• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Monday, October 19, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

প্ৰসংগ প্ৰাক্তন কংগ্ৰেছী মন্ত্ৰী অজন্তা নেওগ : কংগ্ৰেছৰ পৰা পদত্যাগ নে বহিস্কাৰ?

কংগ্ৰেছে বিচাৰিছিল ‘স্পষ্টীকৰণ’ অজন্তাৰ উত্তৰ ‘পদত্যাগ’; উপায়ন্তৰ কংগ্ৰেছে কৰিলে বহিস্কাৰ

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
December 25, 2020 5:06 pm
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কংগ্ৰেছত এতিয়া উঠিছে পদত্যাগৰ জোঁৱাৰ। কংগ্ৰেছৰ পৰা পদত্যাগ কৰিছে প্ৰাক্তন মন্ত্ৰী তথা সুদীৰ্ঘ সময় ধৰি কংগ্ৰেছৰে জৰিত হৈ থকা অজন্তা নেওগে।

দীৰ্ঘদিন ধৰি নেওগে বিজেপি গমন কৰিব বুলি চৰ্চা চলি আছিল ।

Apply Now

হয়তো কাইলৈ অমিত শ্বাহৰ উপস্থিতিত গোলাঘাট সমষ্টিৰ বিধায়িকা অজন্তা নেওগে বিজেপি দলত যোগদান কৰাৰ পূৰ্ণ সম্ভাৱনা আছে।

ইপিনে, বিজেপি দলত অজন্তা নেওগৰ যোগদান সম্পর্কে প্ৰচাৰিত বাতৰি সন্দৰ্ভত আজিৰ ভিতৰত নিজৰ স্থিতি স্পষ্ট কৰিবলৈ প্ৰদেশ কংগ্ৰেছৰ তৰফৰ পৰা বৃহস্পতিবাৰে আহ্বান জনাইছিল।

কিন্তু সেই আহ্বানৰ প্ৰতি সহাৰি নজনোৱাত বা এই স্পষ্টীকৰণৰ উত্তৰ পদত্যাগৰে দিয়াত ক্ষুণ্ণ হৈ প্ৰদেশ কংগ্ৰেছৰ পৰা আজি বিয়লি ভাগত দল বিৰোধী কাৰ্য্যত লিপ্ত থকাৰ অভিযোগত বহিস্কাৰ কৰে অজন্তা নেওগক।

প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক ৰঞ্জন বৰাৰ স্বাক্ষৰ সম্বলিত এক জাননীৰ জৰিয়তে দলৰ পৰা বহিস্কাৰ কৰা হৈছে নেওগক।

ইপিনে, অজন্তা নেওগৰ পদত্যাগ পত্ৰ ৰিপুন বৰাই লাভ কৰিছে নেকি বুলি আমাৰ সাংবাদিকে ৰিপুন বৰাৰ ঘনিষ্ঠ প্ৰদেশ কংগ্ৰেছৰ নেতৃত্বক সোধাত তেওঁ বৰ্তমানলৈকে লাভ কৰা নাই বুলি কয়।

উল্লেখযোগ্য যে, যোৱা ১৭ ডিচেম্বৰত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালক চৰকাৰী বাসগৃহত সাক্ষাৎ কৰিবলৈ যোৱাৰ বাবে গোলাঘাট জিলা কংগ্ৰেছৰ সভাপতি পদৰ পৰা অপসাৰণ কৰা হৈছিল অজন্তা নেওগক।

ইপিনে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ দাবী আছিল এনেধৰণৰ, ‘অজন্তা নেওগক ভয়-ভাবুকি দেখুৱাইছে বিজেপিয়ে যাতে তেওঁ বিজেপিলৈ যায়। তেওঁক বিজেপিয়ে ব্লেক মেইলিঙ কৰিছে। যোৱা ৯ ডিচেম্বৰলৈকে কংগ্ৰেছৰ তত্বাবধায়কৰ সৈতে মই ঘৰলৈ যাওঁতে কোনো কাৰণতে বিজেপিত নাযায় বুলি স্পষ্ট কৰি দিছিল। বাহিৰৰ মানুহৰ পৰা শুনিছো বিজেপিৰ পৰা তেওঁৰ ওপৰত যথেষ্ট হেঁচা পৰিছে।’

a ajanta let

কিন্তু আজি হঠাৎ অজন্তা নেওগৰ কংগ্ৰেছৰ পৰা পদত্যাগৰ খবৰে ৰাজনৈতিক মহলত একপ্ৰকাৰৰ খলকনিৰ সৃষ্টি কৰিছে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

ছাত্ৰীৰ স্বাস্থ্যৰ সৈতে আপোচ নচলিব! ৰাজ্যসমূহক উচ্চতম ন্যায়ালয়ৰ কঠোৰ সকীয়নি

October 18, 2026 6:25 pm
ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

ৰাহুল-অখিলেশৰ সৈতে ইলন মাস্ক, মহম্মদ ইউনুছ: লক্ষ্ণৌৰ ‘ৰাৱণ’ পোষ্টাৰক লৈ তীব্ৰ চাঞ্চল্য

October 18, 2026 5:13 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

‘য’ত পইতাচোৰা থাকিব, তাত হিট থাকিবই’! দিল্লীত ‘ককৰোচ জনতা পাৰ্টী’ৰ বিৰুদ্ধে ৰণডংকা বজাই জন্ম পালে ‘লাল হিট জনতা পাৰ্টী’য়ে

October 18, 2026 9:30 pm
মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

মূল্যবৃদ্ধি আৰু শিক্ষা বাজেট কৰ্তনৰ জুইত জ্বলিছে ফ্ৰান্স: ৰাজপথলৈ ওলাই আহিল ৫ লাখৰো অধিক লোক

October 18, 2026 7:54 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd