• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, April 21, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

টীয়কত বিজেপিৰ দুৰ্গত কঁপনি তুলিছে কংগ্ৰেছৰ প্ৰাৰ্থী পল্লৱী গগৈয়ে

NE NOW NEWS নিৰ্মলেন্দু পাঠক
টীয়ক , March 19, 2021 5:05 pm

1 min read

ajp
259
VIEWS
Share on FacebookShare on Twitter

টীয়কত বিজেপি মিত্ৰ জোঁটৰ প্ৰাৰ্থীৰ বাবে জয় সিমান সহজ নহ’ব।

২০১৬ ৰ বিধানসভা নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীতকৈ মাত্ৰ কেইটামান ভোটহে কম পোৱা কংগ্ৰেছৰ পল্লৱী গগৈয়ে এইবাৰো সমষ্টিটোত বিজেপিৰ বাবে হৈ পৰিছে তীব্ৰ প্ৰত্যাহ্বান।

চৌদিশে নিৰ্বাচনী বতাহ।সমষ্টিৰ চুকে কোণে গাঁৱে ভুঞে প্ৰাৰ্থীসকল ব্যস্ত নিজ নিজ প্ৰচাৰত।

টীয়কতো কংগ্ৰেছ দলৰ প্ৰাৰ্থী যুৱনেত্ৰী পল্লবী গগৈয়ে গাঁৱে গাঁৱে প্ৰচাৰ অভিযান আৰম্ভ কৰা দেখা গৈছে ।

প্ৰতিজন ভোটাৰক ওচৰৰ পৰা লগ পাই তেওঁলোকৰ অভাৱ অভিযোগ তথা নিৰ্বাচনৰ পাছত জয়ী হ’লে সেইসকল ৰাইজৰ বাবে কি কৰণীয় থাকিব তাক নিখুঁতভাৱে অনুভৱ কৰাৰ অৰ্থে ঘৰে ঘৰে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে বুলি মন্তব্য কৰিছে যুৱনেত্ৰী পল্লবী গগৈয়ে ।

উল্লেখযোগ্য যে যোৱা ১৬ ৰ নিৰ্বাচনত মিত্ৰজোঁটৰ প্ৰাৰ্থীগৰাকীৰ লগত অতি কম ভোটত পৰাস্ত হোৱা পল্লবী গগৈয়ে আজি টীয়কৰ ভিতৰুৱা বান বিধ্বস্ত অঞ্চল ঔগুৰি বৰকুৰত উপস্থিত হৈ ৰাইজৰ ঘৰে ঘৰে সোমাৱাৰ লগতে কেইবাটাও নিৰ্বাচনী কাৰ্যালয় উদ্বোধন কৰে।

কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ বাবেই সমষ্টিটোত বিজেপিৰ দুৰ্গত কঁপনি উঠা বুলি বিভিন্ন মহলত চৰ্চা হৈছে।

Recent News

HBS press meet

স্থগিত হ’ব নেকি ৰাজ্যৰ হাইস্কুল শিক্ষান্ত আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা! কি ক’লে শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই?

Sunidhi

বলিউদৰ দুই বিখ্যাত সংগীত পৰিচালকে কিয় সুনীধি চৌহানক বেগ সামৰি ঘৰলৈ ওভতি যাবলৈ কৈছিল?

index.jpg

কোভিড১৯ত আক্ৰান্ত কেন্দ্ৰীয় শিক্ষা মন্ত্ৰী ৰমেশ পখ্ৰিয়াল নিশাংক

Bhitali Das1

কেনে আছে ‘দৰদী’ কন্ঠশিল্পী ভিতালী দাস? জানক শেহতীয়া খবৰ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd