DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, May 28, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজি গণশিল্পী খগেন মহন্তৰ স্মৃতিত উদ্যান উদ্বোধন কৰিব মুখ্য মন্ত্ৰী সোণোৱালে

এন ই নাও নিউজ by এন ই নাও নিউজ
August 17, 2019 1:33 pm
8-9-1140x570

প্ৰয়াত শিল্পী খগেন মহন্ত।

723
VIEWS
Share on FacebookShare on Twitter

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে শনিবাৰে সন্ধিয়া গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত গণশিল্পী খগেন মহন্ত উদ্যান উদ্বোধন কৰিব।

উদ্যানখন প্ৰয়াত বিশিষ্ট কণ্ঠশিল্পীগৰাকীৰ সোঁৱৰণত তেওঁৰ ৭৭ সংখ্যক জন্ম বাৰ্ষিকীত উদ্বোধন কৰিব।

সন্ধিয়া শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ চৌহদত থকা মাধৱদেব আন্তৰ্জাতিক প্ৰেক্ষাগৃহত এটি সাংস্কৃতিক অনুষ্ঠানৰো আয়োজন কৰা হৈছে।

সাংস্কৃতিক অনুষ্ঠানটোত জনপ্ৰিয় অসমীয়া কণ্ঠশিল্পীসকলে প্ৰয়াত সংগীত শিল্পীগৰাকীৰ গান পৰিৱেশন কৰি শিল্পীগৰাকীক সুঁৱৰিব।

অনুষ্ঠানত সাংস্কৃতিক বিভাগৰ মন্ত্ৰী নব কুমাৰ দলেই মুখ্য অতিথি হিচাপে উপস্থিত থাকিব।

মুখ্য মন্ত্ৰী সোণোৱালে টুইট কৰিছে, ‘’তেওঁৰ জন্ম বাৰ্ষিকীত ‘গণশিল্পী’ খগেন মহন্তক সোঁৱৰণ কৰিছো। তেওঁৰ গানে অসমীয়া লোক কথাক এক মাত্ৰা দিছে আৰু ই আমাৰ অন্তৰত চিৰদিনে ৰৈ গৈছে।‘’

‘বিহু সম্ৰাট’ হিচাপে জনপ্ৰিয় কণ্ঠশিল্পীগৰাকীৰ চিৰযুগমীয়া গানবোৰে আজিও শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখে।

তেওঁৰ কিছুমান কালজয়ী গানৰ ভিতৰত আছে ‘কৈ যা ডাকোৱাল’, ‘খোজ কিয় কোবাল’, ‘এজাৰ ফুলা দেখি’, ‘তেজৰে কমলাপতি’, ‘অ’ ৰহিমলা’, ‘বৰষুণৰ বতৰত’,’অ’ ফুল ৰমক’,’চকলা টেঙাটি অকলে’ ইত্যাদি।

তেওঁৰ প্ৰথম গ্ৰামোফোন ৰেকৰ্ডৰ গান ১৯৬১ চনত আকাশবাণী গুৱাহাটী কেন্দ্ৰত সম্প্ৰচাৰিত হৈছিল।

খগেন মহন্তই বহু সন্মানীয় বঁটাও লাভ কৰিছিল। ইয়াৰ ভিতৰত আছে ‘ফিল্ম ক্ৰাফ্ট বঁটা (১৯৮৮), ‘সংগীত নাটক একাডেমী’(১৯৯২), ‘সংগীতাচাৰ্য’(১৯৯৯) ইত্যাদি।

Recent News

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

কমিব চেনিৰ দাম: চেনিৰ উৎপাদনত ব্ৰাজিলকো চেৰ পেলালে ভাৰতে

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

জ্বৰে এৰিলেও কৰ্পটিয়ে নেৰে! ক্ষমা খুজি বিপদহে চপালে নেকি মন্ত্ৰী সঞ্জয় কিষাণে?

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

৩০ জুনৰ ভিতৰত দিছপুৰ কলেজক হৰলুকি হোৱা ধন ওভটাই দিয়াৰ প্ৰতিশ্ৰুতি বৰোডা বেংক কর্তৃপক্ষৰ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

শালনাত ৰে’ল লাইনত উদ্ধাৰ বোৱাৰীৰ মৃতদেহ; কিছুদিন পূৰ্বে হৈছিল বিবাহপাশত আৱদ্ধ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd