• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, October 16, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

‍গাহৰি পালকক ভাতে মৰাৰ ষড়যন্ত্ৰত নামিছে মন্ত্ৰী অতুল বৰা আৰু অসম চৰকাৰ : ডি ৱাই এফ আই

এন ই নাও নিউজ by এন ই নাও নিউজ
July 27, 2020 9:32 am
ফাইল ফটো

ফাইল ফটো

2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অসমত আফ্ৰিকান ছোৱাইন ফিভাৰত মৃত হোৱা আৰু ছোৱাইন ফিভাৰৰ বাবে বিভাগীয়ভাৱে হত্যা কৰা গাহৰিৰ বাবদ গাহৰি পালককসকলক কৃষি তথা পশুপালন মন্ত্ৰী অতুল বৰাই আৰ্থিক সাহায্য দিয়াৰ নামত চৰম প্ৰতাৰণা কৰা বুলি অভিযোগ কৰিছে ভাৰতৰ গণতান্ত্ৰিক যুৱ ফেডাৰেছন (ডি ৱাই এফ আই) ৰ অসম ৰাজ্যিক কমিটিয়ে৷

অকল ইমানেই নহয় মন্ত্ৰী অতুল বৰা আৰু অসম চৰকাৰৰ দুৰ্বল ভুমিকা আৰু কেন্দ্ৰীয় চৰকাৰৰ দায়িত্বহীন কাৰ্যৰ বাবে প্ৰায় দহ লাখ গাহৰি পালকৰ পৰিয়ালৰ জীৱনলৈ চৰম প্ৰত্যাহ্বান নমাই আনিছে৷

Apply Now

কৃষি মন্ত্ৰী তথা অসম চৰকাৰৰ এই প্ৰৱঞ্চনাক ধিক্কাৰ জনাই ডি ৱাই এফ আয়ে ক্ষতিগ্ৰস্ত গাহৰি পালকসকলক শীঘ্ৰে আৰ্থিক সাহায্য দিয়াৰ লগতে বহিঃ ৰাজ্যৰ পৰা গাহৰি আমদানি কৰি থলুৱা কৃষকৰ জীৱিকা ধ্বংস নকৰিবলৈ আহ্বান জনাইছে৷

শেহতীয়াভাৱে পশুপালন আৰু দুগ্ধ বিভাগৰ (Ministry of Animal Husbandry And dairying) হৈ যুটীয়া সচিব উপমান্য বসুই প্ৰেৰণ কৰা এক নিৰ্দেশত কোৱা হৈছে যে অসম আৰু উত্তৰ-পূবলৈ পঞ্জাব আৰু হাৰিয়ানাৰ গাহৰি প্ৰেৰণ কৰিব৷

ইয়াৰ ফলত গাহৰি পালন কৰি জীৱিকা নিৰ্বাহ কৰা প্ৰায় দহ লাখ পৰিয়াললৈ প্ৰত্যাহ্বান নামি অহাটো নিশ্চিত হৈ পৰিছে৷

উল্লেখনীয় যে আফ্ৰিকান ছোৱাইন ফিভাৰৰ বাবে অসমত প্ৰায় এক লাখ গাহৰি নিশেষ হৈছে৷ পৰম্পৰাগতভাৱে জনজাতীয় লোকসকলৰ লগতে বহু শিক্ষিত নিবনুৱাই গাহৰি পালনক জীৱিকা হিচাপে গ্ৰহণ কৰিছে৷

এনে অৱস্থাত আফ্ৰিকান ছোৱাইন ফিভাৰ দৰে মহামাৰিৰ সময়ত পালকসকলক সহায় নকৰা আৰু বহিঃৰাজ্যৰ পৰা গহৰি আমদানি কৰা চৰকাৰী ব্যৱস্থাই এক বিশাল অংশৰ লোকক বিপদৰ মাজলৈ ঠেলি দিব৷

লোকেল আৰু ভ’কেলৰ শ্ল’গান দিয়া বিজেপি চৰকাৰৰ এই কাৰ্যৰ মাজেৰে নিজৰেই আচল স্বৰূপ উদঙাই দেখুৱাইছে৷ কৰ্মসংস্থান সৃষ্টি কৰিম বুলি বৃহৎ বৃহৎ ঘোষণাৰে চমক দিয়া বিজেপি চৰকাৰখনে ইতিমধ্যে সংস্থাপিত হৈ থকা প্ৰায় দহ লাখ গাহৰি পালকক কৰা প্ৰতাৰণা আৰু তেওঁলোকৰ জীৱিকা ধ্বংস কৰিব ওলোৱা কাৰ্যই কৰ্মসংস্থান সৃষ্টিৰ প্ৰতি থকা দায়বদ্ধতাৰ বাস্তৱ ছবিখনকে ফুটাই তুলিছে৷

ডি ৱাই এফ আয়ে বিজেপি চৰকাৰৰ এই প্ৰৱঞ্চনা শীঘ্ৰে বন্ধ কৰি বাস্তৱমুখী পদক্ষেপ গ্ৰহণ কৰিবলৈ দাবী জনাইছে৷

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

চাকৰি এৰাৰ পিছত এইবাৰ নিজাকৈ দল খুলি ৰাজনীতিত নামিল আই এ এছ বিষয়া দিব্যা মিট্টাল

October 15, 2026 6:20 pm
লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

লাখ লাখ ফলোৱাৰ, পঁইতাচোৰাৰ পিছত নতুন দল ‘মাখি জনতা পাৰ্টি’, কি দাবী তেওঁলোকৰ?

October 15, 2026 5:09 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

‘জ্ঞানেশ কুমাৰক বচাবলৈ দেশৰ মানুহৰ সৈতে যুঁজ দিছে মোডী-শ্বাহে’, দীপকে-নেহাৰ গুৰুতৰ অভিযোগ

October 15, 2026 8:11 pm
সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

সামৰণি পৰিল অখিল গগৈৰ ১৪ দিনীয়া সত্যাগ্ৰহ; প্ৰতিশ্ৰুতি পূৰণ নহ’লে পুনৰ আন্দোলনৰ হুংকাৰ

October 15, 2026 7:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd