• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, September 11, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছ দলে কেৱল উত্তৰ-পূব লুটিবলৈহে শাসন চলাইছিল : সোণোৱাল

পংকজ কুমাৰ দেব by পংকজ কুমাৰ দেব
April 10, 2019 8:55 pm
20190410_185930

ফটো : নৰ্থ-ইষ্ট নাও

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছ দল আৰু নেতা নীতিহীন। এইদলটো দুৰ্নীতিত ওস্তাদ। প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ পৰা মনমোহন সিঙৰ নেতৃত্বৰ কংগ্ৰেছ চৰকাৰলৈকে কোনো এখন চৰকাৰে উত্তৰ-পূবৰ কাৰণে একো কাম কৰা নাই। অসমত তৰুণ গগৈৰ দিনত টকাৰ বিনিময়ত এ পি এছ চিৰ চাকৰি কিনা বেচা হৈছিল। কিন্তু পৰৱৰ্তী সময়ত বিজেপিৰ চৰকাৰ গঠন হোৱাৰ লগে লগে বিয়াগোম এ পি এছ চিৰ দুৰ্নীতিৰ নায়ক ৰাকেশ পালৰ লগতে বহুতে জে’লত যাব লগা হৈছে। এই মন্তব্য মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।

আজি হাফলং লালফিল্ডত  এখন নিৰ্বাচনী জনসভাত অংশ লৈ মুখ্য মন্ত্ৰীয়ে ভাষণ প্ৰসংগত এই কথা কয়। তেওঁ লগতে কংগ্ৰেছ দলে উত্তৰ-পূব ভাৰতক লুটি খোৱাৰ কাৰণে শাসন চলাইছিল বুলিও মন্তব্য কৰে।

আনহাতে বিজেপি চৰকাৰৰ দিনত পাৰ্বত্য ডিমা হাচাও, কাৰ্বি আংলঙক দেশৰ ৰাইজে জানিবলৈ ধৰিছে আৰু এই অঞ্চলত উন্নয়নো ক্ষীপ্ৰতাৰে আগুৱাই যাবলৈ ধৰিছে।

চি ই এম দেবলাল গাৰ্লচাই নিজৰ ভাষনত কয় যে কংগ্ৰেছ দলৰ সাংসদ বিৰেন সিং ইংতিয়ে সাতবাৰ সাংসদ হিচাপে নিৰ্বাচিত হৈছে। কিন্তু  তেওঁ এই পয়ত্ৰিশ বছৰত ডিমা হাচাওৰ উন্নয়নৰ চিন্তা নকৰিলে। তেওঁ কৰা এটা কামৰো উদাহৰণ দিব নোৱাৰে।

আনহাতে অসমত পোন্ধৰ বছৰ শাসন চলোৱা মুখ্য মন্ত্ৰী তৰুণ গগৈয়ে ডিমা হাচাওলৈ পোন্ধৰ বছৰত পোন্ধৰবাৰো যে আহিছে তাত সন্দেহ আছে। কিন্তু আমাৰ বিজেপি দলৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোনোৱালে যোৱা দুই বছৰ এঘাৰ মাহৰ শাসনত মুঠ আঠবাৰ ডিমা হাচাওত আহিছে।

ইয়াৰ উপৰি মুখ্য মন্ত্ৰী সোণৱালে কয় যে ৰাইজে যোৱা পাঁচ বছৰে মোদীৰ কাৰ্যকালত সুফলৰ লগতে উন্নয়ন দেখিলে সেইবাবে ৰাইজে দ্বিতীয় বাৰৰ কাৰনে আন্তৰিকতাৰে মোদী ডাঙৰীয়া প্ৰধান মন্ত্ৰী হোৱাটো বিচাৰিছে। আনহাতে ৰাতিপুৱাৰ পৰা আবেলিলৈ থাকি সভা সফল কৰি ৰাইজে এইটো ক’ব বিচাৰিছে যে ‘য়ুই আৰ উইথ মোদী’।

ইফালে আজিৰ এই সভাতে কংগ্ৰেছ, এন পি পিৰ লগতে অগপৰ বহু নেতাকৰ্মীয়ে মুখ্য মন্ত্ৰীৰ উপস্থিতিত বিজেপি দলত যোগদান কৰে।

আজিৰ নিৰ্বাচনী সভাত  হাফঙৰ বিধায়ক বীৰভদ্ৰ হাগজেৰ, চি ই এম দেবলাল গাৰ্লচাৰ উপৰি জিলা বিজেপি সভাপতি নিপোলাল হোজাই আৰু পৰিষদৰ কাৰ্যনিৰ্বাহী সদস্য সকল উপস্থিত থাকে।

Tags: নিৰ্বাচন ২০১৯
পংকজ কুমাৰ দেব

পংকজ কুমাৰ দেব

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠাত ভাষণ দি থাকোতে গুলীয়াই হত্যা ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক

আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠাত ভাষণ দি থাকোতে গুলীয়াই হত্যা ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক

September 11, 2025 1:08 pm
সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

September 11, 2025 12:33 pm
পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

পুনৰ বিল গৃহীত কৰাৰ সময়সীমাৰ ওপৰত উচ্চতম ন্যায়ালয়ৰ প্ৰশ্নৰ সন্মুখীন কেন্দ্ৰ চৰকাৰ

September 11, 2025 12:16 pm
ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

ন্যায়ৰ অপেক্ষাত মানৱ অধিকাৰ কৰ্মী উমৰ খালিদ! দিল্লী উচ্চ ন্যায়ালয়ত বিমুখ হৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিচে খালিদ

September 11, 2025 11:53 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠাত ভাষণ দি থাকোতে গুলীয়াই হত্যা ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক

আমেৰিকাৰ এখন বিশ্ববিদ্যালয়ৰ অনুষ্ঠাত ভাষণ দি থাকোতে গুলীয়াই হত্যা ট্ৰাম্পৰ ঘনিষ্ঠ সহযোগী চাৰ্লি কাৰ্কক

September 11, 2025 1:08 pm
সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

সময়সীমা পাৰ হোৱাৰ পিছতো ২০টাকৈ আঞ্চলিক দলে দাখিল কৰা নাই বাজেট প্ৰতিবেদন! প্ৰশ্ন উত্থাপিত হৈছে দল সমূহৰ আৰ্থিক স্বচ্ছতাৰ ওপৰত

September 11, 2025 12:33 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd