• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, October 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ভোট নিদিয়ে ৩ টা দলে, আজি কোন হ’ব নতুন উপ-ৰাষ্ট্ৰপতি? ৰাধাকৃষ্ণন-ৰেড্ডীৰ যুঁজত কি কয় সংখ্যাই?

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 9, 2025 9:20 am
218
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

আজি (৯ ছেপ্টেম্বৰ মঙলবাৰ) অনুষ্ঠিত হ’ব নতুন উপ-ৰাষ্ট্ৰপতিৰ বাবে নিৰ্বাচন। প্ৰত্যক্ষ প্ৰতিদ্বন্দ্বিতা হ’ব শাসকীয় এন ডি এ মিত্ৰজোঁটৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণন আৰু বিৰোধী ইণ্ডিয়া জোঁটৰ উমৈহতীয়া প্ৰাৰ্থী অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বি সুদৰ্শন ৰেড্ডীৰ মাজত। সংসদৰ দুয়োটা সদনৰ – লোকসভা আৰু ৰাজ্যসভাৰ মুঠ ৭৮১ জন বৰ্তমানৰ সদস্যই এই নিৰ্বাচনত ভোটদানৰ বাবে যোগ্য।

সংখ্যাগৰিষ্ঠতা আৰু ৰাজনৈতিক অংকৰ ফালৰ পৰা এন ডি এৰ প্ৰাৰ্থী চি পি ৰাধাকৃষ্ণনে এই উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত জয়ী হোৱাটো প্ৰায় নিশ্চিত। নতুন সংসদ ভৱনত পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব আৰু সন্ধিয়া ৬ বজাৰ পৰা ভোটগণনা কৰা হ’ব। নিশাৰ ভিতৰত ফলাফল ঘোষণা হোৱাৰ সম্ভাৱনা আছে। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব লোকসভাৰ বৰ্তমানৰ ৫৪২জন সদস্য আৰু ৰাজ্যসভাৰ ২৩৯জন সদস্যই।

Apply Now

ইপিনে, ওড়িশাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী নবীন পাটনায়কৰ দল বিজু জনতা দল (বিজেডি) আৰু তেলেংগানাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ দল ভাৰত ৰাষ্ট্ৰ সমিতিয়ে উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লোৱা বুলি জানিব পৰা গৈছে। তেওঁলোকৰ এই সিদ্ধান্তই ৰাধাকৃষ্ণনৰ জয়ৰ সম্ভাৱনা আৰু অধিক বৃদ্ধি কৰিব পাৰে। বিজেডি আৰু বিআৰএছ কোনো মিত্ৰতা, এনডিএ বা ইণ্ডিয়াৰ অংশ নহয়। সোমবাৰে দুয়োটা দলে ঘোষণা কৰে যে এই হাইপ্ৰফাইল নিৰ্বাচনত তেওঁলোকৰ সাংসদসকলে ভোটদানৰ পৰা বিৰত থাকিব।

আনহাতে, হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইচিয়ে বিৰোধী প্ৰাৰ্থী বি সুদৰ্শন ৰেড্ডীক সমৰ্থন জনোৱাৰ বিপৰীতে অন্ধ্ৰপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীৰ দল ৱাই এছ আৰ চি পিয়ে এন ডি এৰ প্ৰাৰ্থীক সমৰ্থন জনাইছে। পঞ্জাৱৰ শিৰোমণি আকালি দলেও ভোটদানৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লৈছে। তেওঁলোকৰ মুঠ তিনিজন সাংসদ আছে।

ৰাজ্যসভাত এতিয়া বিজেডিৰ ৭ জন সদস্য। লোকসভাত তেওঁলোকৰ শূন্য। ইফালে বি আৰ এছৰ ৰাজ্যসভাত মুঠ ৪ জন সদস্য আছে। শিৰোমণি আকালি দলৰ লোকসভাত ১ জন, ৰাজ্যসভাত ২ জন সদস্য আছে। উপ-ৰাষ্ট্ৰপতি নিৰ্বাচনত ভোটদান কৰিব পাৰিব ৭৮১ জন লোকে। কিন্তু যিহেতু এই তিনিটা দলে ভোটদানৰ পৰা বিৰত থকাৰ বাবে মুঠ ভোটাৰৰ সংখ্যা ৭৬৭ হ্ৰাস পাব। ফলত যাদুকৰী সংখ্যা হ’ব ৩৮৪।

ইপিনে, দুয়োটা সদনত এন ডি এৰ সাংসদৰ সংখ্যা ৪২৫ (লোকসভাত বিজেপি নেতৃত্বাধীন এন ডি এৰ পক্ষত ২৯৩ জন সদস্য। আনফালে ১২৯ জন শাসকীয় মিত্ৰজোঁটৰ পক্ষত ৰাজ্যসভাত মনোনীত সদস্যও আছে।) ইয়াৰ উপৰিও ৱাই এছ আৰ কংগ্ৰেছৰ ১১ জন সাংসদে চৰকাৰী প্ৰাৰ্থীগৰাকীক সমৰ্থন জনোৱাৰ কথা ঘোষণা কৰিছে। আনহাতে, বিৰোধী ইণ্ডিয়া ব্লকৰ সাংসদৰ সংখ্যা ৩২৪ জন। এই স্থিতিত এন ডি এৰ প্ৰাৰ্থীৰ বিজয় প্ৰায় নিশ্চিত।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

বিজেপি চৰকাৰৰ অমানৱীয় কাণ্ড; কিয় নিজৰ চৰকাৰৰ বিৰুদ্ধেই ধৰ্ণাত বহিল শিৱৰাজ সিং চৌহান?

October 13, 2026 1:37 pm
হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

হাতত ত্ৰিৰংগ, গেট পাৰ হৈ যন্তৰ মন্তৰত প্ৰৱেশ; পুনৰ আটক চিজেপি নেতা সৌৰভ দাস-আশুতোষ ৰাংকা

October 13, 2026 11:45 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

৭০ শতাংশ পৰ্যন্ত হ্ৰাস পাব কৰ্কট ৰোগৰ ঔষধৰ দাম! কেতিয়াৰ পৰা সুবিধা লাভ কৰিব ৰোগীয়ে?

October 13, 2026 5:34 pm
৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

৩৩ বছৰ পূৰ্বে কিদৰে দেশৰ মুখ্য প্ৰতিবাদস্থলী হৈ পৰিছিল যন্তৰ মন্তৰ?

October 13, 2026 4:39 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd