• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, June 26, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

আজি দ্বিতীয় পৰ্যায়ৰ ৩৯টা সমষ্টিৰ যুৱক-যুৱতীসকলৰ সৈতে চাকৰি সৃষ্টিৰ বিষয়ত কংগ্ৰেছৰ বাৰ্তালাপ

এন ই নাও নিউজ by এন ই নাও নিউজ
March 28, 2021 6:49 am
congress_12-768x511-750x375
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

চাকৰি সৃষ্টিৰ বিষয়ত যুৱক-যুৱতীসকলৰ সৈতে ইতিমধ্যে আৰম্ভ কৰা বাৰ্তালাপ, অসম বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ত ভোটগ্ৰহণৰ বাবে তালিকাত স্থান পোৱা ৩৯ টা সমষ্টিৰ আটাইকেইটাতে আজি অৰ্থাৎ ২৮ মাৰ্চ তাৰিখে কংগ্ৰেছ নেতৃত্বাধীন মহাঁজোটে অব্যাহত ৰাখিব।

প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণৰ তালিকাত নাম থকা ৪৩ টা সমষ্টিৰ আটাইকেইটাতে ইতিপূৰ্বে কৰাৰ দৰেই, এই আলোচনা আৰু সক্ৰিয় বাৰ্তালাপভিত্তিক উদ্যম হাতত লোৱা হ’ব “কংগ্ৰেছৰ ৫ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনাঃ এটি কথোপকথন” শীৰ্ষক বেনাৰৰ অধীনত।

Apply Now

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সংবাদ মাধ্যম বিভাগৰ অধ্যক্ষা ববীতা শৰ্মাই এক প্ৰেছ বিবৃতিতত এই কথা জানিবলৈ দিছে।

দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত ভাগ্যনিৰ্ণিত হ’বলগীয়া দলৰ প্ৰাৰ্থীসকলে নিজ নিজ সমষ্টিত এই কাৰ্যক্ৰমৰ নেতৃত্ব বহন কৰিব। যিসকলে তেওঁলোকৰ চৰকাৰী চাকৰি গেৰাণ্টিৰ বাবে অনলাইন পঞ্জীয়ন কৰিছিল ইতিমধ্যে সেই সকলোকে এই মত বিনিময়ভিত্তিক অনুষ্ঠানসমূহত ভাগ ল’বলৈ আমন্ত্ৰণ জনাইছে।

এই কাৰ্যক্ৰমসমূহত এটা প্ৰশ্নোত্তৰ প্ৰাৰূপ অনুসৰণ কৰা হ’ব আৰু দলৰ প্ৰাৰ্থীসকলে এই অনুষ্ঠানত ভাগ লোৱা লোকসকলৰ সৈতে এজন এজনকৈ পোনপটীয়া আলোচনাত মিলিত হ’ব।

প্ৰাপ্ত শেহতীয়া সংখ্যা অনুসৰি, সমগ্ৰ ৰাজ্যৰে ১ লাখ ৬০ হাজাৰৰো অধিক লোকে দলৰ আনুষ্ঠানিক ৱেবছাইট www.congressor5guarantee.in ত নিজৰ নাম পঞ্জীয়ন কৰিছে। এই সংখ্যাই কংগ্ৰেছ দলে ইয়াৰ “চাকৰি গেৰাণ্টি” পৰিকল্পনা একেবাৰে ধৰাতললৈ লৈ যোৱাত লাভ কৰা সফলতাকে প্ৰতীয়মান কৰে।

প্ৰাৰ্থীসকলে লগতে দলৰ অনলাইন চাকৰি গেৰাণ্টি কাৰ্যসূচীৰ বিষয়ে ৰাইজে সোধা প্ৰশ্নসমূহৰো উত্তৰ দিব আৰু ৰাজ্যখনৰ নিবনুৱা যুৱক-যুৱতীসকলক দলৰ ৱেবছাইটত তেওঁলোকৰ আবেদন দাখিল কৰিবলৈ অনুপ্ৰাণিত কৰিব।

আনকি যিসকলে ৱেবছাইটত এতিয়ালৈকে পঞ্জীয়ন কৰা নাই তেওঁলোককো এই মত বিনিময়ভিত্তিক অনুষ্ঠানলৈ স্বাগতম জনোৱা হ’ব আৰু দলৰ নেতাসকলে তেওঁলোকৰ প্ৰশ্নসমূহৰো উত্তৰ দিব।

ৰাজস্থানৰ প্ৰাক্তন উপ মুখ্যমন্ত্ৰী শ্ৰী শচীন পাইলট, নিখিল ভাৰত মহিলা কংগ্ৰেছৰ সভানেত্ৰী তথা অসম প্ৰদেশ কংগ্ৰেছৰ জনসংযোগ কমিটীৰ অধ্যক্ষা শ্ৰীমতী সুস্মিতা দেৱে শিলচৰ আৰু কৰিমগঞ্জত “চাকৰি গেৰাণ্টি পৰিকল্পনা” বিষয়ক এই মত বিনিময়ভিত্তিক কাৰ্যক্ৰমৰ নেতৃত্ব দিব।

মহাজোঁটত শক্তিশালী একতাৰ নিদৰ্শন দাঙি ধৰি, মহাজোঁটৰ প্ৰাৰ্থীসকলে, তেওঁলোকৰ ৭ টা সমষ্টিৰ আটাইকেইটাতে এই মত বিনিময়ভিত্তিক সত্ৰসমূহৰ নেতৃত্ব প্ৰদান কৰিব “মহাজোঁটৰ ৫ লাখ চৰকাৰী চাকৰিৰ পৰিকল্পনাঃ এটি কথোপকথন” শীৰ্ষক বেনাৰৰ অধীনত।

এই সত্ৰসমূহৰ গুৰিতে থকা অৱধাৰণাটো হ’ল ৰাজ্যখনৰ ক্ষমতালৈ আহিলে ৫ লাখ চৰকাৰী চাকৰিৰ গেৰাণ্টিসম্পন্ন সৃষ্টিৰ বাবে কংগ্ৰেছে দিয়া আশ্বাসৰপৰা ৰাজ্যখনে কি কি হিতাধিকাৰ লাভ কৰিব সেই কথা,  এটা বিস্তৃত আৰু সুব্যৱস্থিত প্ৰক্ৰিযাৰ জৰিয়তে, ৰাইজক জনোৱা আৰু এই বিষয়তে ৰাইজে উত্থাপন কৰা বিভিন্ন প্ৰশ্নসমূহৰ সন্তোষজনক উত্তৰ দিয়া।

Tags: Assam Election
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm

উচ্ছেদৰ নামত চাহ আৰু ভাততে খৰচ হ’ল ৪৬ লাখ টকা, সমগ্ৰ ঘটনাক লৈ তীব্ৰ বিতৰ্ক

June 26, 2026 7:00 pm
শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

শ্বে’প অৱ ম’ম’ : বিষ্ণু আৰু বিষ্ণুৰ জীৱন

June 26, 2026 6:48 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

চিচিটিভি ঢাকি শৌচালয়ত লুকুৱাই থোৱা হৈছিল দানৰ কোটি কোটি টকা : কেনেকৈ চুৰি  হৈছিল ৰাম মন্দিৰত?

June 26, 2026 8:13 pm
‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

‘তাই যিকোনো মুহূৰ্ততে মোক মাৰি পেলাব পাৰে…’ পত্নী টুইংকলক লৈ অক্ষয় কুমাৰৰ আচৰিত মন্তব্য

June 26, 2026 7:22 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd