• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

ৰক্ষকেই ভক্ষক! ডেৰ বছৰ ধৰি যুৱতীক ধৰ্ষণ চলোৱাৰ অভিযোগত গ্ৰেপ্তাৰ আৰক্ষী বিষয়া

এন ই নাও নিউজ by এন ই নাও নিউজ
November 13, 2020 1:06 pm
Crime_against_women5-750x375

প্ৰতিনিধিত্বমূলক ফটো।

1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

সুদীৰ্ঘ দিন ধৰ্ষণৰ লগতে নিৰ্যাতিতা যুৱতীৰ অশ্লীল ভিডিঅ’ ভাইৰেল কৰাৰ ভাবুকি দিয়াৰ এক জঘন্য অভিযোগত গ্ৰেপ্তাৰ কৰা হৈছে বিহাৰৰ এগৰাকী উপ আৰক্ষী অধীক্ষক(ডিএছপি)ক।

বৃহস্পতিবাৰে অভিযুক্ত সোমেশ মিশ্ৰক ঝাড়খণ্ডৰ চাহেবগঞ্জৰ পৰা গ্ৰেপ্তাৰ কৰা হয়। নিৰ্যাতিতা যুৱতীগৰাকীয়ে যোৱা ২২ মাৰ্চতে মিশ্ৰৰ বিৰুদ্ধে অভিযোগ দাখিল কৰিছিল।

Apply Now

অভিযুক্ত আৰক্ষী বিষয়া সোমেশ মিশ্ৰৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩৭৬ আৰু ৩২৮ধাৰাত গোচৰ ৰুজু কৰা হৈছে।

অভিযোগ অনুসৰি, আৰক্ষী বিষয়াগৰাকীয়ে ডেৰবছৰৰো অধিক কাল ধৰি এগৰাকী যুৱতীক ধৰ্ষণ কৰিছিল। আনকি যুৱতীগৰাকীৰ বিয়াৰ পাছতো ব্লেকমেইল কৰি তেওঁৰ ওপৰত নিৰ্যাতন চলাইছিল।

ঘটনা অনুসৰি, সোমেশ মিশ্ৰৰ সৈতে নতুন দিল্লীত যুৱতীগৰাকীৰ পৰিচয় হৈছিল। সেই সময়ত সোমেশ মিশ্ৰ আৰক্ষীৰ চাকৰিত যোগদান কৰা নাছিল।

বন্ধু এজনৰ ঘৰত সেই যুৱতীগৰাকীৰ খাদ্যত নিচাযুক্ত দ্ৰব্য মিহলাই অজ্ঞান কৰি যুৱতীগৰাকীৰ ওপৰত তেওঁ যৌন নিৰ্যাতন চলায় আৰু লগতে ইয়াৰ এটা ভিডিঅ’ও তুলি ৰাখে।

অভিযুক্ত মিশ্ৰই সেই ভিডিঅ’টো দেখুৱাই ব্লেকমেইল কৰি প্ৰায় ডেৰ বছৰ ধৰি ধৰ্ষণ চলাই যায়। আনহাতে, শাৰীৰিক সম্পৰ্কৰ বাবে মান্তি নহ’লে ছচিয়েল মিডিয়াত সেই ভিডিঅ’ মুকলি কৰি দিয়াৰ ভাবুকি দিয়ে।

তদন্তৰ দায়িত্বত থকা এগৰাকী আৰক্ষী বিষয়াই কয় যে বিয়াৰ পাছৰে পৰা আৰক্ষী বিষয়াগৰাকীৰ নিৰ্যাতনৰ মাত্ৰা আৰু বৃদ্ধি পায়। ইয়াৰ পাছতে যুৱতীগৰাকীয়ে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰে।

আৰক্ষীয়ে তেওঁলোকৰ তদন্তত যুৱতীগৰাকীৰ অভিযোগৰ সত্যতা বিচাৰি পোৱাত অভিযুক্ত আৰক্ষী বিষয়া সোমেশ মিশ্ৰক গ্ৰেপ্তাৰ কৰে।

বিহাৰ আৰক্ষীয়ে ইতিমধ্যে অভিযুক্ত আৰক্ষী বিষয়া সোমেশ মিশ্ৰক নিলম্বিত কৰিছে। তদন্ত এতিয়াও অব্যাহত আছে।

এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd