DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 6, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিশাল ৰেলীৰে শিৱসাগৰত মনোনয়ন দাখিল কংগ্ৰেছৰ শুভ্ৰমিত্ৰ গগৈ আৰু বিজেপিৰ সুৰভি ৰাজকোঁৱৰীৰ

পার্শ্বজোতি গগৈ by পার্শ্বজোতি গগৈ
March 10, 2021 8:36 am
nomination sibsagar

ফটো: নৰ্থইষ্ট নাও।

247
VIEWS
Share on FacebookShare on Twitter

ৰাজ্যত অনুষ্ঠিত হবলগীয়া প্ৰথম পৰ্য্যায়ৰ নিৰ্বাচনৰ বাবে মনোনয়ন দাখিলৰ মঙলবাৰে অন্তিম দিন আছিল। মনোনয়ন দাখিলৰ অন্তিম দিনা শিৱসাগৰত কংগ্ৰেছ আৰু বিজেপিৰ  দুই গৰাকী প্ৰাৰ্খীয়ে মনোনয়ন দাখিল কৰে শিৱসাগৰ জিলা উপায়ুক্তৰ হাতত।

নগৰৰ বৰ্ডিং খেলপথাৰৰ পৰা পদব্ৰজেৰে এক বৃহৎ সমদল কৰি মনোনয়ন দাখিল কৰে কংগ্ৰেছৰ যুৱ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈয়ে।

শিৱসাগৰত কংগ্ৰেছৰ জয় এশ শতাংশ নিশ্চিত বুলি মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থী শুভ্ৰমিত্ৰ গগৈ। লগতে তেওঁ কয়, এইবাৰ বিৰোধী ধূলিসাৎ হব।

আনহাতে, শিৱসাগৰৰ কেপিএম হ’লৰ পৰা পদব্ৰজেৰে সমদল কৰি শিৱসাগৰ জিলা উপায়ুক্তৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰে বিজেপি প্ৰাৰ্থী সুৰভি ৰাজকোঁৱৰীয়ে।

বিজেপি প্ৰাৰ্থী গৰাকীৰ সমৰ্থনত মনোনয়ন দাখিলত সংগ দিয়ে বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাস আৰু যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈয়ে।

সুৰভি ৰাজকোঁৱৰীৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকি বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে কয় যে শিৱসাগৰৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে শিৱসাগৰবাসী ৰাইজে সুৰভি ৰাজকোঁৱৰীক বিপুল ভোটত জয়ী কৰাব।

কংগ্ৰেছ-এআইইউডিএফৰ মিত্ৰতাক শিৱসাগৰবাসীয়ে ঘৃণাৰ চকুৰে চাইছে। গতিকে এইবাৰ শিৱসাগৰবাসীয়ে বিজেপিক জয়ী কৰাব বুলি মন্তব্য কৰে সভাপতি গৰাকীয়ে।

Recent News

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

গুৱাহাটী বিশ্ববিদ্যালয়ক স্বচ্ছ আৰু নিকা পদ্ধতিৰে মেধাৰ তালিকা প্ৰস্তুত কৰিবলৈ আহ্বান প্ৰতিবন্ধী সুৰক্ষা সংস্থা, অসমৰ

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

BREAKING NEWS কোকৰাঝাৰৰ গৌৰাং নৈত সন্ধানহীন ইঞ্জিনীয়াৰিঙৰ এগৰাকী ছাত্র,ছাত্র জনৰ ঘৰ মিৰ্জাত

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

Sudden visit “পৰিবহন”ৰ কাৰ্যালয়ত “পৰিমল”, বিভাগটো সঁচাকৈয়ে হ’ব নে নিৰ্মল?

ESIC 2022

Assam Career : ESIC, গুৱাহাটীত চিকিৎসকৰ পদ খালী, কিদৰে কৰিব আবেদন

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd