• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, July 5, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

টোপনিৰ মাজতে মানুহজনৰ নাকেৰে সোমাই গ’ল এটা পইতাচোৰা! তাৰ পিছতে ঘটিল লটিঘটি…

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2024 2:50 pm
11.7k
VIEWS
Share on FacebookShare on Twitter

চীনৰ হাইনান প্ৰদেশৰ হাইকুত ৫৮ বছৰীয়া এজন ব্যক্তিয়ে টোপনিৰ সময়ত এক অস্বাভাৱিক অভিজ্ঞতাৰ সন্মুখীন হয়। এদিন ৰাতি হঠাৎ সাৰ পাই তেওঁৰ শ্বাসনলীত কিবা এটা লৰচৰ কৰি থকা যেন অনুভৱ হ’ল। প্ৰথমতে তেওঁ ভাবিছিল যে এইটো এটা সাধাৰণ অস্বস্তি, কিন্তু অলপ পিছতে বুজি পালে যে বস্তুটো তেওঁৰ শ্বাসনলীৰ তললৈ নামি গৈছে। কিন্তু সেইটো কি সেয়া বুজিবলৈ তেওঁৰ বাবে কঠিন হৈ আছিল।

প্ৰথমতে কথাটোত বেছি চিন্তিত নহৈ আকৌ টোপনি আহিল। পিছদিনা দৈনন্দিন কাম-কাজত ব্যস্ত হৈ পৰে। কিন্তু কেইদিনমানৰ ভিতৰতে তেওঁৰ উশাহ-নিশাহৰ কষ্ট হ’বলৈ ধৰিলে। তেওঁৰ মুখৰ পৰা এটা প্ৰচণ্ড দুৰ্গন্ধ ওলাই থাকিল, যিটো কোনোমতে দূৰ হোৱা নাছিল। কাহৰ লগত হালধীয়া কফ ওলাই থকা দেখি অৱশেষত তেওঁ চিকিৎসালয়লৈ যোৱাৰ সিদ্ধান্ত ল’লে।

লগতে পঢ়কঃ চাতুকাৰিতা! কেন্দ্ৰীয় মন্ত্ৰীৰ জোতা খুলি দিছে,পায়জামা ঠিক কৰি দিছে চৰকাৰী বিষয়াই! ভাইৰেল ভিডিঅ’

হাইনানৰ এখন চিকিৎসালয়ৰ কাণ, নাক আৰু ডিঙিৰ বিশেষজ্ঞৰ ওচৰলৈ গ’ল। যদিও প্ৰাৰম্ভিক পৰীক্ষাত একো ধৰা নপৰে, তথাপিও চিকিৎসকসকলে বিষয়টোক লৈ সন্দেহ প্ৰকাশ কৰিছিল। তেওঁক হাওঁফাওঁৰ বিশেষজ্ঞৰ ওচৰলৈ প্ৰেৰণ কৰা হৈছিল। বুকুৰ চিটি স্কেনত তেওঁৰ হাওঁফাওঁৰ তলৰ অংশত এটা অদ্ভুত ছাঁ দেখা গ’ল। এই ছাঁৰ কাৰণ অনুসন্ধান কৰিবলৈ ব্ৰংকোস্কপি কৰাৰ পিছত দেখা গ’ল যে তেওঁৰ শ্বাসনলীত এটা পইতাচোৰা আবদ্ধ হৈ আছে!

চিকিৎসক লিন লিঙে কয় যে পইতাচোৰা পাখি কফেৰে ঢাকি পৰিছিল, যিটো কফ চাফা কৰাৰ পিছতহে দেখা গৈছিল। লাহে লাহে ইয়াক শ্বাসনালীৰ পৰা উলিয়াই অয়া হয়। পইতাচোৰাটো আঁতৰোৱাৰ পিছত ৰোগীজন সোনকালে সুস্থ হৈ উঠে আৰু মুখৰ দুৰ্গন্ধটোও নাইকিয়া হৈ যায়। এদিন পিছতে তেওঁক চিকিৎসালয়ৰ পৰা মুকলি কৰি দিয়া হয়।

লগতে পঢ়কঃ পুৱা উঠিয়েই কৰক এই পাঁচটা কাম, শীঘ্ৰে কমিব অতিৰিক্ত চৰ্বি; চাওক ওজন কমোৱাৰ বিশেষ টিপছ

চিকিৎসকসকলে এইটো অত্যন্ত বিৰল ঘটনা বুলি উল্লেখ কৰে আৰু মানুহক সতৰ্ক কৰি দিয়ে যে এনে কোনো শাৰীৰিক অস্বাভাৱিকতা দেখা দিলে তৎক্ষণাত চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত। 

Recent News

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

কমলৱেলথ যুৱ শান্তি ৰাষ্ট্ৰদূত হিচাপে নিৰ্বাচিত আইআইটি গুৱাহাটীৰ ছাত্ৰী সুকন্যা সোণোৱাল

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ঝাৰখণ্ডত অবৈধ কয়লা খনিত অঘটন! এজন শ্ৰমিকৰ মৃত্যু, বহু লোক আৱদ্ধ হোৱাৰ আশংকা

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ৰাইজক ক্ষমা বিচাৰিলে অভিনেতা বিজয় সেতুপথীয়ে! কিন্তু কিয়?

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

ষষ্ঠ অনুসূচীৰ এলেকাৰ পৰা ক্ষমতা কাঢ়ি লৈছে হিমন্ত বিশ্বই : ডিফুত সংবাদমেলত প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ মন্তব্য

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd