• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Sunday, July 13, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ক’ৰ’না ভাইৰাছ সংকট : ফেব্ৰুৱাৰিৰ ভিতৰত ভাৰতত পেৰাচিটামলৰ দৰে দৰৱ শেষ হৈ যাব পাৰে

এন ই নাও নিউজ by এন ই নাও নিউজ
February 17, 2020 11:00 am
Medicine-crisis-750x375

প্ৰতিনিধিত্বমূলক ছবি।

3.2k
VIEWS
Share on FacebookShare on Twitter

ক’ৰ’না ভাইৰাছ সংক্ৰমণৰ ঘটনাৰ সোনকালে সমাধান নোলালে এই মাহৰ (ফেব্ৰুৱাৰি)পিছত ভাৰতৰ ঔষধৰ বজাৰত পেৰাচিটামল, আইব্‌ৰুপ্ৰুফেন (Ibruprofen) আদিৰ দৰে ঔষধ পাবলৈ নোহোৱা হৈ যাব পাৰে।

এই শংকা প্ৰকাশ কৰি ফেডাৰেইশ্যন অব ইণ্ডিয়ান চেম্বাৰ অব কমাৰ্চ এণ্ড ইণ্ডাষ্ট্ৰি (FICCI)ৰ উদ্ধৃতিসহ এটা বাতৰিত লগতে কোৱা হৈছে যে পেৰাচিটামলৰ দাম বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে।

বাতৰিটোৰ মতে ভাৰতে সচৰাচৰ ব্যৱহৃত ঔষধৰ ৭০ শতাংশই বা ইয়াৰ উৎপাদনৰ বাবে প্ৰয়োজনীয় সামগ্ৰীবোৰ চীনৰ পৰা আমদানি কৰে।

কিন্তু ক’ৰ’না ভাইৰাছৰ বাবে চীনৰ কেইবাখনো মহানগৰ বন্ধ কৰি দিয়া হৈছে আৰু বিভিন্ন সামগ্ৰীৰ উৎপাদন বন্ধ হৈ পৰিছে।

বাতৰিটোৰ মতে, যদিহে পৰিস্থিতি উন্নত নহয় স্মাৰ্ট ফোন আৰু সৌৰ সামগ্ৰীবোৰৰো নাটনি বা দাম বৃদ্ধি হ’ব পাৰে।

অৱশ্যে কেন্দ্ৰীয় চৰকাৰৰ এটা সূত্ৰই কৈছে যে ঔষধৰ পৰ্য্যাপ্ত মজুত আছে আৰু কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰ্যালয়ে এই দিশত অসুবিধা নোহোৱাৰ বাবে কাম কৰি আছে।

জানিব পৰা মতে, ভাৰত চৰকাৰে চীনৰ য়ুহান প্ৰদেশৰ পৰা আমদানি কৰা সামগ্ৰীৰে প্ৰস্তুত হোৱা ঔষধবোৰ চিনাক্ত কৰাৰ পদক্ষেপ লৈছে। এইবোৰৰ নাটনি নহ’বলৈ চীনৰ পৰা আমদানিৰ পৰিৱৰ্তে ইয়াতে উৎপাদনৰ এটা বিকল্প আঁচনি প্ৰস্তুত কৰা হৈছে।

উল্লেখ কৰিব পাৰি যে য়ুহান প্ৰদেশকে মাৰাত্মক ভাইৰাছবিধ বিয়পাৰ প্ৰধান কেন্দ্ৰ হিচাপে চিহ্নিত কৰা হৈছে।

এই পৰ্য্যন্ত বিশ্বত ৬৮,৫০০-তকৈও অধিক লোক এই ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে আৰু আক্ৰান্তসকলৰ মাজৰত ১৬৬৯জনৰ মৃত্যু হৈছে।

এইবোৰৰ সামান্য অংশৰ বাদে প্ৰায়বোৰেই চীনৰ। বিজ্ঞান-প্ৰযুক্তিত আগ বঢ়া দেশখনে ভাইৰাছবিধৰ বিৰুদ্ধে অবিৰাম যুঁজ দি আছে।

Recent News

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

ৰাজ্যসভাৰ বাবে চাৰিজন লোকক মনোনী ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

নিৰ্বাচনী তালিকা পুনৰীক্ষণৰ সময়ত বিহাৰৰ ভোটাৰ তালিকাত ধৰা পৰিল বহু বিদেশী নাগৰিকঃ সূত্ৰৰ দাবী

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

প্ৰসিদ্ধ অভিনেতা শ্ৰীনিবাস ৰাওৰ দেহাৱসান; দুদিন পূৰ্বে পালন কৰিছিল জন্মদিন

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

ম্যানমাৰস্থিত আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ ড্ৰোণ আক্ৰমণ : লেফটেনেণ্ট জেনেৰেল নয়ন অসমৰ লগতে কেইবাগৰাকীও কেডাৰ নিহত!

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd