• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 13, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

পুৰীৰ বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰৰ ‘জিভা পিছলিল’! জগন্নাথ-মোডীৰ বিতৰ্কিত মন্তব্যকলৈ সৰৱ বিৰোধী

এন ই নাও নিউজ, নতুন দিল্লী by এন ই নাও নিউজ, নতুন দিল্লী
May 21, 2024 7:58 am
সম্বিত পাত্ৰ। ফাইল ফটোঃ সংগ্ৰহীত।

সম্বিত পাত্ৰ। ফাইল ফটোঃ সংগ্ৰহীত।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

ওড়িশাৰ পুৰীৰ বিজেপি প্ৰাৰ্থী সম্বিত পাত্ৰই জগন্নাথদেৱক ​​লৈ অবাঞ্চিত মন্তব্য কৰি বিতৰ্কত লিপ্ত হৈছে। ইপিনে, বিৰোধীয়ে সেই মন্তব্যক লৈ সৰৱ হৈ পৰিছে। ওড়িশাৰ মুখ্যমন্ত্ৰী নবীন পাটনায়কে পাত্ৰক তীব্ৰ সমালোচনা কৰিছে।

সোমবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী প্ৰচাৰৰ বাবে পুৰীলৈ গৈছিল। জগন্নাথ মন্দিৰতো তেওঁ পূজা দিছিল। তাৰ পিছত সম্বিত পাত্ৰ সাংবাদিকসকলৰ মুখামুখি হ’ল। তেতিয়াই মোডীয়ে পুৰীত প্ৰচাৰ কৰিবলৈ অহা সন্দৰ্ভত তেওঁ কয়, জগন্নাথদেৱ হেনো প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ভক্ত!

বিষয়টোক লৈ বিতৰ্কৰ সৃষ্টি হ’ব পাৰে বুলি আগজাননী পোৱাৰ লগে লগে ঘটনাস্থলীত উপস্থিত থকা বিজেপি নেতাৰ একাংশই কয় যে জিভা পিছলিয়ে সম্বিতে এনে কথা ​​কৈছে। আচলতে বিজেপি প্ৰাৰ্থীগৰাকীয়ে ক’ব বিচাৰিছিল যে মোডী জগন্নাথৰ ভক্ত।

Apply Now

লগতে পঢ়কঃ ধৰ্ষণৰ অভিযোগত গ্ৰেপ্তাৰ নগাঁও লোকসভা সমষ্টিৰ প্ৰাৰ্থী

সম্বিতে দৰাচলতে কি কৈছিল? তেওঁ কৈছিল, ‘প্ৰধানমন্ত্ৰী মোডীক চাবলৈ আজি লাখ লাখ লোক আহিছিল। জগন্নাথ নিজেই মোডীৰ ভক্ত। আৰু আমি সকলোৱেই মোডীৰ পৰিয়াল। মই মোৰ আৱেগক নিয়ন্ত্ৰণ কৰিব পৰা নাই। আৰু আজি সকলো ওড়িয়াবাসীৰ বাবে এক স্মৰণীয় দিন।”

এই ঘটনা পোহৰলৈ অহাৰ পিছতে নবীন পাটনায়কে তীব্ৰ আক্ৰমণ চলায়। এক্স হেণ্ডলত তেওঁ লিখিছে, “মহাপ্ৰভুক মানৱ ভক্ত বুলি কোৱাটো ঈশ্বৰৰ অপমান। ইয়াৰ ফলত সমগ্ৰ বিশ্বতে বিয়পি থকা কোটি কোটি উড়িয়া আৰু জগন্নাথ-ভক্তৰ আৱেগত আঘাত হানিছে।”

 

Mahaprabhu Shree Jagannatha is the Lord of Universe.

Calling Mahaprabhu a bhakt of another human being is an insult to the Lord. This has hurt the sentiments and demeaned the faith of crores of Jagannatha bhaktas and Odias across the world.

The Lord is the greatest Symbol of…

— Naveen Patnaik (@Naveen_Odisha) May 20, 2024

 

ইপিনে, এনে মন্তব্যৰ বাবে যেতিয়া বিতৰ্ক তীব্রতৰ হ’বলৈ ধৰিলে, তেতিয়া সম্বিত নিজেই স্পষ্টীকৰণৰ বাবে নামি পৰিল। তেওঁ নবীন পাটনায়কৰ এই পোষ্টটো ৰিটুইট কৰি তাত লিখিছে, ‘আজি মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ সফল ৰোড শ্ব’ৰ পিছত বহু সংবাদ মাধ্যমক অসংখ্য বাইট দিলোঁ। সকলোতে কৈছোঁ যে মোডী শ্ৰীজগন্নাথ মহাপ্ৰভুৰ ভক্ত। কিন্তু ভুলতে এবাৰ ওলোটা কথা কৈছিলো। অনুগ্ৰহ কৰি এইটোক ইছ্যু নকৰিব। আমাৰ বহুতেই জিভা পিছলি ভুল কথা কৈ পেলাও।

Naveen Ji Namaskar!
I gave number of bytes today to multiple media channels after the massive success of Shri Narendra Modiji’s Road Show in Puri today, everywhere I mentioned that Modi ji is an ardent “Bhakt” of Shri Jagannath Mahaprabhu ..by mistake during one of the bytes I… https://t.co/6Q1Kuj5E6O

— Sambit Patra (Modi Ka Parivar) (@sambitswaraj) May 20, 2024

 

অৱশ্যে সেই টুইটৰ প্ৰতি এতিয়াও কোনো সঁহাৰি দিয়া নাই পাটনায়কে।  ৰাজনৈতিক বিশেষজ্ঞসকলে ওড়িশাৰ মুখ্যমন্ত্ৰীয়ে কি উত্তৰ দিয়ে তালৈ লক্ষ্য কৰি আছে।

এন ই নাও নিউজ, নতুন দিল্লী

এন ই নাও নিউজ, নতুন দিল্লী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

ইণ্ডিয়া মিত্ৰজোঁটৰ দলসমূহলৈ ৰাহুল গান্ধীৰ আহ্বান

June 13, 2026 6:32 pm
সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

সাৱধান! এই খাদ্যই কাঢ়ি লৈছে লাখ লাখ শিশুৰ প্ৰাণ বিশ্ব স্বাস্থ্য সংস্থাৰ ভয়ংকৰ তথ্য

June 13, 2026 6:19 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

ৰোহিত শৰ্মাৰ নতুন অভিলেখ! ৮৩ৰ বিশ্বকাপ জয়ী নায়ক মহিন্দৰ অমৰনাথক অতিক্ৰম কৰি গঢ়িলে ইতিহাস

June 13, 2026 7:26 pm
ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

ৰাজ্যত পুনৰ জাপানীজ এনকেফেলাইটিছৰ সন্ত্ৰাস! জি এম চি এইচত প্ৰাণ গ’ল ৪ জনৰ

June 13, 2026 6:42 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd