• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

কয়লা ট্ৰাকৰ মালিকৰ পৰা কোটি কোটি টকা লাভ কৰে অসমৰ একাংশ কাকত আৰু টিভি চেনেলে : আৰএছএছৰ স্বীকৃত সাপ্তাহিকৰ চাঞ্চল্যকৰ দাবী

মেঘালয় আৰু অসম আৰক্ষীও জড়িত থকাৰ অভিযোগ সাপ্তাহিকখনৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
November 1, 2020 12:05 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

২০২১ চনৰ বিধান সভাৰ নিৰ্বাচনলৈ ৰাজনৈতিক দলবোৰে টঙালি বন্ধাৰ সময়তে সামাজিক মাধ্যমত ভাইৰেল হোৱা এক পৃষ্ঠাৰ ধন বিতৰণৰ এখন মিডিয়া পেমেন্ট নামৰ এখন ‘গোপন তালিকা’ই সংবাদ মাধ্যমত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

প্ৰকাশ পোৱা এই তালিকাখনৰ পৰা পোহৰলৈ আহিছে কিছু ভয়ংকৰ আৰু চাঞ্চল্যকৰ তথ্য।

Apply Now

তালিকাখনৰ মতে কয়লা কঢ়িওৱা ট্ৰাক মালিকৰ পৰা অসমৰ কেবাটাও ছপা আৰু বৈদ্যুতিন সংবাদ প্ৰতিষ্ঠানে(টিভি চেনেল) কোটি কোটি টকা অবৈধভাৱে সংগ্ৰহ কৰি অহাৰ অতি গোপনীয় তথ্য প্ৰকাশ পাইছে।

Organizer.orgএ শনিবাৰে প্ৰকাশ কৰা গুৱাহাটী প্ৰেছ ক্লাৱৰ পূৰ্ব সম্পাদক বৰ্তমানৰ ফ্ৰীলান্স সাংবাদিক এন জে ঠাকুৰীয়াৰ প্ৰতিবেদনখনৰ সৈতে এই ‘মিডিয়া পেমেন্ট’ নামৰ গোপন তালিকা’খন প্ৰকাশ কৰি লিখিছে, “অবৈধ ধন সংগ্ৰহৰ এই তালিকা প্ৰকাশ পোৱাৰ পিছত অসমত ধুমুহা ব’ব।”

“সামাজিক মাধ্যমত এই তালিকাখন প্ৰকাশ পোৱাৰ লগে লগে অসমৰ একাংশ সংবাদ প্ৰ্ৰতিষ্ঠান আৰু লোকে লাখ লাখ টকা সংগ্ৰহ কৰি অহাৰ তথ্য পোহৰলৈ আহিছে।” Organizer.orgৰ প্ৰতিবেদনখনত এইদৰে কোৱা হৈছে।

উল্লেখ্য যে Organizer.org  হৈছে এখন ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ স্বীকৃত এখন সাপ্তাহিক কাকত যিখন ১৯৪৭ চনৰ পৰাই অবিৰতভাৱে প্ৰকাশ হৈ আহিছে।

a documents

 

দেশৰ সংবাদ জগতৰ প্ৰসিদ্ধ সাংবাদিক এ কে নায়াৰ, কে আৰ মালকণি, এল কে আদৱানি, ভি পি ভাটিয়া, চেছাদ্ৰী চাৰী আৰু আৰ বালাকৃষ্ণে সম্পাদনা কৰি অহা Organizer.orgত প্ৰকাশিত প্ৰতিবেদনখনত কোৱা হৈছে যে অসমৰ শিলচৰ আৰু গুৱহাটীস্থিত সংবাদ প্ৰতিষ্ঠানে কয়লা কঢ়িওৱা ট্ৰাকৰ মালিকসকলৰ পৰা অবৈধভাৱে ধন সংগ্ৰহ কৰি আহিছে।

অৱশ্যে Organizer.orgৰ প্ৰতিবেদনখনত এই ‘মিডিয়া পেমেন্ট তালিকা’ৰ উৎসৰ লগতে অভিযুক্ত সংবাদ প্ৰতিষ্ঠানকেইটাৰ মতামত প্ৰকাশ কৰা নাই।

ইফালে চলিত মাহৰ ২১ অক্টোবৰত এই ‘মিডিয়া পেমেন্ট তালিকা’খন প্ৰস্তুত কৰা হৈছিল বুলি দাবী কৰি প্ৰতিবেদনখন কোৱা হৈছে যে এই তালিকাত কেৱল ছেপ্টম্বৰ আৰু অক্টোবৰ মাহত সংবাদ প্ৰতিষ্ঠাকেইটাই সংগ্ৰহ কৰা ধনৰ পৰিমাণহে সন্নিৱিষ্ট কৰা হৈছে।

বাতৰি কাকত আৰু টেলিভিছন চেনেলৰ উপৰিও এটা প্ৰেছ এছ’চিয়েচনকো কয়লা কঢ়িওৱা ট্ৰাক মালিকসকলে মাহিলি হিচাপত ধন প্ৰদান কৰি অহাৰ অভিযোগ উত্থাপন হৈছে।

Organizer.orgৰ প্ৰতিবেদনখনত ‘মিডিয়া প্ৰেমেন্ট তালিকা’খনৰ তথ্য ভিত্তিত এটা টিভি চেনেলক ১.০৩ কোটি টকা আদায় দিয়া বুলিও দাবী কৰা হৈছে।

ইফালে গুৱাহাটী প্ৰেছ ক্লাৱৰ এজন জ্যেষ্ঠ কৰ্মকৰ্তাই কয়লা ট্ৰাক মালিকৰ পৰা ৫ লাখ টকা আদায় লোৱা বুলি কোৱা হৈছে।

প্ৰতিবেদনখনৰ মতে এই তালিকাত অসমৰ কাকত আৰু টিভি চেনেলৰ লগতে অসম আৰক্ষী আৰু মেঘালয় আৰক্ষীৰ নামো উল্লেখ আছে।

ইফালে এই সংক্ৰান্তত জাৰ্নেলিষ্ট ফ’ৰাম আছাম(JFA)এ বিষয়টোক গভীৰভাৱে গ্ৰহণ কৰি এনেদৰে ধন সংগ্ৰহ কৰা ‘মিডিয়া পেমেন্ট তালিকা’ত নাম উল্লেখ থকা সংবাদ প্ৰতিষ্ঠানকেইটাক স্পষ্টীকৰণ প্ৰকাশ কৰিবলৈ আহ্বান জনাইছে।

আনহাতে এজন জ্যেষ্ঠ কৰ্মকৰ্তাৰ নাম সাঙুৰ খাই পৰা গুৱাহাটী প্ৰেছ ক্লাৱৰ সভাপতি মনোজ নাথে এই সংক্ৰান্তত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে।

এক বিবৃতিৰ যোগে মনোজ নাথে এই তালিকা ভিত্তিহীন, অসত্য আৰু অপৰীক্ষিত বুলি দাবী কৰিছে।

তেওঁ কোনো কয়লা ব্যৱসায় সৈতে জড়িত নহয় বুলি মন্তব্য কৰি ৫ লাখ টকাটো বাদেই এটকাৰো লেন দেন নাই বুলি বিবৃতিটোত দাবী কৰিছে।

“দীৰ্ঘদিন ধৰি সততা আৰু নৈতিক দায়ৱদ্ধতাৰে সাংবাদিকতা কৰি আহিছো আৰু সাংবাদিকৰ স্বাৰ্থত মাত মাতি আহিছো।” এইদৰে উল্লেখ কৰি নাথে প্ৰয়োজন সাপেক্ষে এইক্ষেত্ৰত আইনী ব্যৱস্থাৰ সহায় লোৱা হ’ব বুলিও মন্তব্য কৰিছে।

এই প্ৰতিবেদন প্ৰস্তুত কৰালৈকে ‘মিডিয়া পেমেন্ট গোপন তালিকা’ত নাম উল্লেখ থকা কোনো সংবাদ প্ৰতিষ্ঠানে আনুষ্ঠানিকভাৱে স্পষ্টীকৰণ প্ৰকাশ কৰা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd