• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Monday, April 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

কা আন্দোলনত ষড়যন্ত্ৰমূলকভাৱে মোক আটক কৰা হৈছিল: মনোৰঞ্জন বৰগোঁহাঞি

NE NOW NEWS মানস প্রতীম গগৈ
মার্ঘেৰিটা , March 12, 2021 2:44 pm

1 min read

Manoranjan Borgohain

মাৰ্ঘেৰিটাৰ কংগ্ৰেছ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিৰ সংবাদমেল। ফটো: নৰ্থইষ্ট নাও।

246
VIEWS
Share on FacebookShare on Twitter

১২৪ নং মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিয়ে শুকুৰবাৰে সংবাদমাধ্যমৰ আগত কয় যে কা আন্দোলনত তেওঁ গ্ৰেপ্তাৰ হৈ ১৩ দিন জেল হাজোতলৈ যাব লগা হৈছিল।

কা আন্দোলনৰ সময়ত তেওঁক ষড়যন্ত্ৰমূলকভাৱে আটক কৰা হৈছিল বুলি তেওঁ সদৰী কৰে।

তেওঁ সংবাদমাধ্যমৰ আগতৰ স্পষ্টীকৰণ দি জানিবলৈ দিয়ে যে বৰ্তমান তেওঁৰ বিৰুদ্ধে কোনো ধৰণৰ চাৰ্জচিট হোৱা নাই আৰু আদালতৰ পৰা তেওঁ জামিন লাভ কৰিছে।

উল্লেখ্য যে মাৰ্ঘেৰিটা ব্লক কংগ্ৰেছ সমিতিৰ সভাপতি তথা অসম কংগ্ৰেছৰ মুখপাত্ৰৰ দায়িত্বত আছিল বৰগোহাঁঞি।

প্ৰথমবাৰ বাবে কংগ্ৰেছৰ টিকট লাভ কৰি মনোৰঞ্জন বৰগোহাঁঞি যথেষ্ট আত্মবিশ্বাসী বুলি জানিবলৈ দিয়ে।

যোৱা মঙলবাৰে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকেৰে সমৃদ্ধ হৈ ঢোলে ডগৰে বিভিন্ন সাংস্কৃতিক দলেৰে সমদল কৰি উত্তৰ মাৰ্ঘেৰিটা নামঘৰত সেৱা লৈ মাৰ্ঘেৰিটাৰ কংগ্রেছ প্রাৰ্থী মনোৰঞ্জন বৰগোহাঁঞিয়ে মাৰ্ঘেৰিটা মহকুমাধিপতি কাৰ্যালয়ত মনোনয়ন দাখিল কৰিছিল।

বিগত সময়চোৱাত মাৰ্ঘেৰিটাত কংগ্ৰেছৰ প্রাৰ্থিত্বকেন্দ্রিক সংঘাতত জৰ্জৰিত হোৱা কংগ্রেছ দলৰ মনোনয়ন পত্র দাখিলৰ সময়ত  বিৰোধ কৰি থকা  প্রাৰ্থিত্বৰ পৰা বঞ্চিত হোৱা ৰুবুল গগৈয়েও বৰগোহাঁঞিক সংগ দিছিল।

যিসময়ত মাৰ্ঘেৰিটাত কংগ্রেছ প্রায় শূন্য হোৱা বুলি চৰ্চা চলিছিল তেনে সময়ত সমাগত নিৰ্বাচনত কংগ্রেছ দলক উলাই কৰাটো যে কঠিন হ’ব সেয়া  প্রমানিত হৈছে।

Recent News

Biswanath

বিশ্বনাথত ভয়ংকৰ পথ দুৰ্ঘটনা : মহিলাসহ ৮ যাত্ৰী গুৰুতৰভাৱে আহত

index.jpgm

কৰোনাতংকৰ মাজতে বিজেপিৰ ৰোডশ্ব’ত হঠাতে অসুস্থ হৈ পৰিল মিঠুন চক্ৰৱৰ্তী; চিকিৎসালয়ত ভৰ্তি

Eyg727-VoAACecL-750x375

অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বৰ্ষীয়ান ৰাজনীতিক ডাঃ ভূমিধৰ বৰ্মনৰ পৰলোকপ্ৰাপ্তি

COVID19-image-credit-Odishatv-750x375

চৰকাৰৰ শিথিলতাই পুনৰ কোভিড সংক্ৰমণৰ মূল কাৰণ; চিপিআই (এম)

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd