• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Thursday, January 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

আজিংক ৰাহানেৰ প্ৰসংশাত পঞ্চমুখ কেৰিবিয়ান ষ্টাৰ বেটছমেন ক্ৰিছ গেইল

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , January 4, 2021 9:23 pm

1 min read

আজিংক ৰাহানেৰ প্ৰসংশাত পঞ্চমুখ কেৰিবিয়ান ষ্টাৰ বেটছমেন ক্ৰিছ গেইল
141
VIEWS
Share on FacebookShare on Twitter

ভাৰতে অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে মেলবৰ্ণ টেষ্টত ঐতিহাসিক বিজয় সাব্যস্ত কৰাত অধিনায়ক আজিংক ৰাহানেৰ প্ৰসংশাত পঞ্চমুখ হৈ পৰিছে কেৰিবিয়ান ষ্টাৰ বেটছমেন ক্ৰিছ গেইল।

বিৰাট কোহলীৰ অনুপস্থিতিত অধিনায়কৰ দায়িত্ব বহন কৰা ৰাহানেই দ্বিতীয় টেষ্টৰ প্ৰথম ইনিংছত সুন্দৰ শতকীয় ইনিংছ খেলিছিল।

এই মেচখনত ভাৰতে অষ্ট্ৰেলিয়াক ৮ উইকেটত পৰাস্ত কৰিছিল।

ভাৰতীয় দলৰ এই বিজয়ৰ পিছতেই মহান ক্ৰিকেটাৰসকলে এয়া ক্ৰিকেট ইতিহাসৰ সবাটোকৈ শ্ৰেষ্ঠ প্ৰত্যাৱৰ্তনৰ ভিতৰত অন্যতম বুলি অভিহিত কৰিছে।

এই মেচখনত স্থায়ী অধিনায়ক বিৰাট কোহলী, ৰোহিত শৰ্মাৰ লগতে মহম্দ ছামিও নাছিল।

গেইলে এখন বাতৰিকাকতত দিয়া এটা সাক্ষাতত কয় যে ভাৰতে প্ৰথম টেষ্টৰ দ্বিতীয় ইনিংছত মাত্ৰ ৩৬ ৰানত অলআউট হওতে বিভিন্নজনৰ সমালোচনাৰ সন্মুখীন হৈছিল।

বাওঁহতীয়া বিস্ফোৰক বেটছমেনজনে কয়, ‘মই গোটেই মেচখন চোৱা নাছিলো। এডিলেইড টেষ্টৰ দ্বিতীয় ইনিংছত ভাৰতীয় দলে মাত্ৰ ৩৬ ৰানহে বনাব পাৰিছিল। ইয়াৰ পিছত ভাৰতীয় দলৰ ক্ৰিকেটাৰসকলৰ সন্দৰ্ভত বহু কিবা কিবি কোৱা হৈছিল’।

তেওঁ লগতে কয়, ‘ইয়াৰ পিছত মেলবৰ্ণ টেষ্টত ভাৰতে সুন্দৰ বিজয় সাব্যস্ত কৰে। টিম ইণ্ডিয়া প্ৰশংসাৰ যোগ্য। প্ৰথম টেষ্টত পৰাজয়ৰ পিছতো আজিংক ৰাহানেই চমৎকাৰ কৰি দিয়ে আৰু শৃংখলাত সমতা স্থাপন কৰে। তৃতীয় টেষ্ট চাবলগীয়া হ’ব’।

উল্লেখ্য যে দুয়োটা দলৰ মাজত শৃংখলাৰ চতুৰ্থখন টেষ্ট অহা ৭ জানুৱাৰিৰ পৰা ছিডনীত অনুষ্ঠিত হ’ব।

Recent News

Bajali

বৰপেটা পৰিবহণ বিভাগৰ চৰম ব্যৰ্থতা : পথ সুৰক্ষা সপ্তাহতে ৬ লোকৰ দুৰ্ঘটনাত মৃত্যু

index.jpgs

লাল কিল্লা কাণ্ডৰ পিছত চাপত কৃষক সংগঠন! : ১ ফেব্ৰুৱাৰীৰ সংসদ অভিযান বাতিল; কি হ’ব পৰৱৰ্তী কাৰ্যসূচী?

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

বিৰাট কোহলী, অভিনেত্ৰী তমন্না ভাটিয়ালৈ কেৰালা উচ্চ ন্যায়ালয়ৰ জাননী

index

ত্ৰিপুৰাৰ শিক্ষক বিক্ষোভত নিৰাপত্তাৰক্ষীসহ শতাধিক বিক্ষোভকাৰী আহত : ২ শতাধিক বিক্ষোভকাৰী শিক্ষকক গ্ৰেপ্তাৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd