• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ইৰাণত আমেৰিকা-ইজৰাইলৰ আক্ৰমণক গৰিহণা দি সংসদত সৰ্বদলীয় প্ৰস্তাৱ বিচাৰে কংগ্ৰেছে

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
March 9, 2026 11:20 am
32
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মধ্যপ্ৰাচ্যৰ উত্তেজনা সন্দৰ্ভত সোমবাৰে সংসদৰ দুয়োটা সদনত এক বিবৃতি দিব বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে। যদিও বৈদেশিক মন্ত্ৰীয়ে সংসদ ভাষণ দিয়াৰ পূৰ্বে চৰকাৰৰ এই পদক্ষেপকলৈ একপ্ৰকাৰ অনাস্থা প্ৰকাশ কৰিছে বিৰোধী দল কংগ্ৰেছে।

কংগ্ৰেছে দাবী কৰে যে বৈদেশিক মন্ত্ৰীৰ বক্তব্য নহয়, আৰব বিশ্বৰ যুদ্ধ পৰিস্থিতিৰ ওপৰত সংসদত বিশদ আলোচনা হ’ব লাগে। কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে বৈদেশিক মন্ত্ৰীৰ বক্তব্যত নতুন কথাৰ সম্ভাৱনা কম। ধৰি ল’ব পাৰি যে ইয়াৰ দ্বাৰা এতিয়ালৈকে যি ঘটিছে সেয়াহে প্ৰতিফলিত হ’ব। কিন্তু সাম্প্ৰতিক পৰিস্থিতকলৈ ভাৰতৰ বৈদেশিক নীতি সন্দৰ্ভত সম্পূৰ্ণ আলোচনা হোৱাটো বিচাৰিছে কংগ্ৰেছে।

Apply Now

প্ৰসংগক্ৰমে এসপ্তাহ পূৰ্বে কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীয়ে বাতৰি কাকতত এটা প্ৰবন্ধ লিখি আমেৰিকা আৰু ইজৰাইলৰ যৌথ আক্ৰমণৰ সন্দৰ্ভত নৰেন্দ্ৰ মোডী চৰকাৰৰ মৌনতাক তীব্ৰ সমালোচনা কৰিছিল। ইয়াৰ উত্তৰ দিয়ে বিজেপিয়ে। ছোনিয়াই অভিযোগ কৰে যে বৰ্তমানৰ পৰিস্থিতিত ইৰাণৰ সৈতে ভাৰতৰ দীৰ্ঘদিনীয়া সম্পৰ্কক নতুন দিল্লীয়ে আওকাণ কৰি আছে।

ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰু আয়াতুল্লাহ আলী খামেনেইৰ মৃত্যুত ভাৰতৰ প্ৰতিক্ৰিয়াই কূটনৈতিক মহলত আলোড়নৰ সৃষ্টি কৰে। ইজৰাইল আৰু আমেৰিকা বাহিনীয়ে ইৰাণৰ সৰ্বোচ্চ ধৰ্মগুৰুক হত্যা কৰা ঘটনাক লৈ ভাৰত চৰকাৰৰ কোনো মন্ত্ৰীয়ে শোক প্ৰকাশ কৰা নাই। পাঁচ দিনৰ পাছত বৈদেশিক সচিব বিক্ৰম মিশ্ৰীয়ে দিল্লীত থকা ইৰাণৰ দূতাবাসত উপস্থিত হৈ সকলো নথিত স্বাক্ষৰ কৰে।

তদুপৰি ভাৰত চৰকাৰে মানৱীয় কাৰণত কেৰালাৰ কোচি বন্দৰত ইৰাণৰ এখন জাহাজ ৰখাবলৈ অনুমতি দিছিল।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে কয় যে ২০০৩ চনত অটল বিহাৰী বাজপেয়ীয়ে প্ৰধানমন্ত্ৰী হৈ থাকোঁতে সংসদত ইৰাকত আমেৰিকাৰ আক্ৰমণৰ সন্দৰ্ভত আলোচনাৰ আয়োজন কৰিছিল। ভাৰতীয় সংসদে আমেৰিকাৰ এই আক্ৰমণক গৰিহণা দি প্ৰস্তাৱ গৃহীত কৰিছিল। এই পৰ্যন্ত চৰকাৰৰ কোনেও মূল বিৰোধী দল কংগ্ৰেছৰ এই দাবীক লৈ কোনো মন্তব্য কৰা নাই।

কংগ্ৰেছৰ সূত্ৰ অনুসৰি, চলিত সংসদৰ অধিৱেশনত দলটোৱে আমেৰিকাৰ সৈতে শেহতীয়াকৈ ভাৰতৰ কৃষি চুক্তিৰ সন্দৰ্ভতো বিতং আলোচনা বিচাৰিব। তদুপৰি জম্মু-কাশ্মীৰক সম্পূৰ্ণ ৰাজ্যৰ মৰ্যাদা ঘূৰাই দিয়াৰ বাবে সংসদত শীঘ্ৰে সৰ্বদলীয় আলোচনাৰ দাবী জনাইছে দলটোৱে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

১৫ হাজাৰৰ পৰা ২৫ হাজাৰ! ইপিএফঅ’ৰ দৰমহাৰ সীমা বৃদ্ধি :  নতুনকৈ ৫১ লাখতকৈ অধিক কৰ্মচাৰী আহিব আওতালৈ

September 16, 2026 7:30 pm
ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

ৰাষ্ট্ৰপতিৰ এডিচি পদত প্ৰথমগৰাকী মহিলা সেনা বিষয়া, ইতিহাস গঢ়িলে মেজৰ নব্য শেখাৱতে

September 16, 2026 6:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

নাগৰিক অধিকাৰ ৰক্ষাৰ বাবে ২০ ছেপ্টেম্বৰত গুৱাহাটীত নাগৰিক অভিৱৰ্তন

September 16, 2026 9:40 pm
জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

জনসংখ্যাভিত্তিক সুবিধা আৰু অসম চৰকাৰৰ অৰ্থনৈতিক ব্যৱস্থাপনা: এক বিশ্লেষণ

September 16, 2026 8:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd