• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

মোদী চৰকাৰক বিৰোধ কৰাৰ পৰিণাম! : গান্ধী পৰিয়ালৰ ৩ ট্ৰাষ্ট্ৰৰ বিৰুদ্ধে তদন্ত সমিতি গঠন

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , July 8, 2020 3:48 pm

2 min read

dc-cover-4dup22u8m8r96esanidb3lp321-20160725150836-1570434722
18k
VIEWS
Share on FacebookShare on Twitter

লাডাখ সীমান্তৰ পৰা আদি কৰি মূল্যবৃদ্ধিৰ লগতে মোদী চৰকাৰৰ বিভিন্ন ব্যৰ্থতাৰ সম্পৰ্কে অধিক আক্ৰমণাত্মক আচৰণ কৰি এতিয়া বিপদ পৰিছে গান্ধী পৰিয়াল।

উল্লেখ্য যে, দুদিনমান পূৰ্বে ৰাহুল গান্ধীয়ে টুইটাৰোগে কৈছিল যে, মোদীৰ ক’ৰ’ণা সংক্ৰমণ ৰোধ, বিমুদ্ৰাকৰণ আৰু জি এছ টিৰ ব্যৰ্থতাই ভৱিষ্যতে হাবাৰ্ড বিজনেছ স্কুলৰ গৱেষণাৰ বিষয় হ’ব।

মোদী চৰকাৰৰ প্ৰতি অধিক আক্ৰমণাত্মক হোৱা গান্ধী পৰিয়ালৰ ৩ ট্ৰাষ্টৰ একাধিক আৰ্থিক দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ তুলি তদন্ত আৰম্ভ কৰিব খুজিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

ৰাজীৱ গান্ধী ফাউণ্ডেশ্যন, ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়াল ট্ৰাষ্টৰ বিৰুদ্ধে দুৰ্নীতি আৰু অনিয়মৰ অভিযোগ আনি তদন্তৰ বাবে উচ্চস্তৰীয় কমিটি গঠন কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে।

প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীৰ স্মৃতিত গঠিত সংস্থাটোৰ সভানেত্ৰী হিচাপে আছে ছোনিয়া গান্ধী। এই সংস্থাটোৰ পৰিচালন সমিতিত আছে প্ৰাক্তন প্ৰধানমন্ত্ৰী ডঃ মনমোহন সিং, প্ৰিয়ংকা গান্ধী, পি চিদাম্বৰমৰ দৰে কংগ্ৰেছী নেতা।

আনহাতে ৰাজীৱ গান্ধী চেৰিটেবল ট্ৰাষ্ট আৰু ইন্দিৰা গান্ধী মেম’ৰিয়াল ট্ৰাষ্ট্ৰৰ দায়িত্বতো আছে ছোনিয়া গান্ধী।

কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ৰ অভিযোগ যে কংগ্ৰেছ চৰকাৰৰ আমোলত বৃহৎ দুৰ্নীতি সংঘটিত কৰিছে উক্ত সংস্থা তিনিটাই।

সংস্থাকেইটাই আৰ্থিক প্ৰতাৰণা আইন, আয়কৰ আইন, বিদেশী বিনিয়োগ আদি আইনৰ নিয়ম ভংগ কৰাৰো অভিযোগ উত্থাপন কৰা হৈছে।

এই তিনিটা সংস্থাৰ তদন্তৰ বাবে ইউ ডিৰ স্পেচিয়েল ডাইৰেক্টৰ নেতৃত্বত গঠন কৰাৰ তদন্তৰ সমিতিত চি বি আইৰ শীৰ্ষৰ বিষয়াও আছে।

Recent News

WhatsApp Image 2021-01-19 at 12.33.02 PM

ধোনীৰ অভিলেখ ভংগ; দ্ৰুততম ভাৰতীয় উইকেটকীপাৰ হিচাপে মাইলষ্ট’ন স্পৰ্শ ঋষভ পন্টৰ

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd