• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, October 24, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

নাবালিকা পত্নীৰ সৈতে সন্মতি সাপেক্ষে স্থাপন কৰা যৌন সম্পৰ্কও ধৰ্ষণ- বম্বে উচ্চ ন্যায়ালয়

নৰ্থ ইষ্ট নাও, গুৱাহাটী by নৰ্থ ইষ্ট নাও, গুৱাহাটী
November 16, 2024 10:49 am
5
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

নাবালিকা পত্নীৰ সন্মতি স্বত্বেও যৌন সম্পৰ্ক স্থাপন কৰাটো ধৰ্ষণ। বম্বে উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ। বম্বে উচ্চ ন্যায়ালয়ৰ নাগপুৰ বিচাৰপীঠে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি এই নিৰ্দেশ গৃহীত কৰে। এগৰাকী পত্নীয়ে স্বামীৰ বিৰুদ্ধে ধৰ্ষণৰ এজাহাৰ দাখিল কৰে। যাৰ প্ৰতি লক্ষ্য ৰাখি নিম্ন আদালতে ব্যক্তিজনক ১০ বছৰৰ কাৰাদণ্ড বিহে। উচ্চ ন্যায়ালয়ৰ বিচাৰপীঠে সেই ৰায়ক সমৰ্থন কৰে।

ন্যায়াধীশ জি এ ছনাপে কয় যে, ১৮ বছৰৰ ওপৰৰ বয়সত কেৱল পত্নীৰ সৈতেহে যৌন কাৰ্যকলাপত লিপ্ত হ’ব পাৰে। তাৰ আগতে পত্নীৰ সন্মতিৰ ওপৰত একো নিৰ্ভৰ নকৰে। ১৮ বছৰৰ তলৰ নাবালকৰ লগত যৌন সম্পৰ্ক স্থাপন কৰিলে ধৰ্ষণ বুলি গণ্য কৰা হয়। বিয়া হওক বা নহওক।

উচ্চ ন্যায়ালয়ে এই কথাও জোৰ দিয়ে যে সন্মতিসূচক যৌন সম্পৰ্কৰ কোনো প্ৰতিৰক্ষা নাই। ১৮ বছৰৰ ওপৰৰ বয়সলৈকে পত্নী বা যিকোনো ছোৱালীৰ সৈতে যৌন সম্পৰ্ক গঢ়িলে ধৰ্ষণ বুলি গণ্য কৰা হ’ব। মন কৰিবলগীয়া যে পত্নীৰ অভিযোগৰ প্ৰমাণৰ ভিত্তিত নিম্ন আদালতে লোকজনক ১০ বছৰৰ কঠোৰ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰে। সেই কথাও উচ্চ ন্যায়ালয়ত সমৰ্থন কৰা হৈছে।

Apply Now

অভিযোগ উত্থাপন হৈছে যে লোকজনে নাবালকৰ সৈতে বলপূৰ্বক যৌন সম্পৰ্ক স্থাপন কৰিছিল। তাৰ ওপৰত ভিত্তি কৰি মহিলাগৰাকীয়ে কয় যে আপত্তি সত্ত্বেও এই কাৰ্য্যৰ বাবেই গৰ্ভৱতী হৈছিল। পিছত সেই ব্যক্তিজনে তেওঁক বিয়া কৰালে। বিয়াৰ পিছতো তেওঁলোকৰ বৈবাহিক সম্পৰ্ক বৰ ভাল নাছিল। তাৰ পাছত মহিলাগৰাকীয়ে আৰক্ষীৰ এজাহাৰ দাখিল কৰে।

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ ইষ্ট নাও, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

October 24, 2026 6:06 pm
পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

October 24, 2026 5:24 pm
“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

“চৰকাৰক প্ৰশ্ন কৰাত বাধা দিয়া শান্তি আমাক নালাগে!” দিল্লী আৰক্ষীৰ ‘পীচ বণ্ড’ত স্বাক্ষৰ নকৰাৰ হুংকাৰ ছাত্ৰ নেত্ৰী নেহা বৰাৰ

October 24, 2026 4:10 pm
যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

যেনে লুক তেনে ফিচাৰ! Z900-ৰ পিছত এইবাৰ Kawasaki-য়ে বজাৰলৈ আনিছে Z1100

October 24, 2026 3:16 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

চহৰৰ বিলাসী জীৱন এৰি আদিবাসীৰ সেৱা কৰিবলৈ গৈছিল! খনিৰ বিৰুদ্ধে মাত মাতি এতিয়া কাৰাগাৰত চিকিৎসক

October 24, 2026 6:06 pm
পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

পুৱা হাঁহি মুখেৰে স্কুললৈ গৈছিল ছাত্ৰীগৰাকী! আবেলি বিদ্যালয়ৰ ভিতৰতে চৰম পন্থা দ্বাদশ শ্ৰেণীৰ ছাত্ৰীৰ, বেগত উদ্ধাৰ ৩ পৃষ্ঠাৰ টোকা

October 24, 2026 5:24 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd