• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত সাম্প্ৰদায়িক সংঘৰ্ষ! নামাজক লৈ উত্তপ্ত হাইলাকান্দিত সান্ধ্য আইন ।।Video

NE NOW NEWS এন ই নাও নিউজ
হাইলাকান্দি , May 10, 2019 5:43 pm

1 min read

3.7k
VIEWS
Share on FacebookShare on Twitter

অসমত অসম্ভৱ বুলি গণ্য কৰি অহা সাম্প্ৰদায়িক সংঘৰ্ষই শুকুৰবাৰে উত্তপ্ত কৰি তুলিছে বৰাক উপত্যকা।

নামাজক লৈ দুই ফৈদৰ কাজিয়াই উত্তপ্ত কৰি তোলা হাইলাকান্দি চহৰত দুপৰীয়া ১ বজাৰ পৰা জাৰি কৰা হৈছে সান্ধ্য আইন।

ইতিমধ্যে আৰক্ষীৰ সৈতে মুখামুখি সংঘৰ্ষত আহত হৈছে প্ৰায় ১৫ গৰাকী ব্যক্তি। আহতৰ মাজত আছে আৰক্ষী জোৱানো। ক্ষতিগ্ৰস্ত হৈছে চহৰখনৰ কেইবাটাও ব্যৱসায়িক প্ৰতিষ্ঠান। জ্বলাই দিয়া হৈছে বহুকেইখন বাহন আৰু ই ৰিক্সা।

জানিব পৰা মতে শুকুৰবৰীয়া নামাজক লৈ সৃষ্টি হোৱা কাজিয়াই ভয়ানক সংঘৰ্ষৰ ৰূপ লৈছে চহৰখনত।

এচ এচ ৰ’দস্থিত মছজিদৰ ভক্তসকলে শুকুৰবাৰে পথৰ ওপৰতে নামাজ পঢ়াৰ সিদ্ধান্ত লোৱাৰ পিছতে সূত্ৰপাত হয় সংঘৰ্ষটোৰ।

অভিযোগ মতে, যোৱা শনিবাৰে হাইলাকান্দিৰ উক্ত মছজিদৰ সম্মুখত ৰখাই থোৱা কেইবাখনো বাইকৰ ছিট কাটি গৈছিল একাংশ দুৰ্বৃত্তই। ঘটনাটোৰ প্ৰতিবাদত মছজিদৰ ভক্তসকলে ৰাজপথ বন্ধ কৰি নামাজ পঢ়াৰ সিদ্ধান্ত লৈছিল।

স্থানীয় আন এটা ফৈদে তেওঁলোকক বাধা দিয়াত দুয়ো পক্ষই শিলগুটিৰে আক্ৰমণ কৰে।

বৰ্তমান ব্যাপক উত্তেজনা বিৰাজ কৰা চহৰখনত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণৰ চেষ্টা কৰিছে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd