• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, June 6, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

চেনেহৰ ব’হাগ বিহু নহয়; এইবাৰ অসমৰ লগতে ধৰালৈ নাহিল বিহু, ক’ৰ’নাই লৈ আহিল বৰবিহ!

এন ই নাও নিউজ by এন ই নাও নিউজ
April 12, 2020 5:04 pm
bihuassam 2018

প্ৰতিনিধিত্বমূলক ছবি

15
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

বিহু অসমীয়াৰ প্ৰাণস্পন্দন। আৰু ব’হাগ! সুধাকণ্ঠ ভাৰতৰত্ন ডঃ ভূপেন হাজৰিকাই কোৱাৰ দৰে ব’হাগ মাথো এটা মাহ নহয় ই অসমীয়াৰ আয়ুস ৰেখা।

অসমীয়াৰ আয়ুস ৰেখা ব’হাগ এইবাৰ ব’হাগ হৈ অহা নাই। অসমীয়াৰ বাবে যেন ব’হাগ এইবাৰ হৈ আহিছে বৰবিহ!

Apply Now

অসমীয়াৰ নৱবৰ্ষৰ ব’হাগ বিহু অসমীয়া সবাতোকৈ ডাঙৰ উৎসৱ। অসমীয়াৰ জাতীয় উৎসৱ। অসমীয়াৰ জাতীয় জীৱনক ঐশ্বৰ্যশালী সংস্কৃতিক প্ৰতিনিধিত্ব কৰা বিহু এইবাৰ যেন নিজেই ৰুগ্ন!

হয় সমগ্ৰ বিশ্বজুৰি নৰ সংহাৰ চলোৱা ক’ৰ’না ভাইৰাছে এইবাৰ অসমীয়াৰ প্ৰাণস্পন্দন বিহুকো কৰি তুলিলে ৰুগ্ন!

বিহুৰ বিৰহত সমগ্ৰ অসমবাসীয়ে আটাহ আৰু হুমুনিয়াহ কাঢ়িলেও মানৱতাৰ পক্ষত থিয় দি বিশ্বৰ শ শ কোটি কোটি মানুহৰ সৈতে একাত্ম হৈ ক’ৰ’নাৰ সৈতে যুঁজ দিয়াৰ স্বাৰ্থ এইবাৰ বিহুৰ উৎসৱমুখিতাক হেলাৰঙে একাষকৰীয়া কৰিছে অসমীয়াই।

ক’ৰ’নাৰ বিৰুদ্ধে যুঁজ দিবলৈ কেৱল ভাৰততেই নহয় সমগ্ৰ বিশ্বৰ বহুকেইখন ৰাষ্ট্ৰত ল’কডাউন চলি আছে।

ভাৰততো ২১ দিনীয়া ল’কডাউন আৰু দুটা সপ্তাহ বঢ়াই দিয়া হৈছে। অহা ৩০ এপ্ৰিল অন্ত পৰাৰ কথা ল’কডাউনৰ।

ইফালে বিহু নিকট সন্মুখত। কাইলৈ উৰুকা পৰহিলৈ চেনেহৰ ব’হাগ বিহু।

ক’ৰ’না ভাইৰাছৰ আতংকৰ বাবে এইবাৰ ব’হাগ বিহুৰ কোনো প্ৰস্তুতিয়ে চলাব পৰা নাই অসমীয়াই। পিঠা পনা বনোৱা, বিহুৱা-গামোচা বোৱা একোৱেই কৰিব পৰা নাই অসমীয়াই।

ক’ৰ’না সংক্ৰমণ ৰোধৰ বাবে দেশত ল’কডাউন অব্যাহত থকাৰ মাজতে বিহুক লৈ চৰকাৰ তথা স্থানীয় প্ৰশাসনে কিছু নতুন নিয়ম বান্ধি দিছে।

স্বাস্থ্য মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই যোৱা সপ্তাহত প্ৰতিখন বিহু কমিটিকে পাঁচজন মানুহেৰে পাতাকা উত্তোলন কৰি বিহুৰ কাৰ্যসূচী সামৰণি মাৰিবলৈ অনুৰোধ কৰিছিল।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বিহু কমিটিবোৰে এইবাৰ বিহু সন্মিলন বাতিলো কৰিছে। গুৱাহাটী মহানগাৰীৰ ২৬ খন বিহু কমিটিয়ে বিহু সন্মিলন বাতিল কৰাৰ কথা ইতিমধ্যে ঘোষণা কৰিছে।

এই বিহুৰ বতৰত অসমীয়াবাসীৰ এটাই সান্ত্বনা আৰু  আশা, ক’ৰ’না মহামাৰীক বিনাশ কৰি অহাবাৰলৈ উদযাপন কৰিব বিহুক মনৰ উলাহেৰে।

Tags: COVID-19
এন ই নাও নিউজ

এন ই নাও নিউজ

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

উন্নত ৰাডাৰতো ধৰা নপৰে! চীন আৰু পাকিস্তানৰ চিন্তা বঢ়াই ভাৰতক সু-৫৭ যুদ্ধবিমানৰ প্ৰস্তাৱ পুটিনৰ

June 5, 2026 7:54 pm
সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

সেউজ বিপ্লৱৰ নায়ক : কেৰালাৰ এইগৰাকী অটৰিক্সা চালকে ২৬ বছৰত ৰুলে ২০ হাজাৰৰো অধিক গছ

June 5, 2026 7:08 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

জে ই ই এডভান্সড পৰীক্ষাৰ তথ্য ফাদিল হোৱাৰ দাবী সম্পূৰ্ণ ভিত্তিহীন, স্পষ্টীকৰণ দিলে আই আই টি ৰুৰকী আৰু শিক্ষা মন্ত্ৰালয়ে

June 5, 2026 9:30 pm
আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

আন্দামানত ১০ লাখ গছৰ ‘হত্যা’! ছবি শ্বেয়াৰ কৰি পৰিৱেশ ৰক্ষাৰ আহ্বান ৰাহুল গান্ধীৰ

June 5, 2026 8:40 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd