DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, May 17, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

বানৰ ফলত ধুবুৰীত কলেজৰ ক্লাছৰূম হ’ল জে’লৰ কোঠা; সুযোগ বুজি পলায়ন কয়দীৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 18, 2019 10:23 am
বানৰ ফলত ধুবুৰীত কলেজৰ ক্লাছৰূম হ’ল জে’লৰ কোঠা; সুযোগ বুজি পলায়ন কয়দীৰ

প্ৰতিনিধিত্বমূলক ছবি

2.9k
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যৰ চাৰিওফালে এতিয়া বানৰ তাণ্ডৱ। বানৰ বাবে অসমৰ ইমূৰৰ পৰা সিমূৰলৈ জনসাধাৰণে ভুগিছে চৰম দুৰ্গতি। ইফালে বান পৰিস্থিতিৰ পূৰ্ণ সুযুগ গ্ৰহণ কৰি ধুবুৰী জিলা কাৰাগাৰৰ এগৰাকী কয়দীয়ে পলায়ন কৰা এক ঘটনা সংঘটিত হয়।

উল্লেখযোগ্য যে ধুবুৰী জিলা কাৰাগাৰৰ ভিতৰত বানপানী সোমাই অহাৰ বাবে যোৱা ১৫ জুলাইৰ নিশাৰ পৰা ধুবুৰী ছোৱালী মহাবিদ্যালয়ত কাৰাগাৰৰ ৪০৯ গৰাকীক কয়দীক ৰখাৰ ব্যৱস্থা কৰা হৈছে।

ইয়াৰ মাজতে হাফিজুৰ ৰহমান নামৰ এগৰাকী ২৮ বছৰীয়া কয়দীয়ে বুধবাৰে পুৱতি নিশা সুযোগ বুজি  খিৰিকীৰ গ্ৰীল ভাঙি পলায়ন কৰা ঘটনাই সপ্ৰতি বেছ চাঞ্চল্যৰ সৃষ্টি কৰিছে। হাফিজুৰ ধৰ্ষণত অভিযুক্ত হৈ বিচাৰাধীন হৈ আছিল।

কয়দী গৰাকীক বিচাৰি আৰক্ষীয়ে অভিযান আৰম্ভ কৰিছে যদিও বাতৰি বাতৰি লিখা পৰ্যন্ত তেওঁক কৰায়ত্ত কৰিবলৈ সক্ষম হোৱো নাই। ধুবুৰীৰ ২ নং চাগলচাৰা গাঁৱৰ বাসিন্দা হাফিজুৰক ২০১৮ চনত ধৰ্ষণৰ এক গোচৰত গ্ৰেপ্তাৰ কৰা হৈছিল।

অঞ্চলটোত বিদ্যুতৰ অভাৱৰ বাবে আৰক্ষী লোকসকল যথেষ্ট সমস্যাৰ সন্মুখীন হ’বলগীয়া হৈছে বুলি উল্লেখ কৰি অসম আৰক্ষীৰ (পশ্চিম ৰেঞ্জৰ) উপ মহা পৰিদৰ্শক ৰৌনাক আলী হাজৰিকাই কয়, ‘আমি কয়দী গৰাকী কিদৰে পলাবলৈ সক্ষম হ’ল তাৰ তদন্ত কৰিবলৈ এক ছৌ মোটু গোচৰ ৰুজু কৰিছে। তেওঁক ধৰাৰ বাবে অভিযান আৰম্ভ কৰা হৈছে।‘

তেওঁ লগতে কয় যে বান পৰিস্থিতি সুস্থিৰ অৱস্থালৈ ঘূৰি আহিব লাগে আৰু সোনকালেই সকলো কয়দীকে কাৰাগাৰলৈ ওভতাই নিব পৰা যাব।

Recent News

Road accident

বৰপেটাত ভয়াৱহ পথ দুৰ্ঘটনা: দ্ৰুতবেগী বাহনে প্ৰাণ ল’লে তিনিজনৰ, পাঁচজন আহত

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

New Zealand sanctions: ৰাষ্ট্ৰপতিকে ধৰি বেলাৰুছৰ ২৭ জন নেতাৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিলে নিউজিলেণ্ডে

Breaking News দুধনৈ নৈৰ মথাউৰি চিগি বৃহৎ অঞ্চল প্লাৱিত, অঞ্চলজুৰি ত্ৰাস

Breaking News দুধনৈ নৈৰ মথাউৰি চিগি বৃহৎ অঞ্চল প্লাৱিত, অঞ্চলজুৰি ত্ৰাস

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

বঙাইগাঁৱত অনুষ্ঠিত অসম বহুভাষিক কবি সন্মিলনৰ অধিৱেশন : সাতখন গ্ৰন্থ উন্মোচন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd