• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 15, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

চাতুকাৰিতা! কেন্দ্ৰীয় মন্ত্ৰীৰ জোতা খুলি দিছে,পায়জামা ঠিক কৰি দিছে চৰকাৰী বিষয়াই! ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 10, 2024 1:23 pm
3.3k
VIEWS
Share on FacebookShare on Twitter

কেন্দ্ৰীয় মন্ত্ৰী সতীশ চন্দ্ৰ ডুবে ঝাৰখণ্ড ভ্ৰমণলৈ গৈছিল। তাত ভাৰত কোকিং কয়লা লিমিটেডৰ জেনেৰেল মেনেজাৰে জোতা খুলি দিয়াৰ ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ইয়াক লৈ তুমুল বিতৰ্কৰ সৃষ্টি হৈছে।

জানিব পৰা মতে, ধানবাদৰ এটা খনি পৰিদৰ্শন কৰিছিল কেন্দ্ৰীয় কয়লা ৰাজ্যিক মন্ত্ৰীগৰাকীয়ে। তেওঁৰ সৈতে ক’ল ইণ্ডিয়া লিমিটেডৰ সহযোগী কোম্পানী বিচিচিএলৰ জিএম অৰিন্দম মুস্তাফীও উপস্থিত আছিল।

ভাইৰেল ভিডিঅ’টোত অৰিন্দম মুস্তাফীয়ে খনি পৰিদৰ্শনৰ সময়ত কেন্দ্ৰীয় কয়লা ৰাজ্যিক মন্ত্ৰী সতীশ চন্দ্ৰ ডুবেৰ পায়জামা ঠিক কৰি থকা দেখা গৈছে। মুস্তাফীয়ে চোফাত আৰামত বহি থকা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ জোতা খুলি থকাও দেখা গৈছে। দেখা যায় যে জিএমজনে বিষয়াসকলৰ ওচৰলৈ গৈ মন্ত্ৰীজনৰ জোতা দি দিয়ে। কংগ্ৰেছে শ্বেয়াৰ কৰিছে ভাইৰেল ভিডিঅ’টো। এই ঘটনাক কেন্দ্ৰৰ মূল বিৰোধী দলটোৱে ‘লজ্জাজনক’ বুলি অভিহিত কৰিছে।

धनबाद में कोयला राज्यमंत्री सतीश चंद्र दुबे के पैर से जूता BCCL के GM ने उतारा,पैजामे का नाड़ा भी बांधा

सोशल मीडिया पर वीडियो हो रहा है वायरल@satishdubeyy @JmmJharkhand @BJP4Bihar @INCBihar @INCJharkhand @KumarJaimangal #Jharkhand #dhanbad pic.twitter.com/6cjopvIazV

— Live Dainik (@Live_Dainik) September 9, 2024

কংগ্ৰেছে অভিযোগ কৰে যে বিচিচিএলৰ বিষয়াসকলে ‘নিজৰ দুৰ্নীতি লুকুৱাবলৈ’ এনে কাম কৰি মন্ত্ৰীসকলক সন্তুষ্ট কৰিছে। ধানবাদ জিলা কংগ্ৰেছ কমিটীৰ সভাপতি সন্তোষ সিঙে কয় ‘জিএম এজনে মন্ত্ৰীৰ জোতা খুলি দিয়াটো লাজৰ কথা। এনেধৰণৰ বি চি চি এলৰ কাৰ্যবাহীসকল দুৰ্নীতিৰ লগত জড়িত। নিজৰ অপৰাধ লুকুৱাবলৈ মন্ত্ৰীসকলক সন্তুষ্ট কৰিছে।‘

Recent News

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

১৮ দিনীয়া মহাকাশ অভিযানৰ অন্ত! নৰলোকলৈ উভটি আহিল শুভাংশু শুক্লা

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

শোকাবহ! আত্মহ*ত্যাৰ চেষ্টা; অৱশেষত মৃত্যুক আঁকোৱলি ল’লে ADC ত্ৰিদীপ কোঁৱৰে

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

খৰাংত সৰ্বস্বান্ত কৃষক! অসমৰ জলসিঞ্চনক লৈ চৰকাৰক তীব্ৰ সমালোচনা অসম জাতীয় পৰিষদৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

গোৱালপাৰাৰ সুৰক্ষাসিনী গাঁৱত ভূমি জৰীপৰ মাজতে গাওঁবাসীৰ মনত উচ্ছেদৰ ভয়ে সৃষ্টি কৰিছে আতংকৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd