• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 18, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

তিনি তালাকৰ বিৰোধিতা কৰো কিন্তু তিনি তালাক দিলে জেললৈ পঠিয়াব নালাগে-সংবাদমেলত কংগ্ৰেছ সাংসদ আব্দুল খালেক

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
August 10, 2019 11:49 am
WhatsApp Image 2019-08-10 at 10.57.34 AM

দিচপুৰত আব্দুল খালেকৰ সংবাদমেল

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

লোকসভাৰ সাংসদ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত বৰপেটা সমষ্টিৰ কংগ্ৰেছ সাংসদ আব্দুল খালেকে আজি গুৱাহাটী মহানগৰীৰ দিচপুৰৰ হোটেল ৰিভিয়াৰাত আনুষ্ঠানিকভাৱে প্ৰথমখন সংবাদমেল সম্বোধন কৰে।

সংবাদমেল সম্বোধন কৰি খালেকে ত্ৰিপল তালাক, এন আৰ চি, বান সমস্যা আদিৰ প্ৰসংগত মন্তব্য আগবঢ়ায়।

সংবাদ মেলত বৰপেটাৰ সাংসদগৰাকীয়ে চলিত লোকসভাত ছয় জনগোষ্ঠীৰ জনজাতিকৰণ, বান-গৰাখহনীয়া, পৰ্যটন কেন্দ্ৰৰ উত্তোৰণ, মৰাপাট কল, অশোক কাগজ কল ইত্যাদিকে ধৰি তেওঁ মুঠ ২৬ টা প্ৰশ্ন উত্থাপন কৰে বুলি মন্তব্য কৰে।

এন আৰ চিৰ প্ৰসংগত মত প্ৰকাশ কৰি খালেকে কয় যিহেতু ৰাজ্যত চূড়ান্ত এন আৰ চি প্ৰকাশ হ’ব গতিকে ডি ভোটাৰৰ নামত হাৰাশাস্তি বন্ধ হ’ব লাগে। বিজেপিয়ে বিশেষ সম্প্ৰদায়ৰ ডি ভোটাৰৰ বিৰোধিতা কৰা বুলিও তেওঁ অভিযোগ কৰে।

তাৰোপৰি এন আৰ চিত নিয়োচিত কৰ্মচাৰীক চৰকাৰে বিশ্বাসত নলৈ এন আৰ চিৰ কাম পুনৰীক্ষণৰ বাবে আবেদন কৰা কাৰ্য্যই চৰকাৰৰ ফোঁপোলা স্বৰূপে উদঙাই দিছে বুলি উনুকিয়াই সাংসদগৰাকীয়ে।

এন আৰ চিৰ শুনানিৰ বাবে গৈ দুৰ্ঘটনাত পতিত হৈ মৃত্যু বৰণ কৰা লোকসকলৰ পৰিয়াললৈ ১০ লাখ টকা চৰকাৰী সাহায্য প্ৰদান কৰাৰো দাবী জনায় আব্দুল খালেকে।

আনহাতে, কোনো বিদেশীক ভাৰতত ঠাই দিব নালাগে বুলি মন্তব্য কৰি খালেকে কয় যে বিদেশী বুলি চিনাক্ত হোৱা সকলক দেশলৈ পঠোৱাৰ ব্যাৱস্থা কৰিব লাগে কিন্তু তেওঁলোকক ডিটেনশ্যন কেম্পত ৰখাৰ পক্ষপাতি তেওঁ নহয় বুলিও মন্তব্য কৰে খালেকে।

এইখন চৰকাৰ দিনত বিদেশী বুলি ঘোষিত লোকক আবেদন কৰাৰ পাছত উচ্চতম ন্যায়ালয়ে স্বদেশী বুলি ৰায় দিলে, সেনা বিষয়াক কিয় বিদেশী সজোৱা হৈছিল বুলিও চৰকাৰৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে খালেকে।

তিনি তালাকৰ প্ৰসংগ উত্থাপন কৰি খালেকে কয় যে তেওঁ তিনি তালাকৰ বিৰোধী কিন্তু তিনি তালাক দিলে বুলিয়ে ধাৰা ৪ ৰ অধীনত জেললৈ প্ৰেৰণ কৰা কাৰ্য্যৰ তেওঁ বিৰোধিতা কৰে।

তদুপৰি, ৰাজ্যৰ ভয়াবহ বানপানীৰ পাছতো গৃহ মন্ত্ৰী অমিত শ্বাহ এবাৰো অসমলৈ নাহিল, গৰাখহনীয়া সমস্যাৰ সৈতে কেনেদৰে মোকাবিলা কৰিব  লাগে সেই কথা কেন্দ্ৰ চৰকাৰে আলোচনা কৰা নাই বুলিও বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰখনক সমালোচনা কৰি অসমৰ বানপানীক ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰিব লাগে বুলি দাবী জনায় খালেকে।

আকৌ এ আই য়ু ডি এফৰ সৈতে এতিয়াই মিত্ৰতাৰ প্ৰশ্ন অহা নাই বুলি মন্তব্য কৰি খালেকে কয় যে দলটোৰ সৈতে মিত্ৰতা কৰিলেও কাৰ্যনিৰ্বাহক সভা অনুষ্ঠিত কৰিহে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব।

অসম প্ৰদেশ কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা প্ৰাক্তন জেষ্ঠ কংগ্ৰেছী নেতা ভুবনেশ্বৰ কলিতাই বিজেপিত যোগদান কৰাৰ প্ৰসংগত মত প্ৰকাশ কৰি খালেকে কলিতাক এগৰাকী সুবিধাবাদী আৰু স্বাৰ্থপৰ ব্যাক্তি হিচাপে অভিহিত কৰে।

খালেকে কয় যদি কংগ্ৰেছ বেয়া তেন্তে তেওঁ লোকসভাত কংগ্ৰেছৰ পৰা নিৰ্বাচন খেলিবই নালাগিছিল। গেলা পঁচাবোৰ থাকি পৰিবেশ প্ৰদূষণ কৰাতকৈ আতৰি যোৱাই শ্ৰেয় বুলি ক্ষোভেৰে কয় নৱ নিৰ্বাচিত সাংসদগৰাকীয়ে।

 

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

EVM বেলটত এতিয়াৰে পৰা থাকিব প্ৰাৰ্থীৰ ৰঙীণ ফটো! বিহাৰৰ পৰাই আৰম্ভ হ’ব এই ব্যৱস্থা

September 17, 2025 7:24 pm
ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

ধীৰৌলি কয়লা খনি প্ৰকল্পৰ বিৰুদ্ধে উত্থাপিত অভিযোগ খণ্ডন কৰাৰ বাবে কেন্দ্ৰক তীব্ৰ সমালোচনা জয়ৰাম ৰমেশৰ

September 17, 2025 7:04 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

ট্ৰাম্পৰ পাছত পুটিনে ফোনযোগে মোদীক জনালে জন্মদিনৰ শুভেচ্ছা

September 17, 2025 9:31 pm
কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

কেগৰ প্ৰতিবেদনত উন্মোচিত হৈছে গুজৰাটৰ শ্ৰমিক কল্যাণ ব’ৰ্ডৰ বৃ্হৎ অনিয়ম

September 17, 2025 8:36 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd