• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

দিচাং ৰিজৰ্টত একাংশ প্ৰাৰ্থীয়ে জলকেলি কৰি থকাৰ সময়তে এইগৰাকী কংগ্ৰেছ প্ৰাৰ্থীয়ে দেখুৱাইছে নিদৰ্শন

নিৰ্বাচনত জয়ী হওঁক বা নহওঁক, নিজৰ কৰ্মৰ চানেকিৰে ৰাইজৰ হৃদয় জিনিছে মীৰা বৰঠাকুৰে

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
April 25, 2021 3:03 pm
AJOY VS MIRA
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সোণাপুৰস্থিত দিচাং ৰিজৰ্টত ‘হৰ্চ’ সজাই বহু কংগ্ৰেছ প্ৰাৰ্থী আৱদ্ধ কৰি ৰখা হৈছে।

ক’ৰ’ণাৰ ত্ৰাসৰ মাজতে চাবুৱা সমষ্টিৰ বিধায়ক প্ৰাৰ্থী অজয় ফুকনকে ধৰি বহু প্ৰাৰ্থীয়ে ৰিজৰ্টৰ চুইমিঙ পুলত জলকেলি কৰি ফেচবুকত ফটো ভিডিঅ’ আপলোড কৰিছে। যাক লৈ চ’ছিয়েল মেডিয়াত তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে দিচাং ৰিজৰ্টত আৱদ্ধ হৈ থকা কংগ্ৰেছী প্ৰাৰ্থীসকল।

Apply Now

তেনে সময়তে পশ্চিম গুৱাহাটী সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী মীৰা বৰঠাকুৰে দেখুৱাইছে অন্য এক নিদৰ্শন। গুৱাহাটীৰ বিভিন্ন প্ৰান্তত বৰঠাকুৰৰ নেতৃত্বত গঠিত ‘আইনা’ নামৰ স্বেচ্ছাসেৱী সংস্থাৰ উদ্যোগত মাস্ক আৰু ছেনিটাইজাৰ বিতৰণৰে এক অনন্য নিৰ্দেশন দেখুৱাইছে মীৰা বৰঠাকুৰে।  ইয়াকে লৈ এতিয়া সকলোৱে বৰঠাকুৰক বিভিন্নজনে ছ’চিয়েল মেডিয়াত প্ৰশংসাৰে উপচাই পেলাইছে।

বহুতে এইদৰেও লিখিছে ‘সুন্দৰ পদক্ষেপ বাইদেউ। বাইদেউ দুখ লাগিছে আপোনা লোকৰ এচাম নেতাই যে দিচাঙত কি কৰি আছে বাৰু দেশৰ এনে দুযোৰ্গৰ সময়। আপুনি এবাৰ কওঁক এতিয়া মনোৰঞ্জন এৰক। আপোনাক ধন্যবাদ।‘

জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি আৰু সচেতন হ’বলৈ পৰামৰ্শ প্ৰদান কৰি মাস্ক আৰু চেনিটাইজাৰ বিতৰণ এক অনন্য সামাজিক দায়বদ্ধতা বুলি উল্লেখ কৰিব পাৰি।

তাৰ বিপৰীতে সমাজৰ প্ৰতি কোনো দায়বদ্ধতা নথকা একাংশ কংগ্ৰেছ প্ৰাৰ্থীয়ে দিচাং ৰিজৰ্টত আৱদ্ধ হৈ জলকেলিত ব্যস্ত থকাটোৱে ইয়াৰ ওলোটা এখন ছবিহে দাঙি ধৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

৪৮ হাজাৰ কোটিৰ মহাপ্ৰকল্প! চাপৰত আদানিৰ ৩২০০ মেগাৱাট তাপ বিদ্যুৎ কেন্দ্ৰৰ আধাৰশিলা

September 22, 2026 7:24 pm
প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

প্ৰতিবাদলৈ কিয় ইমান বাধা? শিৱসাগৰ ৰে’ল ষ্টেচনত বানপীড়িতক ৰোধৰ অভিযোগ

September 22, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

বন্দে মাতৰম নাগালেও ফৌজদাৰী অপৰাধ নহয়! ছুপ্ৰিম ক’ৰ্টৰ গুৰুত্বপূৰ্ণ মন্তব্য

September 22, 2026 9:47 pm
আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

আজমলৰ হুংকাৰ- ‘ইনশাল্লাহ, ময়েই জিকিম’, বিজেপি প্ৰাৰ্থী দেৱাশীষ শৰ্মাক ইংৰাজীত কথা ক’বলৈ ‎প্ৰত্যাহ্বান

September 22, 2026 7:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd