• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Tuesday, August 11, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল প্ৰদেশ কংগ্ৰেছৰ মহিলা শাখাৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 24, 2023 1:45 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসম প্ৰদেশ মহিলা কংগ্ৰেছে দিছপুৰ থানাত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছে।

শনিবাৰে মধ্যপ্ৰদেশৰ নিৰ্বাচনী প্ৰচাৰৰ সময়ত মহিলা ঘৃণামূলক ভাষণ দিয়া বুলি অভিযোগ উত্থাপন কৰি কংগ্ৰেছৰ সভানেত্ৰী মীৰা বৰঠাকুৰ গোস্বামীয়ে এই অভিযোগ দাখিল কৰে।

বৰঠাকুৰে তেওঁৰ এজাহাৰত অভিযোগ কৰে যে শৰ্মাই কংগ্ৰেছ নেতা তথা মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমল নাথক ভগৱান হনুমানে ৰামায়ণত যেনেদৰে লংকা জ্বলাই দিছিল, তেনেদৰে নতুন দিল্লীৰ ১০ জনপথ জ্বলাই দিবলৈ আহ্বান জনাইছিল।

Apply Now

লগতে পঢ়ক: ”যেতিয়াই সুযোগ পাইছিল, তেতিয়াই ব্ৰীজভূষণে…;! দিল্লী আৰক্ষীৰ ভাষ্যত বিপদত বিজেপি সাংসদ

১০ নং জনপথ কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধীৰ বাসগৃহ আৰু যোৱা ১৮ ছেপ্টেম্বৰত মধ্যপ্ৰদেশৰ বিদিশা জিলাত অনুষ্ঠিত এক সমাৱেশৰ ভাষণত শৰ্মাই এই বক্তৱ্য দাঙি ধৰাৰ অভিযোগ উত্থাপন হৈছে।

‘হিন্দু ধৰ্মীয় আৱেগক টানি আনি সাম্প্ৰদায়িক ঘৃণা বিয়পোৱাৰ উদ্দেশ্যে এই ভাষণ প্ৰদান কৰা হৈছিল।’ অভিযোগত এইদৰে কোৱা হৈছে আৰু আইনৰ সংশ্লিষ্ট ধাৰাত গোচৰ পঞ্জীয়ন কৰিবলৈ আৰক্ষীক আহ্বান জনোৱা হৈছে।

বৰঠাকুৰে কয়, “সেই হিচাপে ১০ নং জনপথ জ্বলাই দিয়াৰ আহ্বানেৰে জনসাধাৰণক হিন্দু ধৰ্মীয় আৱেগ ব্যৱহাৰ কৰি অগ্নিসংযোগ আৰু সংঘৰ্ষত লিপ্ত হ’বলৈ কৰা এক মুকলি আমন্ত্ৰণ”।

লগতে পঢ়ক: চকুৰ সন্মুখতে পত্নীক ‘দলবদ্ধ ধৰ্ষণ’! অপমানত একেলগে বিহ সেৱন কৰি মৃত্যু সাৱটিলে দম্পতীয়ে

মধ্য প্ৰদেশত এই বক্তব্য দিয়া হৈছিল যদিও অসমত সুলভ ছপা, ইলেক্ট্ৰনিক আৰু ছ’চিয়েল মিডিয়াত এই বক্তব্য ব্যাপকভাৱে প্ৰচাৰ হৈছে বুলিও তেওঁ কয়।

অভিযোগ যে ‘সাম্প্ৰদায়িক ঘৃণা আৰু হিংসাত্মক কাৰ্যকলাপৰ প্ৰৰোচনাই অসমৰ জনসাধাৰণৰ আৱেগক নিশ্চিতভাৱে প্ৰভাৱিত কৰিব আৰু ধৰ্মৰ নামত ৰাজ্যখনৰ লগতে সমগ্ৰ দেশৰ শান্তিপূৰ্ণ পৰিৱেশ বিঘ্নিত কৰিব।’

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ কনভয়ৰ সন্মুখত জঁপিয়াই পৰি চিঞৰি উঠিল যুৱ বিজেপি কৰ্মী-‘চাকৰি দিয়ক’!

অসম বিধানসভাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াইও যোৱা ২০ ছেপ্টেম্বৰত মুখ্যমন্ত্ৰী শৰ্মাৰ বিৰুদ্ধে শিৱসাগৰ জিলাৰ নাজিৰা থানাত অভিযোগ দাখিল কৰিছিল যদিও এতিয়ালৈকে কোনো এজাহাৰ পঞ্জীয়ন হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

August 11, 2026 11:50 am
২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

August 11, 2026 10:52 am
অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

অসমৰ বানত মৃত্যুৰ সংখ্যা ১০১জনলৈ বৃদ্ধি; ১০ খন জিলাত ১.২৬ লাখৰো অধিক লোক ক্ষতিগ্ৰস্ত

August 11, 2026 9:57 am
নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাণ্ডৰ ষড়যন্ত্ৰকাৰীৰ পুত্ৰই

August 11, 2026 8:49 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

মাজ আকাশত হঠাতে ৩০০ ফুট তললৈ নামি আহিল এয়াৰ ইণ্ডিয়াৰ বিমান! তদন্তত পোহৰলৈ আহিল ভয়ংকৰ তথ্য

August 11, 2026 11:50 am
২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

২০ জুলাইৰ ‘সংসদ চলো’ যাত্ৰাত পেলেট গানত কিমানজন আহত হৈছিল? RTI-ত পোৱা গ’ল নতুন তথ্য

August 11, 2026 10:52 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd