• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Sunday, July 5, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home দেশ

ৰক্ষকেই ভক্ষক: জনজাতীয় মহিলাক ধৰ্ষণ আৰক্ষী বিষয়াৰ; চাকৰিৰ পৰা নিলম্বন

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
May 6, 2022 11:19 am
Police officer arrested for raping tribal woman
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জনসাধাৰণৰ সুৰক্ষাৰ বাবে দায়বদ্ধ আৰক্ষীয়েই জনতাৰ ত্ৰাসৰ কাৰণ হৈ পৰাৰ উদাহৰণ দেশত সহজেই উপলব্ধ। সৌ সিদিনা উত্তৰ প্ৰদেশত আৰক্ষী চকীৰ ভিতৰতে এগৰাকী মহিলা আৰক্ষীৰ দ্বাৰা বলাৎকাৰৰ বলি হোৱাৰ চাঞ্চল্য মাৰ নাযাওঁতেই এইবাৰ ৰাজস্থানত আৰক্ষী বিষয়াৰ অসৎ চৰিতাৰ্থৰ বলি হৈছে এগৰাকী যুৱতী।

ৰাজস্থানৰ ঝালাৱাৰ জিলাত এগৰাকী ২৫ বছৰীয়া জনজাতীয় মহিলাক বলাৎকাৰ কৰাৰ অভিযোগ উঠিছে এজন সহকাৰী উপ- পৰিদৰ্শকৰ বিৰুদ্ধে।

Apply Now

ইতিমধ্যে অভিযুক্ত আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰা হৈছে আৰু কৰ্তব্যৰ পৰা নিলম্বিত কৰা হৈছে বুলি ৰাজ্যখনৰ শীৰ্ষ আৰক্ষী বিষয়াই জানিবলৈ দিছে।

আৰক্ষীয়ে জানিবলৈ দিয়া মতে, ধৰ্ষণৰ অভিযোগ উত্থাপন কৰা মহিলাগৰাকীয়ে জানুৱাৰীত শহুৰেকৰ বিৰুদ্ধে ভলভা আৰক্ষী চকীত এটা গোচৰ ৰুজু কৰিছিল।

ভলতা আৰক্ষী চকীৰ সহকাৰী উপ-পৰিদৰ্শক জগদীশ প্ৰসাদ (৫৯) উক্ত গোচৰৰ তদন্তকাৰী বিষয়া আছিল।

তেওঁ মহিলাগৰাকীক তদন্তৰ অজুহাতত সঘনাই ফোন কল কৰি অসুবিধাত পেলাইছিল বুলি ভুক্তভোগী মহিলাগৰাকীয়ে অভিযোগ কৰিছিল।

সোমবাৰে নিশা মহিলাগৰাকীয়ে গাঁৱৰে এক বিবাহ অনুষ্ঠানত অংশ গ্ৰহণ কৰাৰ সময়ত আৰক্ষী বিষয়া প্ৰসাদে তেওঁক বাহিৰলৈ মাতি আনে আৰু বাইকত বহাই এখন বনাঞ্চললৈ নি ধৰ্ষণ কৰে বুলি মহিলাগৰাকীয়ে অভিযোগ কৰে।

পিছত মহিলাগৰাকীয়ে নিজ স্বামীক এই বিষয়ে অৱগত কৰে আৰু মঙলবাৰে সন্ধিয়া তেওঁলোকে প্ৰসাদৰ বিৰুদ্ধে একেখন আৰক্ষী থানাত অভিযোগ দাখিল কৰে।

তেওঁলোকৰ অভিযোগৰ ২৪ ঘণ্টাৰ ভিতৰতে প্ৰসাদক গ্ৰেপ্তাৰ কৰা হয় বুলি স্থানীয় চক্ৰ বিষয়া গিৰধৰ সিঙে জানিবলৈ দিয়ে।

আৰক্ষী বিষয়াজনৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ধাৰা ৩৭৬ (২) (ক) (আই) আৰু অনুসূচীত জাতি আৰু অনুসূচীত জনজাতি (অত্যাচাৰ প্ৰতিৰোধ) আইন, ১৯৮৯ ৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলিও সিঙে লগতে উল্লেখ কৰে।

প্ৰাথমিক তদন্তৰ পিছত ঝালাৱাৰৰ আৰক্ষী অধীক্ষক মনিকা সেনে প্ৰসাদক ৰাজস্থান আৰক্ষী সেৱাৰ পৰা বৰ্খাস্ত কৰে আৰু অৱসৰৰ পিছত তেওঁৰ সকলো লাভালাভ জব্দ কৰাৰ নিৰ্দেশ দিয়ে।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

ভাৰত এতিয়া বিশ্বৰ দ্বিতীয় বৃহত্তম ম’বাইল নিৰ্মাণ আৰু ৰপ্তানি কৰা দেশ: প্ৰধানমন্ত্ৰী মোদী

July 4, 2026 7:38 pm
ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

ফ্লিপকাৰ্টৰ গ’ট চেলত ৫৯ হাজাৰ টকাতকৈও কম মূল্যত আইফোন ১৬

July 4, 2026 7:10 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

চিনেমা আৰু অ’টিটিৰ কন্টেন্ট চুৰিৰ অভিযোগত টেলিগ্ৰামলৈ কেন্দ্ৰৰ জাননী, ১৫ দিনৰ ভিতৰত বিচাৰিলে উত্তৰ

July 4, 2026 9:04 pm
স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

স্পেইনৰ তাৰকাৰ প্ৰশংসাত ভিয়া, সৰুতে হকী খেলি গ’লৰ গোন্ধ চিনিবলৈ শিকিছিল মিকেল অয়াৰজাবালে

July 4, 2026 8:46 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd