DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Friday, January 27, 2023
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

মণিপুৰত চৰকাৰ গঠনৰ দাবী উত্থাপন কংগ্ৰেছৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
June 18, 2020 7:07 pm
Congress stakes claim to form govt in Manipur
538
VIEWS
Share on FacebookShare on Twitter

কংগ্ৰেছে বৃহস্পতিবাৰে আবেলি মণিপুৰৰ ৰাজ্যপাল নাজমা হেপতুল্লাক সাক্ষাৎ কৰি ৰাজ্যখনত চৰকাৰ গঠনৰ দাবী উত্থাপন কৰিছে।

প্ৰাক্তন মুখ্য মন্ত্ৰী অ’ক্ৰাম ইববি সিঙৰ নেতৃত্বত এন পি পি আৰু টি এম চিৰ বিধায়কসহ যোৱা এটা দলে ইম্ফলৰ ৰাজ ভৱনত ৰাজ্যপালক সাক্ষাৎ কৰি এই দাবী উত্থাপন কৰিছে।

“তিনিবাৰৰ কংগ্ৰেছ মুখ্য মন্ত্ৰী (২০০২ৰ পৰা ২০১৭) শ্ৰী অ’ক্ৰাম ইববি সিঙে আজি মণিপুৰৰ ৰাজ্যপাললৈ এক পত্ৰৰ জৰিয়তে নতুন এছ পি এফ (Secular Progressive Front) গঠনৰ দাবী উত্থাপন কৰিছে এছ পি এফৰ সকলো সদস্যৰ সমৰ্থন লৈ,” মণিপুৰ কংগ্ৰেছৰ মুখপাত্ৰ নিংগমবাম বুপেন্দ মেইটেইয়ে এক টুইটত কয়।

3 times Congress Chief Minister (2002 to 2017) Shri Okram Ibobi Singh stakes claim to form the new SPF (Secular Progressive Front) in Manipur by writing a letter, with support from all members of the SPF, to Governor of Manipur today. pic.twitter.com/sJYvObnTCv

— Ningombam Bupenda Meitei (@BupendaMeitei) June 18, 2020

ইয়াৰ পূৰ্বে কংগ্ৰেছৰ নেতৃত্বত এন পি পিকো ধৰি ১২গৰাকী বিধায়কে ভাৰতৰ সংবিধানৰ ১৭৯ (চি) অনুচ্ছেদৰ অধীনত মণিপুৰ বিধান সভাৰ অধ্যক্ষক আঁতৰাবলৈ এক জাননী জাৰি কৰিছিল।

মন্ত্ৰী এল জয়ন্তকুমাৰ সিং, য়ুমনাম জয়কুমাৰ সিং, লেতপাও হাওকিপ আৰু এন কায়িছিয়ে মঙলবাৰে বিজেপি নেতৃত্বাধীন চৰকাৰলৈ সমৰ্থন প্ৰত্যাহাৰ কৰিছিল।

জিৰিবামৰ নিৰ্দলীয় বিধায়কগৰাকী আৰু তৃণমূল কংগ্ৰেছৰ বিধায়কেও কংগ্ৰেছৰ প্ৰতি সমৰ্থন ঘোষণা কৰিছিল।

আস্থাৰ ভোটত সহজেই জয়ী হ’ব বুলি কংগ্ৰেছ আত্মবিশ্বাসী। কংগ্ৰেছৰ ২৯, বিজেপিৰ ২২ আৰু বিধান সভাৰ অধ্যক্ষক ধৰি ৫২গৰাকী বিধায়কে ভোট দিব পাৰিব।

Recent News

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

‘সময় পাৰ হ’ল’: আদানি গ্ৰুপক কটাক্ষ আমেৰিকাৰ প্ৰতিষ্ঠানৰ; গোচৰ তৰাৰ বাবে প্ৰত্যাহ্বান

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

চোমালিয়াত আমেৰিকাৰ সেনাৰ অভিযানত নিহত শীৰ্ষ আই এছ কমাণ্ডাৰ বিলাল আল-ছুদানী

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

“টেংকেৰে আৰম্ভ, ইয়াৰ পিছত পাৰমাণৱিক বোমা”-বিডেন প্ৰশাসনক তীব্ৰ সমালোচনা ডোনাল্ড ট্ৰাম্পৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

ডুবি যোৱা শিশুৰ মৃতদেহ ঘূৰাই দিলে কুম্ভীৰে! দেখি চকু কপালত উঠিল উদ্ধাৰকাৰীৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd