• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, June 22, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

দিচাং ৰিজৰ্টত একাংশ প্ৰাৰ্থীয়ে জলকেলি কৰি থকাৰ সময়তে এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে দেখুৱাইছে নিদৰ্শন

নিৰ্বাচনত জয়ী হওঁক বা নহওঁক, নিজৰ কৰ্মৰ চানেকিৰে ৰাইজৰ হৃদয় জিনিছে মীৰা বৰঠাকুৰে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 25, 2021 3:03 pm
AJOY VS MIRA
495
VIEWS
Share on FacebookShare on Twitter

সোণাপুৰস্থিত দিচাং ৰিজৰ্টত ‘হৰ্চ’ সজাই বহু কংগ্ৰেছ প্ৰাৰ্থী আৱদ্ধ কৰি ৰখা হৈছে।

ক’ৰ’ণাৰ ত্ৰাসৰ মাজতে চাবুৱা সমষ্টিৰ বিধায়ক প্ৰাৰ্থী অজয় ফুকনকে ধৰি বহু প্ৰাৰ্থীয়ে ৰিজৰ্টৰ চুইমিঙ পুলত জলকেলি কৰি ফেচবুকত ফটো ভিডিঅ’ আপলোড কৰিছে। যাক লৈ চ’ছিয়েল মেডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে দিচাং ৰিজৰ্টত আৱদ্ধ হৈ থকা কংগ্ৰেছী প্ৰাৰ্থীসকল।

তেনে সময়তে পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰে দেখুৱাইছে অন্য এক নিদৰ্শন। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বৰঠাকুৰৰ নেতৃত্বত গঠিত ‘আইনা’ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণৰে এক অনন্য নিৰ্দেশন দেখুৱাইছে মীৰা বৰঠাকুৰে।  ইয়াকে লৈ এতিয়া সকলোৱে বৰঠাকুৰক বিভিন্নজনে ছ’চিয়েল মেডিয়াত প্ৰশংসাৰে উপচাই পেলাইছে।

বহুতে এইদৰেও লিখিছে ‘সুন্দৰ পদক্ষেপ বাইদেউ। বাইদেউ দুখ লাগিছে আপোনা লোকৰ এচাম নেতাই যে দিচাঙত কি কৰি আছে বাৰু দেশৰ এনে দুযোৰ্গৰ সময়। আপুনি এবাৰ কওঁক এতিয়া মনোৰঞ্জন এৰক। আপোনাক ধন্যবাদ।‘

জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু সচেতন হ’বলৈ পৰামৰ্শ প্ৰদান কৰি মাস্ক আৰু চেনিটাইজাৰ বিতৰণ এক অনন্য সামাজিক দায়বদ্ধতা বুলি উল্লেখ কৰিব পাৰি।

তাৰ বিপৰীতে সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নথকা একাংশ কংগ্ৰেছ প্ৰাৰ্থীয়ে দিচাং ৰিজৰ্টত আৱদ্ধ হৈ জলকেলিত ব্যস্ত থকাটোৱে ইয়াৰ ওলোটা এখন ছবিহে দাঙি ধৰিছে।

Recent News

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

মাতৃৰ কোলাত উঠিয়েই স্নাতক ডিগ্ৰী লাভ কৰিলে যোৰহাটৰ বিষ্ণুপ্ৰিয়াই

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

পেহেলগামৰ আক্ৰমণকাৰীক আশ্ৰয় দি NIA-ৰ জালত দুজন, চিনাক্ত হৈছে তিনি লস্কৰ-ই তৈয়বাৰ সন্ত্ৰাসবাদী

গাজা-ইৰাণত ইজৰাইলৰ আক্ৰমণক লৈ ভাৰত চৰকাৰ ‘মৌন’, সৰৱ ছোনিয়া গান্ধী

গাজা-ইৰাণত ইজৰাইলৰ আক্ৰমণক লৈ ভাৰত চৰকাৰ ‘মৌন’, সৰৱ ছোনিয়া গান্ধী

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

এসময়ত আছিল মুকেশ আম্বানীৰ ‘সোঁহাত’, ৭৫ কোটিৰ দৰমহা এৰি বাছি ল’লে আন এক জীৱন, কিয়?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd