DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আৱেগিকভাবে কথা ক’লে জাতি ৰক্ষা নপৰে : সৰ্বানন্দ সোণোৱাল

পুলেন্দ্র দাস by পুলেন্দ্র দাস
January 19, 2020 8:47 pm
WhatsApp Image 2020-01-19 at 5.51.10 PM

দেওবাৰে হাউলী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচীত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱাল। ফটো: নৰ্থইষ্ট নাও

10.7k
VIEWS
Share on FacebookShare on Twitter

“আৱেগিকভাবে কথা ক’লে জাতি ৰক্ষা নপৰে ৷” এই মন্তব্য ৰাজ্যৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ৷

আজি বৰপেটা জিলাৰ হাউলীত এই মন্তব্য কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে ৷

হাউলী শংকৰদেৱ শিশু নিকেতনৰ ৰূপালী জয়ন্তীৰ কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশ গ্ৰহণ কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে লগতে কয় যে, আৱেগিকভাবে কথা ক’লে ভাষাও ৰক্ষা নপৰে ৷

তেওঁ কয়,’’জাতি আৰু ভাষাক ৰক্ষা কৰিবলৈ হলে অসমখনক অধ্যয়ন কৰি ভাল পাব লাগিব ৷’’

তেওঁ লগতে কয় যে মাটি ভেটি সুৰক্ষিত নহ’লে কৃষ্টি সংস্কৃতি সৰক্ষিত নহয়৷ অসমীয়া কৃষ্টি সংস্কৃতি সুৰক্ষিত কৰাৰ বাবে চৰকাৰে খিলঞ্জীয়া লোকক মাটিৰ পট্টা দিয়াৰ কাম আৰম্ভ কৰা বুলিও তেওঁ কয় ৷

আনহাতে, শিক্ষানুষ্ঠান সন্দৰ্ভত তেওঁ কয় যে, শিক্ষানুষ্ঠানবোৰত নিয়মানুবৰ্তিতা, শৃংখলাবদ্ধতা, পৰিস্কাৰ পৰিচ্ছনতা, শিক্ষাৰ পৰিবেশ আদি থাকিব লাগে ৷

শিক্ষানুষ্ঠানবোৰৰ সফলতা বিফলতাবোৰ পৰিচালনা সমিতিয়ে পৰ্যালোচনা কৰি আৰু অধিক উন্নত কৰাৰ বাবে তেওঁ আহ্বান জনায় ৷

ৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা শংকৰদেৱ শিশু নিকেতনে সুকীয়া মৰ্যাদা দাঙি ধৰিবলৈ সক্ষম হোৱা বুলিও মুখ্য মন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে ৷

Recent News

Lalu Prasad Yadav health

অসুস্থ লালু প্ৰসাদ যাদৱ: ফোন যোগে স্বাস্থ্যৰ বুজ ল’লে প্ৰধানমন্ত্ৰী মোদীয়ে

Terrorism in Jammu-Kashmir

পিতৃ-মাতৃৰ অনুৰোধ ৰক্ষা: কাশ্মীৰত আত্মসমৰ্পণ দুই সন্ত্ৰাসবাদী সদস্যৰ

Flood in Assam

বান সাহায্য ব্যৱস্থা নিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰিলে তৃণমূল কংগ্ৰেছে

Vehicle Scrappage Policy

পুৰণি বাহনৰ বাতিলৰ বাবে ভেহিক’ল স্ক্ৰেপেজ পলিচীত অনুমোদন ৰাজ্যিক কেবিনেটৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd