• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Thursday, July 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

গণতন্ত্ৰ নিবিচৰা বিভাজনকাৰী সকলে উত্তৰ কোৰিয়ালৈ গুছি যাওক; মেঘালয়ৰ ৰাজ্যপালৰ বিতৰ্কিত টুইট

এন ই নাও নিউজ by এন ই নাও নিউজ
December 14, 2019 3:36 pm
Tathagata Roy

তথাগত ৰয়

2.7k
VIEWS
Share on FacebookShare on Twitter

নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদৰ প্ৰতি বিৰূপভাৱ প্ৰকাশেৰে পৰোক্ষেভাৱে সমগ্ৰ প্ৰতিবাদী আন্দোলনটোক হেয় প্ৰতিপন্ন কৰিলে মেঘালয়ৰ ৰাজ্যপাল তথাগত ৰয়ে।

শুকুৰবাৰে টুইটাৰত ৰাজ্যপালগৰাকীয়ে যিসকল বিভাজনকাৰীয়ে গণতন্ত্ৰ নিবিচাৰে তেওঁলোক উত্তৰ কোৰিয়ালৈ যোৱা উচিত বুলি বিতৰ্কিত মন্তব্য কৰে।

‘‘বৰ্তমান পৰিস্থিতিত দুটা কথা কেতিয়াও পাহৰি যোৱা অনুচিত যে প্ৰথম কথা দেশক এসময়ত ধৰ্মৰ নামত বিভাজিত কৰা হৈছিল আৰু দ্বিতীয়তে গণতন্ত্ৰ নিশ্চিতৰূপে বহুমাতৃক। যদি আপুনি এয়া নিবিচাৰে তেন্তে উত্তৰ কোৰিয়ালৈ গুচি যাওক,’’ টুইটাৰত ৰাজ্যপাল গৰাকীৰ মন্তব্য।

উল্লেখযোগ্য যে, নাগৰিকত্ব সংশোধনী আইনক লৈ সমগ্ৰ অসমত তীব্ৰ প্ৰতিবাদ চলি থকাৰ সময়তে চুবুৰীয়া মেঘালয়তো ইয়াৰ বিৰুদ্ধে ছাত্ৰ সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰিছে।

অসমৰ লগতে মেঘালয়তো নাগৰিকত্ব সংশোধনী আইন বিৰোধী প্ৰতিবাদক দমন কৰাৰ উদ্দেশ্যে ইণ্টাৰনেট সেৱা বন্ধ কৰি দিয়া হৈছে।

Recent News

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

ব্যস্ত জীৱনত স্বাস্থ্য আৰু সফলতাৰ মাজত কেনেকৈ ভাৰসাম্যতা ৰক্ষা কৰিব! জানো আহক জাপানী জীৱন দৰ্শন ‘মুৰি শ্বিনাই দে’ৰ বিষয়ে…

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

শ্ৰমিকৰ মৃত্যুৰ সৈতে জড়িত থকাৰ অভিযোগত ছিংগাপুৰত ৩৫ মাহৰ কাৰাদণ্ড ভাৰতীয় ছাত্ৰক

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

আন্তঃৰাষ্ট্ৰীয় গণিত অলিম্পিয়াড চেলেঞ্জত দুটাকৈ পদক জয় অসমৰ ছাত্ৰৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

সিদ্ধাৰ্থ মালহোত্ৰা আৰু কিয়াৰা আদৱানীৰ জীৱনলৈ আগমন কন্যাসন্তানৰ

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd