DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Tuesday, July 5, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

অসমত উপস্থিত কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী, পোনে পোনে গ’ল কামাখ্যা মন্দিৰলৈ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 1, 2021 10:17 am
Priyanka-Gandhi-750x375
187
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছৰ অসম বচাও কাৰ্যসূচীত অংশগ্ৰহণৰ উদ্দেশ্যে আজি পুৱা আহি অসমত গুৱাহাটীত উপস্থিত হৈছে ছোনিয়া তনয়া তথা কংগ্ৰেছৰ সাধাৰণ স্পাদিকা প্ৰিয়ংকা গান্ধী।

গুৱাহাটীত উপস্থিত হৈয়েই প্ৰিং.কাই আজি পোনে পোনে কামাখ্যা  মন্দিৰলৈ যায় আৰু পূজা-অৰ্চনা কৰে।

দুদিনীয়া ভ্ৰমণসূচীলৈ অসমলৈ অহা কংগ্ৰেছ নেত্ৰীগৰাকীয়ে দলটোৰ কেইবাখনো সভাত অংশগ্ৰহণ কৰিব।

আজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত প্ৰিংয়কা গান্ধীক আদৰণি জনায় অসম কংগ্ৰেছৰ দায়িত্বত থকা জিতেন্দ্ৰ সিং আৰু ছয়গাঁও সমষ্টিৰ কংগ্ৰেছ বিধায়ক ৰেকিবুদ্দিন আহমেদে।

Assam extends a warm welcome to Hon'ble GS, AICC, Smt.@PriyankaGandhi & we are sure your leadership will pave the way for a progressive Assam.The day is not far when Congress comes to power,as Assam will choose unity & democracy against divisive governance.#AxomoloiSwagotomPGV pic.twitter.com/zJ9Pi61xMd

— Pradyut Bordoloi (@pradyutbordoloi) March 1, 2021

আজি প্ৰিয়ংকা গান্ধীয়ে গুৱাহাটীৰ পৰা লখিমপুৰলৈ যাব।

লখিমপুৰত তেওঁ দলীয় সভাত অংশগ্ৰহণ কৰি কংগ্ৰেছ কৰ্মীসকলৰ মনোবল বৃদ্ধি কৰিব।

অসমত কংগ্ৰেছৰ বেয়া অৱস্থা চলি থকা বুলি বিভিন্ন মহলত আলোচনা হৈ থকাৰ সময়তে প্ৰিয়ংকা গান্ধীৰ অসম ভ্ৰমণ তাৎপৰ্যপূৰ্ণ বিবেচিত হৈছে।

 

Recent News

Blood donation

Benifits of Blood Donation: ৰক্তদান সকলোৱে কৰে, নহয় জানো? ৰক্তদান কিয় কৰিব লাগে জানেনে?

Jasprit Bumrah breaks Kapil Dev’s record

বুমৰাহৰ আন এক অভিলেখ: ভংগ কৰিলে কপিল দেৱৰ নামত থকা ৪০ বছৰ পুৰণি ৰেকৰ্ড

Assam Career

Assam Career : অসম কৃষি বিশ্ববিদ্যালয়ত প্ৰকল্প সহযোগীৰ পদ খালী পদ, কিদৰে কৰিব আবেদন?

Applications are invited for various teaching and research based positions under NIELIT Guwahati.

Assam Career : NIELIT গুৱাহাটীত বিভিন্ন খালী পদৰ পূৰণৰ বাবে আবেদন আহ্বান, কিদৰে কৰিব আবেদন?

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd