DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, January 28, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অচিৰেই ‘হাত’ এৰি ‘হাতী’লৈ দুলু আহমেদ! অগপ ভৱনলৈ ৰূপান্তৰিত হ’ব হাজোৰ ৰাজীৱ ভৱন

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 27, 2020 6:46 pm
67677129_575898316275861_3797118841943752704_n

দুলু আহমেদ।

265
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছ এৰি এতিয়া অগপৰ সৈতে চামিল হ’ব হাজোৰ নেতা দুলু আহমেদ।

এক নিৰ্ভৰযোগ্য সুত্ৰই জনোৱা অনুসৰি অহা ১০ ছেপ্টেম্বৰত কংগ্ৰেছ দলৰ পরা পদত্যাগী নেতা দুলু আহমেদ অসম গণ পৰিষদ দলত আনুষ্ঠানিকভাৱে যোগদান কৰিব।

অগপৰ পৰাই ২০২১’ৰ নিৰ্বাচনত হাজো নাইবা ছয়গাওঁ সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰাৰ পূৰ্ণ সম্ভাৱনা থকা বুলি ব্যক্ত কৰে সূত্ৰটোৱে।

যোৱা ২৩ আগষ্টত দলীয় নেতৃত্বৰ সংঘাতত  কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছিল দুলু আহমেদে।

তাৰ পাছত যোৱা ২৪ আগষ্টত নাম উচ্চাৰণ নকৰাকৈ কংগ্ৰেছৰ শীৰ্ষ নেতৃত্বৰ চৰিত্ৰ হননৰ প্ৰসংগ উত্থাপন কৰিছিল দুলুৱে।

শেহতীয়াকৈ বৃহস্পতিবাৰে দুলু আহমেদৰ সমর্থকে হাজোৰ কলিতাকুচি ৰাজীৱ ভৱনৰ হৰ্ডিং পোষ্টাৰ লণ্ড-ভণ্ড কৰি তলা ওলোমাই দিয়ে।

যোৱা ২৪ আগষ্টত দুলুৱে সংবাদমেলত স্পষ্ট কৰিছিল যে তেওঁ যি দলত যায় সেই দলৰে কাৰ্যালয়লৈ ৰাজীৱ ভৱনটো ৰূপান্তৰ কৰিব। কিয়নো দুলু আহমেদৰ নিজৰ মাটিত আছে সেই ৰাজীৱ ভৱন।

হয়তো হাজোৰ ৰাজীৱ ভৱন অগপ ভৱনলৈ ৰূপান্তৰিত হোৱাৰ সম্ভাৱনা প্ৰকট হৈ পৰিছে।

Recent News

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

‘পাগলখানা হ’ল এই দেশ!’, পাঠান চাবলৈ ছবিগৃহত ভিৰ দেখি প্ৰাক্তন ন্যায়াধীশৰ উদ্ভট মন্তব্য

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

ভাৰত জোড়ো যাত্ৰালৈ কাশ্মীৰতো বিপুল সহাঁৰি : ৰাহুলৰ যাত্ৰাত যোগদান মেহবুবা মুফতীৰ

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

আকৌ সংকটত পৰিব নেকি মোদী চৰকাৰ? পুনৰ আৰম্ভ হৈছে কৃষক আন্দোলন!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

চৰকাৰৰ সুৰতে সুৰ মিলাই চলিছে অসমৰ প্ৰচাৰ মাধ্যম!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd