• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 9, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বৰপেটাত সংবিধান সভা, উপস্থিত হৰ্ষ মান্দেৰ

এন ই নাও নিউজ by এন ই নাও নিউজ
July 5, 2019 8:20 pm
‘Constitution meeting’ held in Assam's Barpeta

ভাৰতীয় সংবিধান বিতৰণ কৰা অৱস্থাত হৰ্ষ মান্দেৰ।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সংবিধান সেৱক নামৰ এক সংস্থাৰ উদ্যোগত আৰু  বৰপেটা জিলাৰ বৃহত্তৰ গোমাফুলবাৰী অঞ্চলৰ সচেতন-শিক্ষিত সমজুৱাৰ সহযোগত বৃহস্পতিবাৰে গোমাফুলবাৰী মাদ্ৰাছা ছেণ্টাৰ প্ৰাংগণত বিয়লি ৪ বজাত অনুষ্ঠিত হয় এক “সংবিধান সভা”।

উক্ত সভাত নাগৰিকত্বৰ সমস্যা, সংবিধান, বাল্য বিবাহ আৰু শিক্ষা সমস্যাকে আদি কৰি অন্যান্য আৰ্থ-সামাজিক আৰু ৰাজনৈতিক বিষয়ত সবিস্তাৰে আলোচনা কৰা হয়। আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন লেখক, ৰাষ্ট্রীয় মানৱ অধিকাৰ আয়োগৰ প্ৰাক্তন সদস্য তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় অসামৰিক সেৱা বিষয়া হৰ্ষ মান্দেৰ, বিশিষ্ট সমাজ বিজ্ঞানী তথা জামিয়া মিলিয়া ইছলামীয়াৰ অধ্যাপক মুনিৰুল হুছেইন,  আমষ্টাৰডামৰ ভৃজে বিশ্ববিদ্যালয়ৰ গৱেষক ছাত্ৰ আব্দুল কালাম আজাদ আদিয়ে ভাষণ প্ৰদান কৰে এই সভাত।

Apply Now

বিশিষ্ট সাংবাদিক মাইনুল হক চৌধুৰীৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনৰ আঁত ধৰে ৰকিবুল হাচান খানে আৰু সভাৰ বিষয়বস্তু বাখ্যা কৰে যুৱ লেখক তথা সমাজকৰ্মী আশ্ৰাফুল হুছেইনে।

ভাষণ প্ৰসংগত হৰ্ষ মান্দেৰে দেশত চলি থকা অসাম্য আৰু বিশেষ কিছু জনগোষ্ঠীৰ বিৰুদ্ধে হৈ থকা বৰ্ধিত আক্ৰমণ সম্পৰ্কে উষ্মা প্ৰকাশ কৰে। তেওঁৰ ভাষণত ডিটেনচন কেম্পৰ ভিতৰত বিদেশী হিচাপে বন্দী হৈ থকা লোকসকলৰ প্ৰতি সহানুভূতি আৰু অধিকাৰৰ প্ৰশ্ন উত্থাপন কৰা দেখা যায়।

উল্লেখযোগ্য যে হৰ্ষ মান্দেৰে এইবাৰৰ অসম ভ্ৰমণত বিদেশীৰ অপবাদত ডিটেনচন কেম্পত বন্দী হৈ থকাৰ লগতে বিদেশীৰ নামত অত্যাচাৰৰ বলি হৈ থকা কেইবাটাও পৰিয়ালত উপস্থিত হৈ তেওঁলোকৰ যন্ত্ৰণাৰ অংশীদাৰ হোৱাৰ লগতে একেলগে ন্যায়ৰ যুজঁ দিয়াৰ সাহস আৰু প্ৰতিশ্ৰুতি দিয়ে।

ইপিনে সভাত আব্দুল কালাম আজাদে বাল্য বিবাহ, শিক্ষা সমস্যা সম্পৰ্কে সংবিধান আৰু আইনৰ দিশসমূহ বাখ্যা কৰে।

এই সভাতে বৃহত্তৰ গোমাফুলবাৰী অঞ্চলৰ ৯জন যুৱকক “সংবিধান সেৱক” হিচাপে সন্মান জনোৱাৰ লগতে তেওঁলোকৰ হাতত তুলি দিয়া হয় একোখনকৈ ভাৰতীয় সংবিধান। সংবিধান সেৱকসকলে জনগণৰ সাংবিধানিক অধিকাৰ সম্পৰ্কে সমাজ আৰু দেশৰ হকে কাম কৰাৰ শপত বাক্যও পাঠ কৰে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

লৰেন্স বিষ্ণোইক ভাৰতৰ পৰা প্ৰত্যাৰ্পণৰ পথত আমেৰিকা? নিজ্জৰ হত্যাকাণ্ডত বৃহৎ পদক্ষেপৰ প্ৰস্তুতি

July 9, 2026 6:19 pm
মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

মোবাইল টাৱাৰ নোহোৱা ঠাইতো চলিব ফোন, বিএছএনএলে আনিলে ১,৩৪,১৬৬ টকীয়া বিশেষ ছেটেলাইট ফোন

July 9, 2026 6:05 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

এনচিইআৰটিৰ পাঠ্যক্ৰমত ডাঙৰ সালসলনি: বাদ পৰিল হিটলাৰ, অন্তৰ্ভুক্ত হ’ল সাভাৰকাৰৰ স্বৰাজৰ দাবী

July 9, 2026 7:31 pm
সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

সংগীত জগতৰ অন্যতম শ্ৰেষ্ঠ আৰু বিখ্যাত গায়িকা বনি টেইলৰৰ দেহাৱসান

July 9, 2026 6:31 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd