• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

নিচেই কম ভোটত জয়ী বিজেপি প্ৰাৰ্থী : হাৰিয়ানাৰ নিবাৰ্চনত ৰিগিঙৰ অভিযোগ তুলি নিৰ্বাচন আয়োগৰ দাৰস্থ কংগ্ৰেছ

কোকিল শইকীয়া by কোকিল শইকীয়া
October 16, 2024 8:20 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

হাৰিয়ানাৰ ১৩টা সমষ্টিৰ ফলাফল সন্দৰ্ভত বিস্ফোৰক অভিযোগ উত্থাপন কৰি নিৰ্বাচন আয়োগৰ দাৰস্থ হৈছে কংগ্ৰেছ। এই আটাইকেইটা সমষ্টিতে ইভিএম ৰিগ কৰা বুলি অভিযোগ উত্থাপন কৰিছে হাৰিয়ানা প্ৰদেশ কংগ্ৰেছৰ নেতাসকলে।

হাৰিয়ানাৰ বিধানসভা নিৰ্বাচনৰ ফলাফলত কংগ্ৰেছ কাৰ্যতঃ হতাশ। কাৰণ প্ৰায় সকলো সমীক্ষাত কোৱা হৈছিল যে ৰাজ্যখনত এইবাৰ কংগ্ৰেছে ক্ষমতা লাভ কৰিব। কিন্তু ফলাফলত সকলো নিৰ্বাচনী সমীক্ষা ভুল প্ৰমাণিত হ’ল।

Apply Now

ভোট গণনাৰ দিয়া যদিও গণনাৰ আৰম্ভণিত কংগ্ৰেছ আগবাঢ়ি আছিল, কিন্তু সময়ৰ লগে লগে বিজেপি বহু আগুৱাই যায়।

শেষত হাৰিয়ানাৰ ৯০খন আসনৰ ভিতৰত বিজেপিয়ে ৪৮খন, কংগ্ৰেছে ৩৭খন, আইএনএলডিয়ে ২খন আৰু নিৰ্দলীয় প্ৰাৰ্থীয়ে ৩খন আসন লাভ কৰে।

গণনাৰ দিনা কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে অভিযোগ কৰে যে, ‘লোকসভা নিৰ্বাচনৰ দৰেই হাৰিয়ানা নিৰ্বাচনতো আমি আয়োগৰ ৱেবছাইটত শেহতীয়া তথ্যসমূহ পলমকৈ আপলোড হোৱা দেখিবলৈ পাইছোঁ। বিজেপিয়ে প্ৰশাসনক হেঁচা প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছে নেকি?’

এইবাৰ কংগ্ৰেছে হাৰিয়ানাৰ ১৩টা সমষ্টিৰ ফলাফলক লৈ প্ৰশ্ন উত্থাপন কৰি নিৰ্বাচন আয়োগক স্মাৰক পত্ৰ দাখিল কৰিছে। এই ১৩খন আসনৰ ভিতৰত বিজেপিয়ে ১২খন আসন আৰু আইএনএলডিয়ে ১খন আসন লাভ কৰে। ইয়াৰে ১১ খন আসনত কংগ্ৰেছ আৰু বিজেপিৰ মাজত পোনপটীয়াকৈ প্ৰতিদ্বন্দ্বিতা হয়, ১ খন আসনত আইএনএলডি আৰু কংগ্ৰেছৰ মাজত প্ৰতিদ্বন্দ্বিতা হয় আৰু ১খন আসনত বিজেপি বনাম নিৰ্দলীয় প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা কৰে।

এই ১৩ খন আসন হ’ল –

উচনা কলন – এই আসনত বিজেপিৰ প্ৰাৰ্থীয়ে মাত্ৰ ৩২টা ভোটত কংগ্ৰেছৰ ব্রিজেন্দ্ৰ সিঙক পৰাস্ত কৰে।

পাটৌডী – বিজেপিৰ প্ৰাৰ্থী বিমলা চৌধুৰীয়ে কংগ্ৰেছ প্ৰাৰ্থী পাৰ্ল চৌধুৰীক ৪৬,৫৩০ ভোটত পৰাস্ত কৰে।

ইন্দ্ৰি – এই আসনত কংগ্ৰেছৰ প্ৰাৰ্থী ৰাকেশ কম্বোজ বিজেপি প্ৰাৰ্থী ৰাম কুমাৰ কাশ্যপৰ হাতত ১৫,১৪৯ টা ভোটত পৰাস্ত হয়।

বদখাল – কংগ্ৰেছৰ বিজয় প্ৰতাপ সিঙক ৬১৮১টা ভোটত পৰাস্ত কৰে বিজেপি প্ৰাৰ্থীয়ে।

ফৰিদাবাদ এন আই টি – হাৰিয়ানাৰ এই সমষ্টিৰ ফলাফলক লৈও কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে। ইয়াত বিজেপিৰ প্ৰাৰ্থী সতীশ কুমাৰে ৩৩,২১৭টা ভোটত জয়লাভ কৰে।

নলৱা – বিজেপিৰ প্ৰাৰ্থী ৰণধীৰ পানীহাৰে এই আসনত ১২,১৪৪ টা ভোটত জয়লাভ কৰে।

ৰাণিয়া – এই কেন্দ্ৰত INLD প্ৰাৰ্থী বনাম কংগ্ৰেছ প্ৰাৰ্থীৰ মাজত তীব্ৰ যুঁজ হয়। শেষত কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকী ৪১৯১টা ভোটত পৰাস্ত হয়।

পালৱাল – কংগ্ৰেছ প্ৰাৰ্থী কৰণ সিং দলাল বিজেপি প্ৰাৰ্থী গৌৰৱ গৌতমৰ হাতত ৩৩,৬০৫ টা ভোটত পৰাস্ত হয়।

বল্লভগড় – ১৭,৭৩০ ভোটত বিজেপিৰ প্ৰাৰ্থী মুল চান্দ শৰ্মাই এই আসনত জয়লাভ কৰে। কংগ্ৰেছেও এই সন্দৰ্ভত প্ৰশ্ন উত্থাপন কৰিছে।

বৰৱালা – কংগ্ৰেছ প্ৰাৰ্থীক ২৬,৯৪২ টা ভোটত পৰাস্ত কৰে বিজেপি প্ৰাৰ্থীয়ে।

ঘৰুণ্ডা – এই আসনত বিজেপি প্ৰাৰ্থী আৰু কংগ্ৰেছ প্ৰাৰ্থীৰ মাজৰ ব্যৱধান অতি কম। বিজেপিৰ প্ৰাৰ্থীগৰাকীয়ে ৪৫৩১টা ভোটত জয়লাভ কৰে।

কোছলি – ১৭,২০৯ টা ভোটৰ ব্যৱধানত বিজেপিৰ প্ৰাৰ্থী অনিল যাদৱে এই বিধানসভা আসনত জয়লাভ কৰে।

বাদশাপুৰ – ৬০,৭০৫ টা ভোট লাভ কৰি বিজেপিৰ প্ৰাৰ্থী ৰাও নৰবীৰ সিঙে জয়লাভ কৰে।

 

এই আটাইকেইটা সমষ্টিৰ ফলাফলত বিজেপিয়ে গণ্ডগোল কৰা বুলি অভিযোগ উত্থাপন কৰিছে কংগ্ৰেছে। ইতিমধ্যে নিৰ্বাচন আয়োগলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰা হৈছে। পৰৱৰ্তী সময়ত আয়োগে কি সিদ্ধান্ত লয় সেয়া হ’ব লক্ষনীয়।

কোকিল শইকীয়া

কোকিল শইকীয়া

সাংবাদিক, নৰ্থ-ইষ্ট নাও

Stay Connected

  • 117k Fans

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

শিৱৰাজ সিং চৌহানৰ পুত্ৰৰ মানহানিৰ গোচৰ: ৰাহুল গান্ধীয়ে আদালতত প্ৰকাশ কৰিলে অনুশোচনা

June 25, 2026 8:41 pm
চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

চাঞ্চল্যকৰ ঘটনা! অভিনেত্ৰীৰ ফ্লেটৰ পৰা উদ্ধাৰ যুৱ ব্যৱসায়ীৰ মৃতদেহ; তদন্ত আৰম্ভ আৰক্ষীৰ

June 25, 2026 8:32 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

নাগৰিকত্ব প্ৰমাণৰ বাবে পাছপ’ৰ্ট হ’ব বৈধ নথি, কেন্দ্ৰীয় চৰকাৰৰ মন্তব্য নাকচ কৰিলে নিৰ্বাচন আয়োগে

June 25, 2026 9:27 pm
ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

ব্যৱসায়িক এলপিজি চিলিণ্ডাৰৰ সকলো নিষেধাজ্ঞা প্ৰত্যাহাৰ: হোটেল আৰু ৰেষ্টুৰেণ্টৰ গৰাকীসকললৈ সুখবৰ

June 25, 2026 9:14 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd