• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 2, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

বোকাখাতৰ কৰ’নাৰ আতংক, ফাৰ্মাচিৰ গ্ৰাহক কোভিড পজিটিভ

উত্তম শইকীয়া by উত্তম শইকীয়া
July 10, 2020 7:28 pm
1216 persons cured of COVID-19 in Assam on Tuesday
2
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

জ্বৰ-কাঁহ হোৱাৰ বাবে বোকাখাতৰ এখন ফাৰ্মাচিৰ চেম্বাৰৰ এজন চিকিৎসকৰ কাষত  চিকিৎসা গ্ৰহণ কৰা এজন লোকৰ শৰীৰত কভিড১৯ৰ সংক্ৰমণ ধৰা পৰাৰ পাচত সম্প্ৰতি বোকাখাতত ত্ৰাসৰ সৃষ্টি হৈছে৷

জানিব পৰা মতে বোকাখাত মহকুমাৰ লখৌজানৰ ৰাজু ছেত্ৰী নামৰ লোকজনে দুদিনমানৰ আগতে বোকাখাত নগৰৰ মাজমজিয়াৰ নিৰ্মল মেডিকেল নামৰ ঔষধৰ দোকানত চিকিৎসা সেৱা আগবঢ়োৱা ডা৹ কানুকৃষ্ণ বৰদলৈৰ ওচৰত চিকিৎসা গ্ৰহণ কৰিছিল আৰু ঔষধো ক্ৰয় কৰিছিল৷

Apply Now

জ্বৰ-কাঁহ হৈ থকাৰ বাবে তেওঁৰ স্বাব সংগ্ৰহ কৰা হৈছিল৷ পৰীক্ষাত তেওঁৰ শৰীৰত কভিড১৯ৰ সংক্ৰমণ ধৰা পৰাত আজি তেওঁ কহঁৰাৰ বেজা বৈষ্ণৱ ক’ভিড চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়৷

ইফালে আজি তাৎক্ষণিকভাৱে নিৰ্মল মেডিকেল নামৰ ঔষধৰ দোকানখন মহকুমা প্ৰশাসনে চীল কৰি দিয়াৰ লগতে উক্ত ঔষধ দোকানৰ চিকিৎসক ডা৹ কানুকৃষ্ণ বৰদলৈ, দোকানখনৰ স্বত্বাধিকাৰ নিহাৰ দেৱ আৰু সকলো কৰ্মচাৰীকে কোৱাৰেন্টাইন কৰা বুলি মহকুমা দণ্ডাধীশ ৰণনময় ভৰদ্বাজে জনাইছে৷

মন কৰিব লগীয়া যে ৰাজু ছেত্ৰী নামৰ লোকজনৰ কোনো ভ্ৰমণ বুৰঞ্জী নাই যদিও তেওঁ যোৰহাটৰ এটা গেৰেজত কাম কৰে আৰু প্ৰতিদিনেই কৰ্মসূত্ৰে যোৰহাটলৈ অহাযোৱা কৰে৷

বিগত সময়চোৱাত নিৰ্মল ফাৰ্মাচী নামৰ দোকানখনলৈ আহিছিল ৰাজু ছেত্ৰী৷ দোকানখনৰ অন্য বহু গ্ৰাহকৰ সংস্পৰ্শলৈও আহিছিল তেওঁ৷

ইফালে বহিঃ ৰাজ্যৰ পৰা আহি বোকাখাতৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা মহকুমাটোৰ মৰিয়াহোলাৰ আশিস চুব্বাৰ শৰীৰতো ক’ভিডৰ উপস্থিতি ধৰা পৰিছে৷

ইয়াকে লৈ বোকাখাতৰ কোৱাৰেন্টাইন কেন্দ্ৰত থকা মুঠ ১০৭জনৰ শৰীৰত কভিড-১৯ৰ সংক্ৰমণ পোৱা গৈছে৷

Tags: COVID-19
উত্তম শইকীয়া

উত্তম শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

বছৰৰ প্ৰথম তিনি মাহতে বৃদ্ধি ৭.৮ শতাংশ জিডিপি : কিন্তু দেশ আগুৱাইছে কিমান?

September 1, 2026 8:44 pm
ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

ককৰোছ পাৰ্টিৰ আন্দোলনত ৰুজু হোৱা সকলো গোচৰ বাতিল কৰিলে উচ্চতম ন্যায়ালয়ে

September 1, 2026 7:40 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

গেছ-এচিডিটিত ভুগিছে নেকি? ৰন্ধাৰ সময়ত মিহলাওক এইবিধ মছলা, পাব আচৰিত সুফল

September 2, 2026 7:41 am
, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

, মাংস বেছিকৈ খোৱাৰ বাবেই বন্ধুক নৃশংসভাৱে হত্যা! সামান্য কথা কাটাকাটিৰ পৰিণতিত ৰক্তাক্ত কাণ্ড

September 1, 2026 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd