• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, July 18, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

“যেতিয়াই সুযোগ পাইছিল, তেতিয়াই ব্ৰীজভূষণে…”! দিল্লী আৰক্ষীৰ ভাষ্যত বিপদত বিজেপি সাংসদ

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
September 24, 2023 12:45 pm
ব্রীজ ভূষণ শৰণ সিং। ফাইল ফটো: সংগ্ৰহীত।

ব্রীজ ভূষণ শৰণ সিং। ফাইল ফটো: সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

“ব্ৰীজভূষণে যেতিয়াই সুযোগ পাইছিল, তেতিয়াই মহিলা মল্লযুঁজাৰুৰ লগত অশালীন আচৰণ কৰিবলৈ চেষ্টা কৰিছিল”। আদালতত এই বিস্ফোৰক মন্তব্য দাঙি ধৰিছে দিল্লী আৰক্ষীয়ে।

সাংসদ তথা মল্লযুঁজ সন্থাৰ সভাপতি ব্রিজ ভূষণ সিঙৰ অস্বস্তি আৰু বাঢ়িছে। দিল্লীৰ ৰাউছ এভিনিউ আদালতত দিল্লী আৰক্ষীয়ে যুক্তি দিছে যে ব্রীজ ভূষণ সিঙে সুযোগ পালেই মহিলা মল্লযুঁজাৰুৰ লগত অসৎ আচৰণ কৰিবলৈ চেষ্টা কৰিছিল৷

মহিলা মল্লযুঁজাৰুৰ যৌন নিৰ্যাতনৰ গোচৰত বিজেপি সাংসদ ব্রজভূষণ শৰণ সিঙৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ শুনানি শনিবাৰে দিল্লীৰ ৰাউছ এভিনিউ আদালতত সম্পূর্ণ হয়৷ শুনানিৰ সময়ত দিল্লী আৰক্ষীয়ে যুক্তি দিয়ে যে ব্রীজ ভূষণ সিঙৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিবলৈ যি প্ৰমাণ পোৱা গৈছে সেয়া যথেষ্ট।

Apply Now

লগতে পঢ়ক: যুৱতীৰ স্কুটীৰ পিছত উঠি ক’ত ঘূৰি ফুৰিছে ৰাহুল গান্ধী? ভাইৰেল ভিডিঅ’ক লৈ কৌতুহল তুংগত!

দিল্লী আৰক্ষীয়ে জনোৱা মতে, ব্রীজ ভূষণে যেতিয়াই সুযোগ পাইছিল, তেওঁ মহিলা মল্লযুঁজাৰুসকলৰ শালীনতাত হাত দিবলৈ চেষ্টা কৰিছিল৷ দিল্লী আৰক্ষীৰ মতে, ব্রীজ ভূষণে তেওঁ কি কৰি আছিল সেই কথা ভালদৰেই জানিছিল৷

দিল্লী আৰক্ষীয়ে আদালতত কয় যে  ‘প্ৰশ্ন নিৰ্যাতিতা মহিলাগৰাকীয়ে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে নে নাই সেয়া নহয়, প্ৰশ্নটো হ’ল তেওঁৰ  লগত অন্যায় কৰা হৈছে নেকি’? গোচৰৰ শুনানিৰ সময়ত দিল্লী আৰক্ষীয়ে দিল্লীৰ ডব্লিউ এফ আইৰ কাৰ্যালয়ত অভিযোগকাৰীসকলৰ সৈতে সংঘটিত হোৱা ঘটনাৰ কথা উল্লেখ কৰে।

লগতে পঢ়ক: প্ৰধানমন্ত্ৰী মোডীৰ কনভয়ৰ সন্মুখত জঁপিয়াই পৰি চিঞৰি উঠিল যুৱ বিজেপি কৰ্মী-‘চাকৰি দিয়ক’!

এগৰাকী মহিলা মল্লযুঁজাৰুৰ অভিযোগৰ উদ্ধৃতি দি দিল্লী আৰক্ষীয়ে কয় যে তাজিকিস্তানত এক ইভেন্ট চলি থকাৰ সময়ত ব্রীজ ভূষণে অভিযোগকাৰীক নিজৰ ঘৰলৈ মাতি আনি বলপূৰ্বকভাৱে সাৱটি ধৰে। অভিযোগকাৰীয়ে তেওঁৰ মুখামুখি হোৱাত ব্ৰীজভূষণে কয় যে তেওঁ এগৰাকী পিতৃৰ দৰে আচৰণ কৰিছিল, যাৰ পৰা স্পষ্ট হৈ পৰে যে ব্রীজভূষণে তেওঁ কি কৰিছে সেই কথা জানে৷

আন এগৰাকী অভিযোগকাৰীৰ অভিযোগৰ কথা উল্লেখ কৰি দিল্লী আৰক্ষীৰ অধিবক্তাগৰাকীয়ে কয় যে তেওঁ তাজিকিস্তানত অনুষ্ঠিত এছিয়ান চেম্পিয়নশ্বিপৰ সময়ত ব্রীজ ভূষণে অনুমতি অবিহনে মহিলা মল্লযুঁজাৰুৰ চাৰ্টটো তুলি দিছিল, আৰু পেটত স্পৰ্শ কৰিছিল।

লগতে পঢ়ক: পিন্ধনত খাকী শাৰী আৰু কুৰ্তা: এছিয়ান গেমছৰ উদ্বোধনী অনুষ্ঠানত পতাকা কঢ়িয়ালে লাভলীনা-হৰমনপ্ৰীতে

দিল্লী আৰক্ষীয়ে জনোৱা মতে, ভাৰতত যদি কোনো মহিলাৰ বিৰুদ্ধে আই পি চিৰ ৩৫৪এ ধাৰাত কোনো অপৰাধ সংঘটিত হয় তেন্তে অভিযুক্তৰ সৰ্বোচ্চ শাস্তি তিনি বছৰ হ’ব পাৰে। এতিয়া এই গোচৰৰ শুনানি হ’ব অহা  ৭ অক্টোবৰত।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

গুৱাহাটীত সোণম ৱাংচুকৰ প্ৰতিকৃতি অংকনেৰে ৰাজহুৱা দেৱাল বিকৃত কৰাৰ অভিযোগত আটক দুই যুৱক

July 18, 2026 1:32 pm
অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

অৱশেষত ‘মিছ ৱৰ্ল্ড’ৰ মঞ্চত পাকিস্তান; ইতিহাস ৰচনা কৰিবলৈ ওলাইছে আনিকা মেৰাজে

July 18, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

মহাকাশ গৱেষণাত নতুন ইতিহাস ৰচিবলৈ সাজু ভাৰত: আগষ্টৰ পূৰ্বে উৎক্ষেপণ হ’ব স্কাইৰুটৰ ব্যক্তিগত ৰকেট বিক্ৰম-১

July 18, 2026 4:05 pm
টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

টাইম বোমাৰে ভাৰতত ভয়ংকৰ আক্ৰমণৰ পৰিকল্পনা! গুজৰাটত গ্ৰেপ্তাৰ ৫ জইছ সন্ত্ৰাসবাদী

July 18, 2026 2:38 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd