যে অসমৰ মুখ্য মন্ত্ৰীজন দিল্লীত এখন বুথ পৰ্য্যায়ৰ সভাত প্ৰচাৰ চলোৱাৰ বাবেহে যোগ্য নেকি?

বহুতে দৃশ্যটোৰ জৰিয়তে মুখ্য মন্ত্ৰী সোণোৱালৰ “গুৰুত্বহীনতা” প্ৰকাশ পোৱা বুলিও ক’ব খুজিছে।

ছ’চিয়েল মিডিয়াত বিভিন্নজনে কটাক্ষও কৰিছে সোণোৱালক।

আনহাতে একাংশৰ টিপ্পনী, “হিমন্তৰ অৱস্থা চাব লগীয়া হ’ব”।

উল্লেখ কৰিব পাৰি যে দিল্লীৰ বিধানসভাৰ নিৰ্বাচনত প্ৰচাৰ চলাবলৈ মুখ্য মন্ত্ৰী সোণোৱালৰ উপৰি বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও যোৱাৰ কথা আছে।

দিল্লীত বৰ্তমান শাসনত থকা অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিৰ খোপনি অতিকৈ মজবুত।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

প্ৰিয়জনক চুমা খাওঁতে চকু নিজে নিজে কিয় বন্ধ হৈ যায় জানেনে?

July 8, 2026 7:45 am
ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

ঘৰৰ ফ্ৰিজটো বেয়া হ’বলৈ ধৰিছে নেকি? সহজেই বুজি লওক এইসমূহ লক্ষণ

July 8, 2026 6:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

এইবাৰ অৰুণাচল প্ৰদেশত সোমাল শ্যামা প্ৰসাদ মুৰ্খাজী : নামকৰণ কৰা হ’ল নৱনিৰ্মিত পথ

July 8, 2026 11:30 am
পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

পৰাজয়ৰ মুখৰ পৰা আৰ্জেন্টিনাক ৰক্ষা কৰিলে মেছিয়ে, ইজিপ্তক হৰুৱাই আৱেগিক হৈ পৰিল লিয়োনেল

July 8, 2026 8:49 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd