• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Wednesday, January 27, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home উত্তৰ-পূব অসম

বিয়াৰ প্ৰতিশ্ৰুতি দি মহিলা কনিষ্টবলক ধৰ্ষণৰ অভিযোগত জালত পৰিল উপ-পৰিদৰ্শক

NE NOW NEWS এন ই নাও নিউজ
গুৱাহাটী , December 5, 2020 2:28 pm

1 min read

representative image

প্ৰতিনিধিত্বমূলক ফটো।

4.9k
VIEWS
Share on FacebookShare on Twitter

জনসাধাৰণক নিৰাপত্তা দিয়াৰ দায়িত্বত থকা আৰক্ষী বিষয়াই সংঘটিত কৰিলে এক জঘন্য কাণ্ড! এন কাণ্ডৰ বাবে বিতৰ্কৰ মাজত সোমাই পৰিছে পুনেৰ এজন আৰক্ষী উপ-পৰিদৰ্শক।

বিয়াৰ প্ৰতিশ্ৰুতি দি আৰক্ষী বিষয়াজনে ধৰ্ষণ কৰাৰ অভিযোগ উত্থাপন কৰিছে কাৰ্যালয়টোৰে এগৰাকী মহিলা কনিষ্টবলে।

স্বাভাৱিকতেই ঘটনাটোৱে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে।

মহাৰাষ্ট্ৰ আৰক্ষীৰ ৩৩বছৰীয়া মহিলা কনিষ্টবলগৰাকীয়ে শিৱাজীনগৰ আৰক্ষী থানাত তেওঁৰ অভিযোগ দাখিল কৰিছে।

অভিযোগ অনুসৰি, বৰ্তমান নানদেড আৰক্ষী থানাত কৰ্মৰত উপ-পৰিদৰ্শকজনৰ সৈতে তেওঁৰ দীৰ্ঘদিনীয়া সম্পৰ্ক আছিল। আৰক্ষী বিষয়াজনে বিয়াৰ প্ৰতিশ্ৰুতি দি তেওঁৰ সৈতে শাৰীৰিক সম্পৰ্কও কৰিছে।

কিন্তু এতিয়া বিয়াৰ কথা ক’লেই এৰাই চলে বিষয়াগৰাকীয়ে। তেওঁ হেনো স্পষ্ট কৰি দিছে যে এই বিয়া কৰাবলৈ তেওঁ সাজু নহয়।

মহিলা কনিষ্টবলগৰাকীয়ে অৱশেষত উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে থানাত অভিযোগ দাখিল কৰে। অভিযোগ পোৱাৰ পাছতে তৎপৰ হৈ পৰিছে আৰক্ষী।

উপ-পৰিদৰ্শকজনৰ বিৰুদ্ধে আৰক্ষীয়ে ধৰ্ষণ তথা প্ৰতাৰণাৰ অভিযোগত ভাৰতীয় দণ্ডবিধিৰ একাধিক ধাৰাত গোচৰ ৰুজু কৰিছে।

ঘটনাৰ তদন্ত চলাই থকা হৈছে আৰু তেওঁৰ বিৰুদ্ধে অভিযোগ প্ৰমানিত হ’লে বিষয়াজনে আইনমতে শাস্তি পাব বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে।

Recent News

94355452_10157511895548983_6137327993321684992_o-750x375

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শিৱসাগৰত বিতৰণ কৰিব স্বামী বিবেকানন্দ যুৱ সৱলীকৰণ যোজনা অনুমোদন পত্ৰ

ULFA flag

গণৰাজ্য দিৱসত গোলাঘাটতত আলফা স্বাধীনৰ পতাকা

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

উঠাই লোৱা হ’ল ২৭ জানুৱাৰিৰ ২৪ ঘণ্টীয়া চকা বন্ধ কাৰ্য্যসূচী

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

ভাৰতীয় দলৰ প্ৰাক্তন গ’লকীপাৰ প্ৰশান্ত ডোৰাৰ মৃত্যু; মোহন বাগানৰ শোকপ্ৰকাশ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd