DMCA.com Protection Status
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Monday, May 23, 2022
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
No Result
View All Result
NORTHEAST NOW (Assamese)
English
Home Popular Stories

আশাৰ ৰেঙণি; কৰ্মহীন হৈ পৰা বিভিন্ন কোম্পানিৰ ডেলিভাৰি বয়ে যোগান ধৰিব গেলামালৰ সামগ্ৰী

স্মিতা ভট্টাচাৰ্য by স্মিতা ভট্টাচাৰ্য
March 27, 2020 12:59 pm
zomatoswiggy

প্ৰতিনিধিত্বমূলক চিত্ৰ

4.3k
VIEWS
Share on FacebookShare on Twitter

লকডাউনৰ বাবে ঘৰত বহি থাকিবলগীয়া হোৱা ছুইগি, জমেট’, এমাজন আৰু ফ্লিপকাৰ্টৰ ডেলিভাৰি বয় সকলৰ বাবে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে যোৰহাট জিলা প্ৰশাসনে।

কৰ্মহীন হৈ পৰা এই যুৱকসকলক প্ৰশাসনে জিলাখনৰ লোকসকলৰ ঘৰে ঘৰে গৈ অত্যাৱশ্যকীয় সামগ্ৰী ডেলিভাৰি দিয়া কামত নিয়োজিত কৰিব।

যোৰহাট জিলাৰ উপায়ুক্ত ৰশ্নি এ ক’ৰাটিয়ে কয়, ‘জিলাখনৰ লোকসকলে অত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয়ৰ বাবে ঘৰৰ বাহিৰ ওলাব নালাগে। আমি ফোন নম্বৰ প্ৰদান কৰিম যাৰ জৰিয়তে লোকসকলে এইসকল ডেলিভাৰি ল’ৰাক যোগাযোগ কৰি সামগ্ৰী ক্ৰয় কৰিব পাৰিব’।

‘আমি এই সন্দৰ্ভত কাম কৰি আছো আৰু ইয়াৰ বাবে আমি ই কমাৰ্চৰ ডেলিভাৰি বয়সকলৰ সহায় ল’ম’, ক’ৰাটিয়ে লগতে কয়।

এই কথা জানিব পাৰি এজন ডেলিভাৰি বয়ে কয়, ‘লকডাউনৰ আদেশৰ পিছৰে পৰা কৰ্মহীন হৈ পৰিছো। এই খবৰে আশাৰ ৰেঙণি কঢ়িয়াই আনিছে’।

জানিব পৰা মতে শনিবাৰৰ পৰা জিলাখনত এই কাৰ্য আৰম্ভ হ’ব।

উল্লেখ্য যে সম্পূৰ্ণ লকডাউনৰ পিছতো ৰাজ্যৰ বিভিন্ন ঠাইত গেলামাল দোকান সমূহত গ্ৰাহকসকলে সামাজিক দূৰত্ব বজাই ৰখাৰ নীতি-নিয়ম উলংঘা কৰি অযথা ভিৰ কৰা পৰিলক্ষিত হৈছে।

Recent News

bride refuses to marry 'bald' groom

বিবাহথলীত অঘটন! খুলি পৰিল দৰাৰ উইগ: মিথ্যাচাৰিতাৰ দোহাই দি বিবাহত অমান্তি কইনাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

কৰ্ম সংস্থাপনৰ প্ৰলোভনেৰে বহিঃৰাজ্যলৈ নিবলৈ ওলোৱা পাঁচ কিশোৰীক উদ্ধাৰ

Lizard in cold drink in McDonald’s outlet

শীতল পানীয়ৰ গিলাচত ওলাল জেঠী: পৌৰ নিগমে ছীল কৰিলে বিলাসী মেকড’নাল্ডছৰ বিপনী

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

ডিমা হাচাওৰ জলপ্ৰলয় মানৱ সৃষ্ট: মুখ্যমন্ত্ৰীলৈ পত্ৰ লিখিলে প্ৰাক্তন বিধায়কে

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • সাহিত্য
  • অটো
  • যুৱ-কণ্ঠ
  • জলিউদ
  • জীৱনশৈলী
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd