• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, September 9, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

নিহত এজন, সাম্প্ৰদায়িক সংঘৰ্ষত উত্তপ্ত হাইলাকান্দিলৈ ঢাপলি মন্ত্ৰী-শীৰ্ষ বিষয়াৰ

অপৰ্ণা লস্কৰ by অপৰ্ণা লস্কৰ
May 10, 2019 9:32 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাইলাকান্দিৰ শুকুৰবাৰৰ সাম্প্ৰদায়িক সংঘৰ্ষই জাছিম হুছেইন নামৰ এজনৰ প্ৰাণ লৈছে। উত্তেজনাই বিৰাজ কৰা বৰাকৰ চহৰখনলৈ মুখ্য মন্ত্ৰীৰ নিৰ্দেশত ইতিমধ্যে ঢাপলি মেলিছে বন মন্ত্ৰী পৰিমল শূক্লবৈদ্যকে ধৰি শীৰ্ষ আৰক্ষী আৰু আমোলা।

দুপৰীয়া ১ বজাৰ পৰা সান্ধ্য আইনৰ কবলত থকা চহৰখনৰ পৰিস্থিতি তদাৰক আৰু বুজ ল’বলৈ শুক্লবৈদ্যৰ লগতে দায়িত্ব দিয়া হৈছে অসমৰ অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান মুকেশ আগৰৱালা আৰু বৰাক উপত্যকাৰ আয়ুক্ত আনোৱাৰুদ্দিন চৌধুৰীক।

ৰাজ্যৰ অতিৰিক্ত মুখ্য সচিব ৰাজীৱ বৰাক সৰ্বানন্দ সোণোৱালে ঘটনাটোৰ তদন্ত কৰি শীঘ্ৰে চৰকাৰক প্ৰতিবেদন দাখিলৰ বাবে নিৰ্দেশ দিছে, মুখ্য মন্ত্ৰী কাৰ্য্যালয়ৰ বিবৃতিত প্ৰকাশ।

শেহতীয়া খবৰ মতে, ঘটনাটোত আৰক্ষীৰ গুলীত আহত হুছেইনে শিলচৰ মে’দিকেল কলেজ চিকিৎসালয়ত প্ৰাণ হেৰুওৱাৰ বিপৰীতে চিকিৎসাধীন হৈ আছে আন ন জন।

লগতে পঢ়ক– নামাজক লৈ উত্তপ্ত হাইলাকান্দিত সান্ধ্য আইন ।।Video।।

নামাজক লৈ দুই ফৈদৰ কাজিয়াই শুক্ৰবাৰে দুপৰীয়া উত্তপ্ত কৰি তুলিছিল হাইলাকান্দি চহৰ।

সংঘৰ্ষ নিয়ন্ত্ৰণৰ বাবে যোৱা আৰক্ষীৰ গুলীত এজন লোক নিহত হৈছে। মুখামুখি সংঘৰ্ষত প্ৰায় ১৫ গৰাকী ব্যক্তি আহত হৈছে। আহতৰ মাজত আছে আৰক্ষী জোৱানো।

সংঘৰ্ষকাৰীয়ে চহৰখনৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠানৰ ক্ষতি কৰাৰ লগতে জ্বলাই দিয়া হৈছে বহুকেইখন বাহন আৰু ই ৰিক্সা।

জানিব পৰা মতে এচ এচ ৰ’দস্থিত মছজিদৰ ভক্তসকলে শুকুৰবাৰে পথৰ ওপৰতে নামাজ পঢ়াৰ সিদ্ধান্ত লোৱাৰ পিছতে সূত্ৰপাত হয় সংঘৰ্ষটোৰ।

অভিযোগ মতে, যোৱা শনিবাৰে হাইলাকান্দিৰ উক্ত মছজিদৰ সম্মুখত ৰখাই থোৱা কেইবাখনো বাইকৰ ছিট কাটি গৈছিল একাংশ দুৰ্বৃত্তই। ঘটনাটোৰ প্ৰতিবাদত মছজিদৰ ভক্তসকলে ৰাজপথ বন্ধ কৰি নামাজ পঢ়াৰ সিদ্ধান্ত লৈছিল।

স্থানীয় আন এটা ফৈদে তেওঁলোকক বাধা দিয়াত দুয়ো পক্ষই শিলগুটিৰে আক্ৰমণ-প্ৰত্যাক্ৰমণত লিপ্ত হয়।

অপৰ্ণা লস্কৰ

অপৰ্ণা লস্কৰ

Stay Connected

  • 117k Fans

Recent News

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am
CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

CAA বাতিল কৰাৰ দাবীত ব্যাপক প্ৰতিবাদ অসম জাতীয় পৰিষদৰ

September 9, 2025 9:41 am
ভোট নিদিয়ে ৩ টা দলে, আজি কোন হ’ব নতুন উপ-ৰাষ্ট্ৰপতি? ৰাধাকৃষ্ণন-ৰেড্ডীৰ যুঁজত কি কয় সংখ্যাই?

ভোট নিদিয়ে ৩ টা দলে, আজি কোন হ’ব নতুন উপ-ৰাষ্ট্ৰপতি? ৰাধাকৃষ্ণন-ৰেড্ডীৰ যুঁজত কি কয় সংখ্যাই?

September 9, 2025 9:20 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

টোপনিত লালকাল সকলো, হঠাৎ পুৱতি নিশা বিস্ফোৰণ এচিৰ; নিমিষতে শেষ হৈ গ’ল পৰিয়ালটো

September 9, 2025 10:20 am
বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

বিশ্ব চেম্পিয়ন ডি গুকেশক পৰাস্ত কৰি ইতিহাস ৰচিলে ১৬ বছৰীয়া অভিমন্যু মিশ্ৰই

September 9, 2025 10:09 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd