• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, July 10, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

কংগ্ৰেছৰ একাউণ্টৰ পৰা ৬৫ কোটি টকা উলিয়াই নিছে আয়কৰ বিভাগে; ন্যায়াধিকৰণত অভিযোগ দলৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
February 21, 2024 6:01 pm
কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকেন।

কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় মাকেন।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

যোৱা সপ্তাহত কংগ্ৰেছে দাবী কৰিছিল যে কৰ সংক্ৰান্ত গোচৰত আয়কৰ বিভাগে ২১০ কোটি টকা দাবী কৰি দলটোৰ বিভিন্ন বেংক একাউণ্ট ‘ফ্ৰীজ’ কৰি ৰাখিছে। এইবাৰ কংগ্ৰেছে বুধবাৰে অভিযোগ কৰে যে আয়কৰ বিভাগে তেওঁলোকৰ কংগ্ৰেছ আৰু যুৱ কংগ্ৰেছ একাউণ্টৰ পৰা ৬৫ কোটি টকা উলিয়াই নিছে।

আয়কৰ ৰিটাৰ্ণৰ গোচৰত কংগ্ৰেছে দাবী কৰিছে যে আয়কৰ বিভাগে বিভিন্ন বেংকক কৰৰ ধন সংগ্ৰহৰ বাবে লিখিছে আৰু এই ধন কংগ্ৰেছ একাউণ্টৰ পৰা উলিয়াবলৈ নিৰ্দেশ দিছে। এই গোচৰত কংগ্ৰেছে ইনকম টেক্স এপিলেট ট্ৰিব্যুনেলৰ কাষ চাপিছে। তাত ২১ ফেব্ৰুৱাৰীত গোচৰৰ শুনানি পৰ্যন্ত গোচৰটোৰ স্থিতাৱস্থা বাহাল ৰাখিবলৈ বাৰ্তা দিয়া হয়।

সূত্ৰই দাবী কৰা মতে, ২০ ফেব্ৰুৱাৰীত কংগ্ৰেছ একাউণ্টৰ পৰা ৬৫ কোটি টকা উলিওৱা হৈছে। খবৰ অনুসৰি আয়কৰ বিভাগে মুঠ ১১৫ কোটি কৰ দিবলগীয়া কৰৰ পৰা এই ধন আদায় কৰিছে।

Apply Now

লগতে পঢ়কঃ বিশ্বব্ৰহ্মাণ্ডৰ আটাইতকৈ উজ্জ্বল বস্তুটো আৱিষ্কাৰ কৰিলে বিজ্ঞানীসকলে

সংবাদ সংস্থাৰ বাতৰি মতে, ২১ ফেব্ৰুৱাৰীত ন্যায়াধিকৰণৰ কি নিৰ্দেশ আহিব সেয়া নেদেখাকৈয়ে আয়কৰ বিভাগে ব্যৱস্থা গ্ৰহণ কৰিছে। কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় ​​মাকেনে কংগ্ৰেছৰ হৈ এক্স হেণ্ডেল পোষ্টত এই ঘটনাক ‘গণতন্ত্ৰ বিৰোধী’ বুলি অভিহিত কৰে।

অজয় মেকেনে নিজৰ পোষ্টত কেন্দ্ৰীয় সংস্থাটোৰ কাৰ্যপন্থাক লৈও প্ৰশ্ন উত্থাপন কৰে। ন্যায়াধিকৰণৰ শুনানিৰ পূৰ্বে আয়কৰ বিভাগে কিয় এনে ব্যৱস্থা গ্ৰহণ কৰিছে তাক লৈ কংগ্ৰেছে প্ৰশ্ন উত্থাপন কৰিছে।

 সূত্ৰসমূহে দাবী কৰিছে যে কংগ্ৰেছে ইতিমধ্যে আয়কৰ বিভাগৰ ওচৰত আবেদন জনাইছে, যাতে গোচৰৰ শুনানি শেষ হোৱাৰ পূৰ্বে বিভাগটোৱে আৰু কোনো ব্যৱস্থা গ্ৰহণ নকৰে।

লগতে পঢ়কঃ Love In The Time Of War: ঠিক যেন বাস্তৱৰ বাৰ্বি, অপূৰ্ব সুন্দৰীৰ প্ৰেমত মচগুল পুটিন; বয়স মাত্ৰ ৩২ বছৰে সৰু!

যোৱা সপ্তাহত কংগ্ৰেছৰ কোষাধ্যক্ষ অজয় ​​মাকেনে দাবী কৰিছিল যে ২০১৮-১৯ বৰ্ষৰ আয়কৰ পৰিশোধ নকৰাৰ গোচৰত আয়কৰ বিভাগে ২১০ কোটি টকাক লৈ ব্যৱস্থা গ্ৰহণ কৰিছে। কংগ্ৰেছে দাবী কৰিছিল যে তেওঁলোকৰ বেংক একাউণ্ট ‘ফ্ৰীজ’ কৰা হৈছে। অৱশ্যে আয়কৰ বিভাগে ন্যায়াধিকৰণক জনাইছে যে তেওঁলোকে কোনো কংগ্ৰেছ একাউণ্ট ফ্ৰীজ কৰা নাই, ইয়াক ‘লিয়েন’হে কৰা হৈছে। আইনী ভাষাত ‘লিয়েন’ৰ অৰ্থ হ’ল ঋণ সংগ্ৰহ নোহোৱালৈকে যিজন ব্যক্তিৰ ওচৰত ই ঋণী, তেওঁৰে সম্পত্তিৰ ওপৰত অধিকাৰ।

ইয়াৰ পূৰ্বে কংগ্ৰেছে আয়কৰ বিভাগৰ এই কাৰ্যত স্থগিতাদেশ বিচাৰি আপীল ন্যায়াধিকৰণৰ কাষ চাপিছিল। সেই আবেদনৰ প্ৰতি লক্ষ্য ৰাখি ন্যায়াধিকৰণে আয়কৰ বিভাগৰ পৰা জবাবদিহিতা বিচাৰিছিল। 

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

উচ্চতম ন্যায়ালয়ত উত্তপ্ত পৰিস্থিতি: ন্যায়াধীশৰ ফালে কাগজ দলিয়ালে আবেদনকাৰীয়ে, মুখ্য ন্যায়াধীশক অসভ্য আচৰণ

July 10, 2026 5:29 pm
মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

মৃত্যুৰ ভয় নাই, ডিচেম্বৰত বাংলাদেশলৈ উভতি গৈ আদালতত আত্মসমৰ্পণ কৰিব শ্বেখ হাছিনাই

July 10, 2026 4:56 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

প্ৰযুক্তিৰ সন্মোহনত নৱপ্ৰজন্ম: হেৰাই গৈছে নেকি বাস্তৱিক প্ৰমূল্যবোধ ?

July 10, 2026 6:38 pm
ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

ধৰ্মান্তৰকৰণৰ হেঁচা, মূৰত লেপটপেৰে আঘাত! উজবেকিস্তানত কেৰালাৰ ছাত্ৰীৰ কৰুণ মৃত্যু

July 10, 2026 6:10 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd