• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, June 7, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“জব কাৰ্ড”ৰ আৰ্জনক মূলধন কৰি উৎপাদনত চাৰি হাজাৰ নিবনুৱা, নেতৃত্বত বিধায়ক পদ্ম হাজৰিকা

এন ই নাও নিউজ by এন ই নাও নিউজ
January 3, 2020 5:17 pm
Padma Hazarika

এখন সভাত চতিয়াৰ বিধায়ক পদ্ম হাজৰিকা।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চতিয়াৰ বিধায়ক পদ্ম হাজৰিকাৰ নেতৃত্বত সমষ্টিটোৰ প্ৰায় চাৰি হাজাৰ নিবনুৱা যুৱক-যুৱতীয়ে নিজৰ “জব কাৰ্ড”ৰ উপাৰ্জনক মূলধনৰূপে খটুৱাই সামূহিক উৎপাদনৰ পথত আগবাঢ়িছে।

সমষ্টিটোৰ ১৯ খন গাওঁ পঞ্চায়ত আৰু এখন নগৰ সমিতিত বিধায়কগৰাকীৰ প্ৰচেষ্টাত গঠিত হৈছে মুঠ ২০০টা আত্ম সহায়ক গোট।

Apply Now

গোটসমূহৰ জৰিয়তে যুৱক-যুৱতীসকল ব্যস্ত হৈছে খেতি আৰু পশুপালনৰ জৰিয়তে উৎপাদন আৰু স্ব-নিয়োজনৰ বাটত।

প্ৰতিটো গোটত ২০ গৰাকীকৈ যুৱক-যুৱতী আছে আৰু তেওঁলোকে বিভিন্ন স্থানত খেতি আৰু পশুপালনৰ পাম গঢ় দিছে।

পামসমূহত মূলধন হিচাপে খটোৱা মুঠ ১৭,৪৯,৬৭,০০০ টকা এই যুৱক-যুৱতীসকলৰ “জব কাৰ্ড”ৰ কষ্টোপাৰ্জিত ধন।

এই উদ্যমী যুৱক-যুৱতীসকলক অসম চৰকাৰৰ কৃষি বিভাগ আৰু পশুপালন আৰু পশু চিকিৎসা বিভাগে প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিছে।

বিধায়কৰ প্ৰচেষ্টাত এই আত্মসহায়ক গোটসমূহে মুখ্য মন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ অধীনত ৫ কোটি টকাৰ অৰ্থ সাহায্য লাভ কৰিছে।

যোৱা প্ৰায় এবছৰধৰি এই গোটসমূহৰ উৎপাদন অসমৰ লগতে বাহিৰৰ বজাৰলৈ ৰপ্তানি হৈছে।

খেতিৰ বাবে বিশ্বৰ ভিতৰতে অন্যতম অনন্য ভৌগোলিক অনুকূলতা থকা অসমে নিজ ৰাজ্যৰ প্ৰয়োজনীয় সামগ্ৰীখিনি উৎপাদন কৰিব পৰা হোৱা নাই।

এনে সময়ত বিধায়ক হাজৰিকাই নেতৃত্ব দিয়া পথটো ৰাজ্যৰ যিকোনো সমষ্টিৰ বাবেই আদৰ্শ হ’ব পাৰে।

অসমৰ আন ঠাইতো কিছু উৎপাদনমুখী কাম হৈছে, কিন্তু বিধায়কৰ নেতৃত্বত এনে উদ্যোগৰ বিষয়ে এতিয়াও জানিব পৰা হোৱা নাই।

এন ই নাও নিউজ

এন ই নাও নিউজ

Stay Connected

  • 117k Fans

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

বিশ্বৰ বিজ্ঞান পত্ৰিকাত জুবিন গাৰ্গৰ হামিঙৰ ব্যাখ্যা: আৱেগ আৰু বিজ্ঞানৰ এক অপূৰ্ব মিলন

June 6, 2026 8:42 pm
মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

মাত্ৰ পাঁচ দিনৰ তীব্ৰ গৰমতে প্ৰাণ হেৰুৱাব পাৰে ৩০ হাজাৰ লোকে : আটাইতকৈ ভয়াৱহ স্থিতি উত্তৰ প্ৰদেশৰ

June 6, 2026 8:39 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

মৰিগাঁৱত উলহ-মালহেৰে বিশ্ব পৰিৱেশ দিৱস পালন আৰু ‘পবিতৰা’ আলোচনীৰ দশম সংখ্যা উন্মোচন

June 6, 2026 9:04 pm
দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

দেশৰ ভিন্ন প্ৰান্তত অগ্ৰণী সামাজিক সংগঠন ‘ব্ৰাদাৰ্ছ’ৰ বিশ্ব পৰিৱেশ দিৱস উদযাপন

June 6, 2026 8:52 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd