• About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact
English |  
Tuesday, January 19, 2021
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

অসমত উপলব্ধ ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক, কি এই প্ৰতিষেধক?  

Kalpa Saikia কল্পজ্যোতি শইকীয়া
গুৱাহাটী , February 14, 2020 12:16 pm

2 min read

c510b18c-4cef-4902-8208-5313b56dd99c

প্ৰতিনিধিত্বমূলক চিত্ৰ

9.8k
VIEWS
Share on FacebookShare on Twitter

আয়ুস মন্ত্ৰ্যালয়ৰ পৰা লাভ কৰা নিৰ্দেশনাৰ পাছতে হোমিঅ’পেথিক চিকিৎসাৰ জৰিয়তে আপুনি আগতীয়াকৈ ল’ব পাৰিব ক’ৰ’না ভাইৰাছৰ প্ৰতিষেধক। অসমত ইতিমধ্যে আৰম্ভ হৈছে এই প্ৰতিষেধক ল’ব পৰা ব্যৱস্থা।

আগতীয়াকৈ এই প্ৰতিষেধক সেৱন কৰি এই মাৰাত্মক ভাইৰাছৰ পৰা হাত সাৰিব পাৰে বুলি জানিবলৈ দিয়ে হোমিঅ’পেথিক চিকিৎসক ডা০ ধ্ৰুৱজ্যোতি শৰ্মাই।

আৰ্চেনিকাম এলবাম ২০০ নামৰ এই দৰববিধ অসমৰ প্ৰত্যেকখন হোমিঅ’পেথিক চিকিৎসালয়, ষ্ট’ৰ অথবা ফাৰ্মাচীত উপলব্ধ বুলি তেওঁ জানিবলৈ দিয়ে। এই প্ৰতিষেধকৰ মূল্য ৩০ ৰ পৰা ৫০ টকা বুলি চিকিৎসকগৰাকীয়ে জনায়।

ইতিমধ্যে মণিপুৰৰ স্বাস্থ্য সঞ্চালকালয়ে এক জাননীৰ জৰিয়তে এই দৰৱবিধ সেৱন কৰি আগতীয়াকৈ এই মাৰাত্মক ভাইৰাছৰ আক্ৰমণৰ পৰা সাৱধান হ’বলৈ আহ্বান জনাইছে।

এই প্ৰতিষেধক গ্ৰহণ কৰাৰ লগতে অন্য কিছু সাৱধনতা অৱলম্বনৰ বাবেও চিকিৎসকগৰাকীয়ে আহ্বান জনাই কয়, ‘ভালদৰে হাতখন ধুই চাফা কৰি ৰাখিব লাগে। লগতে জনসাধাৰণে চাফ-চিকুণতা অৱলম্বন কৰিব লাগিব। এই দিনকেইটাত আমি নিজকে অতি সযতনে ৰখাটো বহু দৰকাৰ।‘

ইতিমধ্যে উজনি অসমত ডা০ মনোজ শৰ্মা, নেকিব দাস আৰু নামনি অসমত ধ্ৰুৱজ্যোতি শৰ্মাকে ধৰি অন্য দুজনে এই প্ৰতিষেধক প্ৰদান কৰি আছে।

উল্লেখযোগ্য যে, এই ভাইৰাছে চীন দেশত মাৰাত্মক ৰূপ ধাৰণ কৰা পৰিলক্ষিত হৈছে। প্ৰতিদিনে এই ৰোগত আক্ৰান্ত লোকৰ সংখ্যা বৃদ্ধি পোৱাৰ লগতে মৃত্যুৰ হাৰো দিনক দিনে বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে।

চীনত বৰ্তমানলৈকে ১৩৬৭ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে। লগতে বৰ্তমানলৈকে ৫৯,৮০৫ গৰাকী লোক এই মাৰাত্মক ভাইৰাছৰ বলি হৈ মৃত্যুক আঁকোৱালি লৈছে।

Recent News

Aditya singh airport4

কৰ’নাৰ আতংক! তিনিমাহ ধৰি এয়াৰপ’ৰ্টতে লুকাই থাকিল এইগৰাকী ব্যক্তি

TOI-561b

সৌৰজগতৰ বাহিৰত নতুন গ্ৰহৰ সন্ধান! পৃথিৱীৰ সৈতে ইয়াক কিদৰে তুলনা কৰিছে বিজ্ঞানীয়ে?

Dilip Saikia

জয়ৰ সম্ভাৱনা থকা প্ৰাৰ্থীয়েহে পাব টিকট: বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শইকীয়া

WhatsApp Image 2021-01-19 at 8.59.32 AM

মাজনিশা মৰ্মান্তিক দুৰ্ঘটনা! ফুটপাথত শুই থকা শ্ৰমিকক মহটিয়াই নিলে ট্ৰাকে; মৃত ১৫জন

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd