• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, March 1, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

‘‘ঠিক আছে যোৱা। আৰাম কৰা। দুবছৰ বহুত যুদ্ধ কৰিলা তুমি। ভাগৰো লাগিছে চাগে!’’

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , April 30, 2020 9:22 am

1 min read

‘‘ঠিক আছে যোৱা। আৰাম কৰা। দুবছৰ বহুত যুদ্ধ কৰিলা তুমি। ভাগৰো লাগিছে চাগে!’’
1.6k
VIEWS
Share on FacebookShare on Twitter

বলিউদৰ প্ৰখ্যাত অভিনেতা ইৰফান খানৰ ২৯ এপ্ৰিলত ৫৩ বছৰত বিয়োগ ঘটাত শোকত মৃয়মান হৈ পৰিছে বলিউদ সমাজৰ লগতে ভাৰতীয় চলচ্চিত্ৰ প্ৰেমীসকল।

বিশিষ্ট চলচ্চিত্ৰ পৰিচালক অনুভৱ সিনহাই অভিনেতা গৰাকীৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে।

‘‘এতিয়া তোমাৰ সময় আহিছিল….মোৰ ভাতৃ! এতিয়া তুমি কিমান কাম কৰিলা হেতেন যিবোৰ ইতিহাসৰ পাতত লিপিবদ্ধ হ’লহেতেন!,’’ অনুভৱ সিনহাই লিখে।

‘‘ঠিক আছে যোৱা। আৰাম কৰা। দুবছৰ বহুত যুদ্ধ কৰিলা তুমি। ভাগৰো লাগিছে চাগে,’’ অনুভৱ সিনহাই ভাবুক হৈ লিখে।

ক্ৰিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰেও অভিনেতা ইৰফান খানৰ বিয়োগত শোক প্ৰকাশ কৰিছে।

‘‘ইৰফান বিয়োগৰ খবৰ দুখদায়ক। তেওঁ মোৰ প্ৰিয় আছিল,’’ শচীনে লিখে।

আনহাতে, শচীন টেণ্ডুলকাৰে ইৰফান খানৰ প্ৰায় সকলবোৰ চলচ্চিত্ৰ উপভোগ কৰিছে বুলি উল্লেখ কৰি খানৰ অন্তিমখন চলচ্চিত্ৰ ইংৰাজী মিডিয়ামখনো চোৱা বুলি কয়।

অস্কাৰৰ তৰফৰ পৰাও অভিনেতা ইৰফান খানৰ মৃত্যুত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি খানক এগৰাকী মহান অভিনেতা আখ্যা দিয়ে।

Recent News

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

কৃষক আন্দোলন : লালকিল্লাত হোৱা হিংসাত্মক কাণ্ডৰ আঁৰত বিজেপিক জড়িত কৰিলে অৰবিন্দ কেজৰিৱালে

road-accident-1

বাক্সা জিলাৰ নাগ্ৰীজুলিত ভয়াৱহ পথ দুৰ্ঘটনা : নিহত এক; আহত ছয়

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

মুক্তি লাভ কৰিয়েই আৰক্ষীৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰিল শ্ৰমিক অধিকাৰ কৰ্মী নদীপ কৌৰ, অত্যাচাৰৰ লগতে বৰ্ণবৈষম্যমূলক আচৰণৰো অভিযোগ

index.jpgk

লাহৰীঘাটত অগপৰ প্ৰাৰ্থীত্ব কেন্দ্ৰীক অন্তঃকন্দল : ৰাজপথত জ্বলিল প্ৰাৰ্থীত্ব প্ৰত্যাশীৰ পুত্তলিকা

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd