• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 31, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

টীয়কত অগপৰ জাতীয় ঐক্য সন্মিলনত কংগ্ৰেছক কৰ’ণা ভাইৰাছৰ লগত তুলনা অতুল বৰাৰ

নীৰ্মলেন্দু পাঠক by নীৰ্মলেন্দু পাঠক
January 3, 2021 6:08 pm
index.jpg
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ন সাজেৰে ন উদ্যমেৰে সুস্থ চিন্তাৰে, প্ৰগতিশীল জাতীয়তাবাদেৰে বৃহত্তৰ অসমীয়া জাতি গঠন লক্ষ্যেৰে আজি যোৰহাটৰ জিলাৰ ১০২ নং টীয়ক বিধানসভা সমষ্টিৰ জগদুৱাৰ লক্ষ্মীপূজাৰ খেলপথাৰত টীয়ক অগপ বিধান পৰিষদৰ উদ্যোগত এখনি জাতীয় ঐক্য সন্মিলন দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি তথা অসম চৰকাৰৰ মন্ত্ৰী কেশৱ মহন্তকে প্ৰমুখ্য কৰি কেইবাজনো দলীয় জেষ্ঠ নেতা উপস্থিতিত অনুস্থিত হয়।

টীয়ক সমষ্টিৰ বিধায়িকা ৰেণুপমা ৰাজখোৱাই এগচি বন্তি প্ৰজ্বলন কৰি শুভাৰম্ভ কৰা এই সভাৰ আৰম্ভণিতেই টীয়ক বিধান পৰিষদৰ সভাপতি যুৱনেতা বিকাশ শইকীয়াই উপস্থিত সকলোকে আদৰণি জনাই আদৰণি ভাষণ আগবঢ়ায়।

Apply Now

উল্লেখ্য যে আজিৰ এই সন্মিলনস্থলীতে অগপ দলত ‘সদস্য ভৰ্তি অভিযান’ শীৰ্ষক এক প্ৰযুক্তিৰ অগপৰ তথ্য প্ৰযুক্তিৰ সম্পাদক মণি মাধৱ মহন্তৰ উপস্থিতত উদ্বোধন কৰা হয়।

এই নৱ প্ৰযুক্তিৰ জড়িয়তে নিৰ্ধাৰিত মোবাইল নম্বৰত ( ৭০৯৯১১২২৩৩ )যিকোনো মোবাইল নম্বৰৰ পৰা মিচ কল দি সদস্য হ’ব পাৰিব বুলি জানিবলৈ দিছে সভিপতিগৰাকীয়ে। লগতে এই অভিযানে অনাগত দিনত দলৰ সাংগঠনিক ভেটি অধিক শক্তিশালী কৰিব বুলি আশা প্ৰকাশ কৰিছে।

আঞ্চলিকতাবাদৰ দূৰ্গ তথা  সিংহ যুৱক ললিত চন্দ্ৰ ৰাজখোৱাৰ গৃহ সমষ্টিত উপস্থিত হৈ তেওঁৰ কৰ্মৰাজিক স্মৰণ কৰি দলৰ সভাপতি গৰাকীয়ে পূৰ্বৰ আঞ্চলিকতাবাদৰ ভেটি অক্ষুণ্ণ ৰাখিবলৈ সকলোকে আহ্বান জনায়।

অৱশ্যে বিগত দিনসমূহত চৰকাৰ গঠন কৰাৰ পাছত ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিব নোৱাৰাত দোষ স্বীকাৰ কৰে। সেয়ে ন সাজেৰে ন চিন্তাৰে পূৰ্বৰ ভুল শুধৰণি তথা অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ স্বাৰ্থত ৮৫৫ জন শ্বহীদৰ কেঁচা তেজেৰে গঠিত অসমৰ একমাত্ৰ বৃহত্তম আঞ্চলিক ৰাজনৈতিক দলটোক সকলোকে সঁহাৰি জনাবলৈ আহ্বান জনায়।

ইফালে কংগ্ৰেছ আৰু এআইইউডিএফকৰ মিত্ৰতা আৰু নৱ গঠিত আঞ্চলিক দলসমূহৰো কাৰ্যকলাপক খুৰধাৰে সমালোচনা কৰি ৰাজ্যৰ সম বিকাশ সম উন্নয়নৰ বাবে অগপই একমাত্ৰ বিশ্বাসৰস্থল বুলি অভিহিত কৰে সভাপতিগৰাকীয়ে।

অহা ২১ ৰ নিৰ্বাচনত বিজেপিৰ সৈতে মিত্ৰতা অটুত ৰাখি পুনৰ চৰকাৰ গঠন কৰিব বুলিও মন্তব্য কৰে সভাপতি অতুল বৰাই।

নীৰ্মলেন্দু পাঠক

নীৰ্মলেন্দু পাঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত অঘটন  : চিলিং খহি পৰি চাৰিজন ৰোগী আহত

July 30, 2026 7:27 pm
নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

নিজৰ পৰিচয়টোৱেই হেৰুৱাব নেকি? নিজৰ নামেৰে আৰু খেলিব নোৱাৰিব ভোজিনহাই?

July 30, 2026 6:46 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

লখিমপুৰত শিঙৰা নদীৰ বাঢ়নি পানীয়ে মথাউৰি ভাঙি বুৰাই পেলালে কেইবাখনো গাঁও

July 30, 2026 8:30 pm
২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

২৪ ঘণ্টাত ৩ বাৰ সলনি হ’ল নম্বৰ! প্ৰশ্ন ফাদিলৰ পিছত এইবাৰ আৰু নিটৰ ফলাফলত ডাঙৰ কেলেংকাৰী!

July 30, 2026 7:56 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd