• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Sunday, February 28, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

দিল্লীত ভয়াবহ বায়ু প্ৰদূষণ; চিকিৎসকৰ পৰামৰ্শ অনুসৰি গোৱাত পুত্ৰৰ সৈতে ছোনিয়া গান্ধী

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , November 21, 2020 10:06 am

1 min read

rahul and Sonia

মাতৃৰ সৈতে ৰাহুল গান্ধী

879
VIEWS
Share on FacebookShare on Twitter

দিল্লীৰ ভয়াবহ বায়ু প্ৰদূষণৰ পৰা হাত সাৰিবৰ বাবে শুকুৰবাৰে গোৱাত উপস্থিত হয় কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী আৰু তেওঁৰ পুত্ৰ ৰাহুল গান্ধী।

দিল্লীৰ ভয়াবহ প্ৰদূষণৰ পৰা আতৰত থকা বাবে চিকিৎসকে দিয়া পৰামৰ্শ গ্ৰহণ কৰিয়ে শুকুৰবাৰে গোৱাৰ পানাজিত উপস্থিত হয় হয় পুত্ৰ ৰাহুলৰ সৈতে ছোনিয়া গান্ধী।

কংগ্ৰেছ দলৰ এগৰাকী জেষ্ঠ নেতাই জনোৱা অনুসৰি দিল্লীৰ প্ৰদূষণে ছোনিয়া গান্ধীৰ এজমা আৰু বুকুৰ সংক্ৰমণ বৃদ্ধি কৰিব যাৰ বাবে চিকিৎসকে গান্ধীক দিল্লীৰ প্ৰদূষণৰ পৰা আতৰি থকাৰ পৰামৰ্শ দিছে।

জানিব পৰা মতে, দিল্লীৰ প্ৰদূষণৰ মাত্ৰা হ্ৰাস নোপোৱা পৰ্যন্ত গোৱাতে থাকিব কংগ্ৰেছ সভানেত্ৰী ছোনিয়া গান্ধী।

উল্লেখযোগ্য যে, বিগত সময়ছোৱাত দিল্লীত ভয়াবহ হাৰত বায়ু প্ৰদূষণৰ মাত্ৰা বৃদ্ধি পাই আহিছে।

ক্ৰমাগতভাৱে বায়ুৰ গুণগত মান সূচাংকত দিল্লীৰ স্থান বেয়া আৰু অতিবেয়াৰ পৰ্যায়ত আছে।

দিল্লী চৰকাৰে ৰাজধানী দিল্লীৰ বায়ু প্ৰদূষণৰ পৰা জনসাধাৰণক সকাহ দিয়াৰ উদ্দেশ্যে ঠায়ে ঠায়ে বায়ু সংশাধক যন্ত্ৰ স্থাপন কৰিছে।

Recent News

IMG_20210223_19101207

অসমবাসীৰ মূৰত ৪৪ হাজাৰ কোটি টকাৰ ধাৰৰ বোজা,অসম খনক ভিক্ষাৰী কৰিলে বিজেপিয়ে : লুৰীণজ্যোতিৰ বিস্ফোৰণ

Orunodoi-Scheme-2020

মৰিগাঁৱত বিজেপি চৰকাৰে ঘোষণা কৰা ‘স্বয়ম’ অৰুণোদয়’ আঁচনি ৰূপায়ণত কমিচনৰাজ, স্বজন প্ৰীতিৰ অভিযোগ

bhaba

প্ৰকৃতিপ্ৰেমীৰ প্ৰচেষ্টাত টীয়কৰ জাঁজীমুখত দল হৰিণাৰ পোৱালি উদ্ধাৰ

index.jpgb

বোকাখাত মহকুমাত নির্বাচনী আচৰণ বিধি সম্পর্কত বিভিন্ন ৰাজনৈতিক দলৰ প্রতিনিধিৰে মহকুমাধিপতিৰ বৈঠক

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd