• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, September 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

সতী ৰাধিকা বঁটা প্ৰদান কৰি বিজেপি চৰকাৰে সস্তীয়া ৰাজনীতি কৰিছে : অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদ

'বটাঁ প্ৰদানক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা নিকৃষ্ট ৰাজনীতিয়ে জাতিটোক অপমানিত কৰিছে' ৰুবুল দাস

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 3, 2020 5:58 pm
Sati Radhika Final (1)
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি অসম চৰকাৰে ৰবীন্দ্ৰ ভৱনত প্ৰদান কৰা সতী ৰাধিকা বঁটা অনুষ্ঠানক কেন্দ্ৰ কৰি সস্তীয়া  ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰিছে অনুসূচিত জাতি যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰুবুল দাসে।

দাসে নৰ্থ ইষ্ট নাওলৈ প্ৰেৰণ কৰা এক ভিডিঅ’যোগে  কয়  ‘বিজেপি চৰকাৰে প্ৰদান কৰা এই বটাঁৰ দ্বাৰা অসমৰ অনুসূচিত জাতিৰ কোনোধৰণৰ উৎকৰ্ষ সাধন নহয়। বৰঞ্চ বটাঁ প্ৰদানক কেন্দ্ৰ কৰি বিজেপি চৰকাৰে গ্ৰহণ কৰা নিকৃষ্ট ৰাজনীতিয়ে জাতিটোক অপমানিত কৰিছে।‘

Apply Now

তেওঁ লগতে কয় ‘এগৰাকী বিশিষ্ট জয়ন্তীয়া মূলৰ সমাজকৰ্মী ইভলিনটিচ চাভেমক বটাঁ প্ৰদান কৰা অনুষ্ঠানটোত অনুসূচিত জনগোষ্ঠীটোৰ এজনো শিক্ষাবিদ, সমাজকৰ্মী, বুদ্ধিজীৱি তথা আগশাৰীৰ ব্যক্তিক আমন্ত্ৰণ কৰাৰ পৰিৱৰ্তে নাৰী কেলেংকাৰীত জৰিত দালাল, জেলফেৰৎ, ভূৱা অনুসূচিত জাতিৰ ব্যক্তি, সদ্য বিজেপিত যোগদান কৰা লোকক মঞ্চত আসন গ্ৰহণ কৰিবলৈ দিয়া কাৰ্য্যই জাতিটোক অপমানিত কৰিছে।‘

ইয়াৰোপৰি তেওঁ কয় ‘জিনচ্ পেণ্ট আৰু টি চাৰ্ট পৰিহিত অনা অনুসূচিত যুৱতীৰ দ্বাৰা বটাঁ প্ৰাপকক মঞ্চত গামোছাৰে সম্বৰ্ন্ধণা জনাবলৈ দিয়া কাৰ্য্যই  জাতিটোৰ আত্মসন্মানত আঘাত হানিছে বুলি ক্ষোভ প্ৰকাশ কৰে।

কেৱল মাথো ভোটৰ ৰাজনীতি কৰিবলৈ এনেদৰে এগৰাকী মহিয়সি নাৰীৰ নামত প্ৰদান কৰা বঁটা অনুষ্ঠান এইখন বিজেপি চৰকাৰে পাতিছে বুলি ৰুবুল দাসে মন্তব্য কৰে।

ভৱিষ্যতে অনুসূচিত জাতিৰ নামত সস্তীয়া ৰাজনীতি নকৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰক সকীয়াই দিয়ে দাসে।

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

শিক্ষক দিৱসত অসমৰ ১৫ গৰাকী শিক্ষকলৈ ৰাজ্যিক শিক্ষক বঁটা, ২০২৬

September 5, 2026 12:57 pm
‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

‘আৰক্ষীৰ কামত সংযম অপৰিহাৰ্য’, শিক্ষাৰ্থীৰ ওপৰত ‘লাঠি চালনা’ক লৈ উদ্বিগ্ন উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ

September 5, 2026 12:52 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

জাৰ্মানীৰ ৰাজনীতিত আলোড়ন; ইতিহাস গঢ়াৰ দিশে কট্টৰ সোঁপন্থী দল অল্টাৰনেটিভ ফৰ ডয়েছলেণ্ড

September 5, 2026 1:54 pm
অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

অখিল গগৈৰ আদৰ্শগত স্থিতি বিশ্লেষণ ড০ হীৰেন গোহাঁই

September 5, 2026 1:13 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd