• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 14, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

হাস্পাতলত জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
February 29, 2020 4:08 pm
sonwal

জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ লোৱাৰ পাছত মুখ্য মন্ত্ৰী সোণোৱাল। ফটো: নৰ্থইষ্ট নাও

3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

দিল্লীৰ পৰা আহি বিমানবন্দৰৰ পৰা বাহিৰে বাহিৰে হাস্পাতলত জুবিন গাৰ্গৰ স্বাস্থ্যৰ বুজ ল’লে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি বিয়লি প্ৰায় ২ বজাত নেমকেয়াৰ হস্পিতালত উপস্থিত হৈ মুখ্য মন্ত্ৰীগৰাকীয়ে শিল্পীগৰাকীৰ স্বাস্থ্যৰ বুজ  লয়।

Apply Now

জুবিনক সাক্ষাৎ কৰি আহি সংবাদমাধ্যমৰ জৰিয়তে জুবিনৰ আশু আৰোগ্য কামনা কৰে সোণোৱালে।

“অসমবাসীৰ অতি মৰমৰ শিল্পী জুবিন গাৰ্গৰ আশু আৰোগ্য কামনা কৰিলো। তেওঁ পুনৰ সুস্থ হৈ উঠি সাংস্কৃতিক জগতত তেওঁৰ অৱদান আগবঢ়াই যাওক তাৰে কামনা কৰি ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো,”-মুখ্যমন্ত্ৰীগৰাকীয়ে সংবাদমাধ্যমৰ আগত এইদৰে কয়।

মুখ্যমন্ত্ৰীৰ সৈতে তেওঁৰ প্ৰেছ উপদেষ্টা হৃষীকেশ গোস্বামীয়েও জুবিনৰ স্বাস্থ্যৰ বুজ লয়।

চিকিৎসক ডাঃ হিতেশ বৰুৱাই জনোৱা অনুসৰি এতিয়া ক্ৰমান্বয়ে সুস্থ হৈ উঠিছে জুবিন গাৰ্গ। এতিয়া চিন্তাৰ কোনো কাৰণ নাই বুলিও তেওঁ জানিবলৈ দিয়ে।

জানিব পৰা মতে জুবিনে আহাৰ গ্ৰহণ কৰিছে আৰু লাহে লাহে খোজ কাঢ়িব পাৰিছে।

চিকিৎসালয়খনত ১২ গৰাকী চিকিৎসকৰ তত্বাৱধানত চিকিৎসা চলি আছে জুবিনৰ। কিছু পৰিমাণে জুবিন সুস্থ হৈ উঠিছে যদিও পৰীক্ষা-নিৰীক্ষাৰ বাবে দুদিন চিকিৎসালয়ত ৰখা হ’ব।

ইতিমধ্যে বিৰোধী দলপতি দেৱব্ৰত শইকীয়া,মুখ্য মন্ত্ৰীৰ আইনী উপদেষ্টা শান্তনু ভৰালীকে ধৰি ভিন্ন জনে আহি চিকিৎসালয়ত উপস্থিত হৈ জুবিনৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে শিল্পীগৰাকীৰ আশু আৰোগ্য কামনা কৰে।

উল্লেখযোগ্য যে, কালি টাউন ক্লাৱৰ এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি অচেতন হৈ পৰিছিল জুবিন গাৰ্গ।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে   

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে  

June 14, 2026 10:01 am
‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

June 14, 2026 9:31 am
ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

ওস্তাদ বিছমিল্লাহ খাঁ যুৱ পুৰস্কাৰ বিজয়ী হীৰকজ্যোতি শৰ্মাক গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত উষ্ম সম্বৰ্ধনা

June 14, 2026 8:43 am
FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

FIFA World Cup 2026: ছন্দহীন ফুটবল, মৰক্কোৰ বিৰুদ্ধে ভিনিচিয়াছৰ গ’লেৰে মান ৰক্ষা পৰিল ব্ৰাজিলৰ

June 14, 2026 8:12 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে   

আদালতত আৱেগিক মুহূৰ্ত: বিবাহ বিচ্ছেদৰ নথিপত্ৰ ফালি স্বামীক সাৱটি ধৰিলে পত্নীয়ে  

June 14, 2026 10:01 am
‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

‘যুৱ সমাজৰ কাষত’ থকাৰ বাৰ্তাৰে ভাৰত জোড়োৰ আৰ্হিত পুনৰ দেশজুৰি বৃহৎ অভিযানত ৰাহুল গান্ধী

June 14, 2026 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd