• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 10, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

কাৰাগাৰ ভাঙি পলায়নৰ চেষ্টা : কংগোত মৃত্যু কমেও ১২৯ জনৰ

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
September 3, 2024 9:35 pm
364
VIEWS
Share on FacebookShare on Twitter

কংগোত সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা। কংগোৰ এটা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলায়নৰ চেষ্টা কৰি নিহত হৈছে শতাধিক লোক।

মঙলবাৰে কাৰাগাৰৰ কৰ্তৃপক্ষই জনোৱা মতে, কংগোৰ ৰাজধানী চহৰখনৰ মূল কাৰাগাৰৰ দেৱাল ভাঙি পলায়নৰ চেষ্টাত কমেও ১২৯ জন লোকৰ মৃত্যু হয়। যাৰ ফলত সমগ্ৰ অঞ্চলটোতে এক হুলস্থূলীয়া পৰিৱেশৰ দৃষ্টি হয়।

কংগোৰ স্বৰাজ মন্ত্ৰী জেকমিন শ্বাবানীয়ে ‘এক্স’যোগে কয় যে সোমবাৰে পুৱা কিনছাছাৰ মাকালা কেন্দ্ৰীয় কাৰাগাৰৰ পৰা পলাবলৈ চেষ্টা কৰি থকা অৱস্থাত ২৪ জন কয়দীক গুলীয়াই হত্যা কৰা হয়।

চৰকাৰে জনোৱা মতে এই ঘটনাত ৫৯ জন আহত লোক চিকিৎসাধীন হৈ আছে। ইয়াৰে কেইবাজনো ধৰ্ষণৰ গোচৰত অভিযুক্ত বু্লি জানিবলৈ দিছে। 

কাৰাগাৰটোলৈ পুনৰ শান্তি-শৃঙ্খলা ঘূৰাই আনিবলৈ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে।

এম্নেষ্টী ইণ্টাৰনেশ্যনেলে শেহতীয়া দেশৰ প্ৰতিবেদনত প্ৰকাশ কৰা অনুসৰি কংগোৰ সৰ্ববৃহৎ কাৰাগাৰ মাকালাত ১৫০০ গৰাকী কয়দী থাকিব পৰা ঠাই আৰু সুবিধা আছে। কিন্তু অতিৰিক্তভাবে কাৰাগাৰটিত ১২০০০ ৰো অধিক কয়দীক ৰখা হৈছে। ইয়াৰে অধিকাংশই বিচাৰৰ অপেক্ষাত আছে। যাৰ ফলত কাৰাগাৰটোত এই অনাহূত পৰিস্থিতিৰ সৃষ্টি কৰে কয়দীসকলে।

জানিব পৰা মতে, কংগোৰ অন্যান্য কাৰাগাৰৰ লগতে মাকালাতো ইমানেই ভিৰ যে মানুহে প্ৰায়ে অনাহাৰে মৃত্যুবৰণ কৰে । কাৰাগাৰসমূহ ভিৰমুক্ত কৰাৰ প্ৰচেষ্টাৰ অংশ হিচাপে এই বছৰ কেইবাজনো কয়দীক মুকলি কৰি দিয়া হৈছে।

Recent News

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

এন.ই.ফ’কাছৰ উদ্যোগত সম্পন্ন হয় ‘ব্ৰহ্মপুত্ৰঃ উন্নয়ন আৰু পৰিৱেশ তন্ত্ৰৰ ভাৰসাম্যতা শীৰ্ষক’ সন্মিলন

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

সাম্প্ৰদায়িক দৃষ্টিকোণেৰে আৰু বৃহৎ পুঁজিপতিৰ স্বাৰ্থত চলিছে ধুবুৰীৰ উচ্ছেদ: বিকল্প অবিহনে উচ্ছেদ বন্ধ কৰাৰ দাবী চিপিআই(এম)ৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

লেহেমীয়া ন্যায় ব্যৱস্থা! অসমৰ নিম্ন আদালতত অমীমাংসিত ৫ লাখৰো অধিক গোচৰ

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

ঔপনিৱেশিক ধ্বংসাৱশেষত পৰিণত হ’ব নেকি শিৱসাগৰৰ ৯০ বছৰীয়া দিখৌ দলং? এতিয়া চৰকাৰৰ হাতত দিখৌ দলঙৰ ভৱিষ্যত

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd